Site icon crypticknwoledge.com

ভাৰতীয় ৰাজ্যসমূহৰ ৰাজধানীৰ নাম

Question:  অসমৰ ৰাজধানী কি?
Answer: দিছপুৰ

Question:  পশ্চিম বংগৰ ৰাজধানী কি?
Answer: কলকাতা

Question:  ঝাৰখণ্ডৰ ৰাজধানী কি?
Answer: ৰাঁচী

Question:  হাৰিয়ানাৰ ৰাজধানী কি?
Answer: চণ্ডীগৰ

Question:  বিহাৰৰ ৰাজধানী কি?
Answer: পাটনা

Question:  ত্ৰিপুৰাৰ ৰাজধানী কি?
Answer: আগৰতলা

Question:  মিজোৰামৰ ৰাজধানী কি?
Answer: আইজল

Question:  ৰাজস্থানৰ ৰাজধানী কি?
Answer: জয়পুৰ

Question:  মধ্যপ্ৰদেশৰ  ৰাজধানী কি?
Answer: ভুপাল

Question:  উৰিষ্যাৰ ৰাজধানী কি?
Answer: ভুৱনেশ্বৰ

Question:  উত্তৰাখণ্ডৰ ৰাজধানী কি?
Answer: ডেৰাডুন

Question:  হিমাচল প্ৰদেশৰ ৰাজধানী কি?
Answer: ছিমলা

Question:  পঞ্জাবৰ ৰাজধানী কি?
Answer: চণ্ডীগৰ

Question:  নাগালেণ্ডৰ ৰাজধানী কি?
Answer: কহিমা

Question:  তামিলনাডুৰ ৰাজধানী কি?
Answer: চেন্নাই

Question:  কেৰেলাৰ ৰাজধানী কি?
Answer: তিৰোবনন্তপুৰম

Question:  মহাৰাষ্ট্ৰৰ ৰাজধানী কি?
Answer: মুম্বাই

Question:  মেঘালয়ৰ ৰাজধানী কি?
Answer: শ্বিলং

Question:  মণিপুৰৰ ৰাজধানী কি?
Answer: ইম্ফল

Question:  তেলেংগানাৰ ৰাজধানী কি?
Answer: হায়দৰাবাদ

Question:  চিক্কিমৰ ৰাজধানী কি?
Answer: গেংটক

Question:  অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী কি?
Answer: অমৰাবতী

Question:  চট্টিশগৰৰ ৰাজধানী কি?
Answer: ৰায়পুৰ

Question:  উত্তৰ প্ৰদেশৰ ৰাজধানী কি?
Answer: লক্ষ্ণৌ

Question:  কৰ্ণাটকৰ ৰাজধানী কি?
Answer: বাংগালোৰ

Question:  গোৱাৰ ৰাজধানী কি?
Answer: পানাজি

Question:  অৰুণাচল প্ৰদেশৰ ৰাজধানী কি?
Answer: ইটানগৰ

Exit mobile version