Site icon crypticknwoledge.com

100+ Important Questions For Govt Exams Assam

Question:    মানৰ দ্বিতীয় আক্ৰমণ  কোন চনত হৈছিল ?
Answer: 1819

Question:    অসমৰ প্ৰাচীনতম শাসক গৰাকী কোন আছিল ?
Answer: মহীৰঙ্গ দানৱ

Question:    আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণ খন কি আছিল ?
Answer: ইটাখুলি ৰণ

Question:    তৃতীয় মোৱামৰীয়া বিদ্ৰোহৰ সূত্ৰপাত কেতিয়া ঘটিছিল ?
Answer: 1786

Question:    ফুলগুৰিৰ বিদ্ৰোহ কেতিয়া হৈছিল ?
Answer: 1861

Question:   Who was the earliest king of Pragjyotisha? – প্ৰাগজ্যোতিষৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? (APSC Prelims 2001)
Answer: মহিৰংগ দানৱ

Question:  ভগদত্ত কাৰ পুত্র আছিল
Answer: নৰকাসুৰ

Question:    চুকাফাই চৰাইদেউত কিমান চনত ৰাজধানী পাতিছিল
Answer: ১২৫৩

Question:   মানৰ প্রথম আক্ৰমণ সংঘটিত হৈছিল
Answer: ১৮১৬

Question:   নামদাংৰ শিলৰ সাঁকো কোনে সঁজাইছিল ?
Answer: ৰুদ্ৰ সিংহ

Question:    আহোমৰ শেষ ৰাজধানী আছিল –
Answer: যোৰহাট

Question:   আহোমৰ ৰজাৰ বিৰুদ্ধে হোৱা প্ৰথম বিদ্ৰোহ মোৱামৰীয়া বিদ্ৰোহৰ এগৰাকী সেনাপতি আছিল
Answer: ৰাঘৱ মৰাণ

Question:   তলৰ কোনজনক ভগা ৰজা বুলিও জনা যায়
Answer: চুৰামফা

Question:   আহোম স্বৰ্গদেউ চুদাংফা কিমান চনত ৰাজপাটত বহে
Answer: ১৩৯৭

Question:   Ghatakasura was the ruler of ___? ঘটকাসুৰ ___ ৰ শাসক আছিল ?
Answer: কিৰাট

Question:   কোনজন আহোম ৰজাই বৰবৰুৱা আৰু বৰফুকন উপাধিৰ সূচনা কৰিছিল
Answer: প্ৰতাপ সিংহ

Question:    নাৰায়নী মুদ্ৰা আছিল –
Answer: কোচ সকলৰ

Question:    মাইবং কোন ৰজাৰ ৰাজধানী আছিল ?
Answer: কছাৰী

Question:   কোনজন আহোম ৰজাই ছাকা যুগৰ ব্যৱহাৰ আৰম্ভ কৰিছিল
Answer: দিহিঙীয়া ৰজা

Question:   চুখামফাৰ পিছত কোনে আহোম ৰাজপাটত বহিছিল
Answer: চুচেংফা

Question:    মহাভাৰতত ঘটোৎকচ আৰু ভগদত্তৰ বাহিৰেও অসমৰ আৰু এজন বীৰৰ কথা উল্লেখ আছে। কোন সেইজন
Answer: বব্ৰুবাহন

Question:   ৰমণী গাভৰু কাৰ ৰচনা
Answer: সূৰ্যকুমাৰ ভূঞা


Question:   কোনজন আহোম ৰজাৰ শাসনকালত কামৰূপৰ দন্দুৱাদ্ৰোহো দমন কৰা হয়।
Answer: কমলেশ্বৰ সিংহ

Question:    প্ৰাক ঐতিহাসিক উৎসৰ মতে  নৰকাসুৰৰ মাতৃ কোন আছিল ?
Answer: ধৰিত্ৰী

Question:   When did Mirjumla entered the Ahom capital Gargaon? মিৰজুমলাই আহোমৰ ৰাজধানী গড়গাঁৱত কেতিয়া প্ৰৱেশ কৰিছিল ?
Answer: ১৬৬২

Question:    সুদক্ষ আৰু বেগেৰে সৈন্য পৰিচালনা কৰা বাবে কাক উপনাম ‘ চিলাৰায় ‘ দিয়া হৈছিল ?
Answer: শুক্লধ্বজ

Question:   The word ” Mahiranga” is derived from which Sanskrit word? – কোন সংস্কৃত শব্দৰ পৰা মহীৰংগ শব্দৰ উদ্ভৱ হৈছে ?
Answer: মইৰাংক

Question:   কোনজন আহোম ৰজাৰ দিনত ডফলা সকলৰ লগত বিৰোধ ঘটিছিল।
Answer: নৰীয়া ৰজা

Question:   Who was Bhagadutta? ভগদত্ত কোন আছিল?
Answer: কামৰূপৰ ৰজা নৰকাসুৰৰ পুত্ৰ

Question:   Facebook প্ৰচলন
Answer: 2004

Question:    চুকাফাই  প্রথম স্থায়ী ৰাজধানী পাতিছিল
Answer: চৰাইদেউ

Question:    অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথম গৰাকী ৰজাৰ নাম কি ?
Answer: মহেন্দ্ৰ বৰ্মন

Question:   কোনজন স্বৰ্গদেউৱে প্ৰথমে হিন্দুৰ আচাৰ-নীতি গ্ৰহণ কৰে আৰু তেওঁৰ দিনতে আহোম সকলৰ মাজত হিন্দু ধৰ্মৰ প্ৰভাৱ বাঢ়িবলৈ ধৰে
Answer: চুদাংফা

Question:   কোচ ৰজা ৰঘুদেৱৰ জীয়ৰী মঙলদৈক কোনজন আহোম ৰজালৈ বিয়া দিছিল ?
Answer: প্ৰতাপ সিংহ

Question:    ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল ?
Answer: 1893 চনৰ 24 ডিচেম্বৰত

Question:   ১৬৬২ খ্ৰীষ্টাব্দত কোনজন আহোম ৰজাৰ শাসনকালত মোগল সেনাপতি মিৰজুমলাই আহোমসকলক আক্ৰমণ কৰি গড়গাঁও ৰাজধানী বশ কৰিব বিচাৰিছিল
Answer: জয়ধ্বজ সিংহ

Question:   What was the ancient name of Assam? – অসমৰ পুৰণি নাম কি?
Answer: প্ৰাগজ্যোতিষপুৰ

Question:    আহোমৰ প্ৰথম ৰজাজন কোন আছিল ?
Answer: চুকাফা

Question:    ‘হস্তী-বিদ্যাৰ্ণৱ’ পুথিখনৰ লেখক কোন ?
Answer: সুকুমাৰ বৰকাইথ

Question:   অসমলৈ সৰ্বপ্ৰথম মানসকলক কোনে আনিছিল ?
Answer: বদন চন্দ্র

Question:  মঙলদহী কোনজন ৰজাৰ জীয়েক আছিল
Answer: পৰীক্ষিত নাৰায়ণ

Question:   ঘিলাজাৰী ঘাট চুক্তি
Answer: 1663

Question:    কোনজন আহোম ৰজাৰ দিনত আহোমসকলে খাৰ-বাৰুদ-হিলৈৰ ব্যৱহাৰ শিকিছিল
Answer: চুহুংমুং

Question:   কোনজন আহোম ৰজাই প্ৰথমে হিন্দু ধর্ম আনুষ্ঠানিকভাবে গ্ৰহণ কৰিছিল
Answer: জয়ধ্বজ সিংহ

Question:  প্ৰতাপ সিংহ ৰজা হোৱাৰ সময়ত তেওঁৰ বয়স কিমান আছিল
Answer: ৫৮ বছৰ

Question:   Which one of the following epics is considered the highest source of the prehistory period of Assam? – তলৰ কোনখন মহাকাব্যক অসমৰ প্ৰাগঐতিহাসিক যুগৰ সৰ্বোচ্চ উৎস বুলি গণ্য কৰা হয়? (APSC Prelims 2001)
Answer: কালিকাপুৰাণ

Question:   What was the Dynasty of Mahiranga Danava ? – মহীৰংগ দানৱৰ বংশৰ নাম কি আছিল?
Answer: দানৱ বংশ

Question:   Who assumed the title of Parambhattaraka? পৰম্ভটৰাক উপাধি কোনে ধাৰণ কৰিছিল?
Answer: হৰ্ষবৰ্ধন

Question:    হৰি-হৰৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল
Answer: শ্ৰীকৃষ্ণ আৰু বাণ

Question:    ইতিহাস প্ৰসিদ্ধ ৰংপুৰ নগৰৰ পৰিকল্পনা কৰা খনিকৰ জনৰ নাম কি ?
Answer: ঘনশ্যাম খনিকৰ

Question:    অসমত ‘দাস প্ৰথা ‘ কেতিয়া বিলোপ কৰা হয় ?
Answer: 1843

Question:   আহোম ৰাজ্যত প্রথম লোকপিয়ল কিমান চনত আৰম্ভ হৈছিল
Answer: ১৫১০

Question:    কিমান চনত চুকাফাই চৰাইদেউত স্থায়ী ৰাজধানী স্থাপন কৰিছিল ?
Answer: 1253

Question:   নৰকাসুৰে কাক বধ কৰি প্ৰাগজ্যোতিষৰ ৰজা হৈছিল
Answer: ঘটকাসুৰ

Question:    চুক্লেংমুঙে কি পদৰ সৃষ্টি কৰিছিল ?
Answer: বৰগোহাঁই

Question:   কি ৰোগত কমলেশ্বৰ সিংহৰ মৃত্যু হৈছিল?
Answer: বৰআই

Question:   পাণ্ডৱৰ পক্ষ লৈ তলৰ কোনজনে কুৰুক্ষেত্ৰ যুদ্ধ কৰিছিল
Answer: ঘটোৎকচ

Question:    শৰাইঘাট যুদ্ধত আহোমৰ সেনাপতি কোন আছিল ?
Answer: লাচিত বৰফুকন

Question:   মণিৰাম দেৱানক ফাঁচী দিয়া দিনটো আছিল 1858 চনৰ –
Answer: 26 ফেব্ৰুৱাৰী

Question:   ১৭৯৪ খ্ৰীষ্টাব্দত আহোমৰ ৰাজধানী ৰংপুৰৰ পৰা কোন ঠাইলৈ স্থানান্তৰ কৰা হৈছিল
Answer: যোৰহাট

Question:  কোনজন আহোম ৰজাই অসমত প্ৰথমবাৰৰ বাবে দুৰ্গা পূজা অনুষ্ঠিত কৰিছিল
Answer: প্ৰতাপ সিংহ

Question:   পিয়লি ফুকনৰ ফাঁচী
Answer: 1830

Question:   জয়ন্তীয়া ৰজা যশোবৰ্মন কোনজন আহোম ৰজাৰ সমসাময়িক আছিল
Answer: নৰিয়া ৰজা

Question:    প্ৰাচীন কামৰূপৰ ৰজা ভগদত্তৰ বীৰত্ব আৰু মৃত্যুৰ কথা উল্লেখ থকা মহাভাৰতৰ পৰ্বটো কি ?
Answer: কৰ্ণ পৰ্ব

Question:   নৰকাসুৰৰ সমসাময়িক ৰজা জন কোন আছিল
Answer: বাণৰজা

Question:   কোনজন আহোম ৰজাৰ মৃত্যুৰ পিছত চুখামফা আহোম ৰাজপাটত বহিছিল
Answer: চুক্লেংমুং

Question:    আহোমৰ শেষ ৰজাজনৰ নাম কি ?
Answer: পুৰন্দৰ সিংহ

Question:   আহোম সকলে gorgaon ত ৰাজধানী পাতে
Answer: 1540

Question:   আহোম ৰাজ্যৰ শেষ ৰজাজন কোন আছিল
Answer: পুৰন্দৰ সিংহ

Question:   মুনডুং চুনখাম মানে কি?
Answer: সোণৰ বাগিচাৰে ভৰা দেশ

Question:   During whose reign did Hiuen Tsang visit Assam? (APSC Prelims 2017)_কোনজন ৰজাৰ শাসন কালত হিউৱেন চাং অসমলৈ আহিছিল ?
Answer: ভাস্কৰ বৰ্মণ

Question:   প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ ফলস্বৰূপে স্বৰ্গদেউ লক্ষ্মীসিংহক বন্দী কৰি কিছুদিনলৈ তলৰ কোনজনে ৰজা হৈছিল?
Answer: ৰমাকান্ত

Question:   মিৰ জুমলাই অসম ৰাজ্য আক্ৰমণ
Answer: 1662

Question:   প্ৰথম অসমীয়া ছপা পুথি ধৰ্ম পুস্তক প্ৰকাশ
Answer: 1813

Question:   প্ৰতাপ সিংহৰ আন এটা নাম কি আছিল
Answer: চুচেংফা

Question:   ঘিলাধাৰী ঘাটৰ সন্ধি কিমান চনত হৈছিল
Answer: ১৬৬৩ চনৰ ২৩ জানুৱাৰী

Question:    দিকৰাইমুখৰ ৰণ কোনজন আহোম ৰজাৰ দিনত হৈছিল
Answer: চুহুংমুং

Question:   কোনজন আহোম ৰজাৰ দিনত অসমত বহুতো প্ৰাকৃতিক দুৰ্যোগ ঘটিছিল।
Answer: খোৰা ৰজা

Question:    তেজপুৰস্থিত মহাভৈৰৱ মন্দিৰ কোন গৰাকী ৰজাই নিৰ্মাণ কৰিছিল ?
Answer: বাণাসুৰ

Question:   কোচ ৰাজকুমাৰী মঙলা দেৱীৰ সৈতে কোনজন আহোম ৰজাৰ বিবাহ সম্পন্ন হৈছিল
Answer: প্ৰতাপ সিংহ

Question:   অসম চৰকাৰৰ পৌৰ আইন গ্ৰহণ
Answer: 1956

Question:    কোনজন আহোম ৰজাক ‘ বুদ্ধি স্বৰ্গ নাৰায়ণ ‘ বুলি জনা যায় ?
Answer: প্ৰতাপ সিংহ

Question:   দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবলৈ স্বৰ্গদেউ গৌৰীনাথ সিংহই আমন্ত্ৰণ কৰি অনা ইংৰাজ বিষয়াজন হল
Answer: কেপ্টেইন ৱেলছ

Question:   আহোমসকলৰ প্রথম আৰু শেষত ৰাজধানী কত আছিল
Answer: চৰাইদেউ আৰু যোৰহাট

Question:   Who was Ghatotkacha? ঘটোটকচ কোন আছিল?
Answer: ভীমৰ পুত্ৰ

Question:   আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি?
Answer: ইটাখুলি ৰণ

Question:    কোনজন আহোম ৰজাই ভটিয়া পাৰৰপুখুৰী নিৰ্মাণ কৰিছিল
Answer: জয়ধ্বজ সিংহ

Question:  কোনজন আহোম ৰজাৰ দিনত ঘিলাধাৰী ঘাটৰ সন্ধি হৈছিল
Answer: জয়ধ্বজ সিংহ

Question:   তলৰ কোনজনক গজপতি বুলিও জনা যায়
Answer: প্ৰতাপ সিংহ

Question:    শৰাইঘাটৰ ৰণ কোন চনত হৈছিল ?
Answer: 1671

Question:   ৰাঘৱ মৰাণক কোনে হত্যা কৰিছিল?
Answer: কুৰঙ্গনয়নী

Question:   অসমত অসুধিত তেল আৱিষ্কাৰ
Answer: 1825

Question:   Which king of the Kamarupa kingdom was known as Maharajadhiraja?_ কামৰূপৰ কোনজন ৰজাক মহাধিৰাজ নামেৰে জনা যায় ?
Answer: পুষ্য বৰ্মণ

Question:   কমতাপুৰ ৰাজ্যৰ প্ৰথম গৰাকী ৰজা কোন ?
Answer: সন্ধ্যা

Question:   তুৰ্বক খানৰ মৃত্যু
Answer: 1533

Question:   Who was the last King of Danava Dynasty? দানৱ বংসৰ শেষ ৰজাজনৰ নাম কি আছিল ?
Answer: ঘটকাসুৰ

Question:   তলৰ কোনজন আহোম ৰজা দুবাৰকৈ ৰজা হৈছিল
Answer: চন্দ্ৰকান্ত সিংহ

Question:   গৌৰীনাথ সিংহৰ টাই আহোম নামটো কি আছিল?
Answer: চুহিত্পংফা

Question:   When did Chilarai and Naranarayan enter Gargaon capital city of the Ahoms? চিলাৰায় আৰু নৰনাৰায়ণ কেতিয়া আহোমৰ গড়গাঁৱৰ ৰাজধানী চহৰত প্ৰৱেশ কৰিছিল?
Answer: ১৫৬৩ খ্ৰীষ্টাব্দত

Exit mobile version