Site icon crypticknwoledge.com

100+ Important Questions on Assam History

Question:   When did Chilarai  and Naranarayan enter Gargaon capital city of the Ahoms? চিলাৰায় আৰু নৰনাৰায়ণ কেতিয়া আহোমৰ গড়গাঁৱৰ ৰাজধানী চহৰত প্ৰৱেশ কৰিছিল?
Answer: ১৫৬৩ খ্ৰীষ্টাব্দত

Question:   কোনজন আহোম ৰজাৰ দিনত দেৱোত্তৰ আৰু ব্ৰহ্মোত্তৰ মাটি দিয়াৰ নিয়ম প্ৰৱৰ্তন হয়
Answer: চুচেংফা

Question:   মেছাগড় পুখুৰী কোনে খন্দাইছিল?
Answer: প্ৰতাপ সিংহ

Question:   The western limit of Kamrupa Kingdom has been defined in___( কামৰূপ ৰাজ্যৰ পশ্চিম সীমা নিৰ্ধাৰণ কৰা হৈছে___)
Answer: যোগিনি তন্ত্ৰত

Question:   ইছলামলৈ ধৰ্মান্তৰিত কৰাৰ পাছত ৰমণী গাভৰুৱে লোৱা নামটো কি
Answer: ৰহমত বানু বেগম

Question:   প্ৰতাপ সিংহ আহোম ৰাজ্যৰ কিমান তম ৰজা আছিল
Answer: সপ্তদশ

Question:   চন্দ্ৰকান্ত সিংহৰ বাল্যবন্ধু জনৰ নাম কি আছিল
Answer: সৎৰাম

Question:   কাক ভগনীয়া ৰজা বুলি কোৱা হয় ?
Answer: জয়ধ্বজ সিংহ

Question:    কাশ্মীৰৰাজ মেঘ বাহনে বিয়া কৰোৱা অসমৰ গাভৰু গৰাকী কোন আছিল ?
Answer: অমৃত প্ৰভা

Question:   কালশিলীয়া গোহাঁই বুলি কোনজন আহোম ৰজাক জনা যায়
Answer: লক্ষ্মী সিংহ

Question:   শৰাইঘাটৰ যুদ্ধত মোগল সেনাপতি কোন আছিল ?
Answer: ৰাম সিংহ

Question:    শালস্তম্ভ বংশৰ ৰজাসকলৰ ৰাজধানী কি আছিল ?
Answer: হাৰুপেশ্বৰ

Question:    বাণৰজাৰ জীয়ৰী ঊষাক কোনে বিয়া কৰাইছিল ?
Answer: অনিৰুদ্ধই

Question:   আহোমসকলৰ শেষৰ ৰজাজন আছিল
Answer: পুৰন্দৰ সিংহ

Question:   আহোম সকলৰ প্রথম ৰাজধানী
Answer: খামজাং

Question:    প্ৰাচীন কামৰূপৰ ৰজা ভগদত্তৰ কন্যা ভানুমতীক কোনে বিয়া কৰাইছিল ?
Answer: দুৰ্যোধন

Question:  চুদাংফাই জন্ম পোৱা ঠাইখনৰ নাম কি
Answer: হাবুঙত

Question:   লতাকতা ৰণ কোনজন আহোম ৰজাৰ দিনত সংঘটিত হৈছিল
Answer: ৰাজেশ্বৰ সিংহ

Question:   The Treaty of Ghilajharighat was signed in……..? ঘিলাঝাৰিঘাট সন্ধি স্বাক্ষৰিত হৈছিল…….?
Answer: ১৬৬৩ জানুৱাৰী

Question:    পালবংশৰ প্ৰথম গৰাকী ৰজা কোন আছিল ?
Answer: ব্ৰহ্মপাল

Question:  ঘটকাসুৰৰ পিছত তলৰ কোনজন দানৱ বংশৰ ৰজা হৈছিল
Answer: নৰকাসুৰ

Question:   Who was the first king of the Pala dynasty?_ পাল বংশৰ প্ৰথম ৰজাজন কোন আছিল ?
Answer: ব্ৰহ্ম পাল

Question:   তলৰ কোনজন মোমাই তামুলী বৰবৰুৱাৰ সন্তান নাছিল
Answer: ৰমণী গাভৰু

Question:   চুদাংফাক আন এটা কি নামৰে জনা যায়
Answer: বামুণী কোঁৱৰ

Question:   তলৰ কোনজনে প্ৰত্যেক অসমীয়াই কাপোৰ বোৱা আৰু বাঁহ বেতৰ কাম কৰাটো বাধ্যতামূলক কৰিছিল
Answer: মোমাই তামুলী বৰবৰুৱা

Question:   কমলেশ্বৰ সিংহক পিতৃ-মাতৃয়ে দিয়া নাম কি আছিল
Answer: কিনাৰাম গোহাঁই

Question:   চুকাফাই কিমান বছৰ ৰাজত্ব কৰিছিল
Answer: ৩৯ বছৰ ৪ মাহ ১৪ দিন

Question:    ৰঘুদেৱ কাৰ পুতেক আছিল ?
Answer: চিলাৰায়

Question:    ফুলগুৰিৰ কৃষক বিদ্রোহত মৃত্যু হোৱা কৃষকৰ সংখ্যা কিমান ?
Answer: 54 জন

Question:   আহোমসকলৰ প্রথম বৰফুকনজন কোন আছিল
Answer: লাঙি পানিচ্য বৰফুকন

Question:  নৰকাসুৰ কিমান খ্ৰীষ্টপূৰ্বত প্ৰাগজ্যোতিষৰ ৰজা হৈছিল
Answer: ১৫০০

Question:   চুহুংমুং এ ৰাজধানী কত পাতিছিল
Answer: বকতা

Question:  চুকাফা দিৱস কিমান তাৰিখে পালন কৰা হয়
Answer: ২ ডিচেম্বৰ

Question:   HicckeyS newspaper
Answer: 1779

Question:    অসমৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত প্ৰথম গৰাকী মহিলা শ্বহীদ কোন ?
Answer: মালতী মেম

Question:   Accordiong to Ramayana, Amurtyaraja was the founder of the kingdom of? ৰামায়ণৰ মতে, অমূৰ্তৰাজ কোন খন ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল?
Answer: প্ৰাগজ্যোতিষ

Question:    নৰকাসুৰৰ ৰাজধানী কত আছিল
Answer: প্ৰাগজ্যোতিষপুৰ

Question:   অসমত মুছলমানৰ একাদশ আক্রমণটো কিমান চনত সংঘটিত হৈছিল
Answer: ১৬৬২

Question:   কোনজন আহোম ৰজাৰ শাসনকালত মোৱামৰীয়া বিদ্ৰোহ দমন কৰি উজনি অসমত আহোমৰ ৰাজত্ব পুনৰাই প্ৰতিষ্ঠা কৰা হৈছিল।
Answer: কমলেশ্বৰ সিংহ

Question:   কোনজন আহোম ৰজাই পোনতে বৈষ্ণৱ সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল
Answer: জয়ধ্বজ সিংহ

Question:   কোনজন অসমীয়াই বৃটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ ঘোষণা কৰিছিল ?
Answer: গোমধৰ কোঁৱৰ

Question:   চুতীয়া ৰাজ্য স্থাপন
Answer: 1187

Question:    বিখ্যাত মহাভাৰতৰ যুদ্ধত কোনগৰাকী অসমৰ ৰজাই অংশগ্ৰহণ কৰিছিল ?
Answer: ভগদত্ত

Question:   According to Hiuen Tsang, who was the “Aristocratic king of eastern India” in the Kamarupa kingdom?_হিউৱেন ছাঙৰ মতে কামৰূপ ৰাজ্যত “পূব ভাৰতৰ অভিজাত ৰজা” কোন আছিল?
Answer: ভাস্কৰ বৰ্মণ

Question:    সাধনী কোন দেশৰ ৰজাৰ ৰাণী আছিল ?
Answer: চুতীয়া ৰজা

Question:   অসুৰ আলি চুক্তি
Answer: 1639

Question:    অসমৰ চীফ কমিছনাৰ জে ডব্লিউ কুইণ্টনক __________ চনত হত্যা কৰা হৈছিল ।
Answer: 1890

Question:   The History of Assam can be divided into ___ eras? – অসমৰ ইতিহাসক   __  যুগত বিভক্ত কৰিব পাৰি?
Answer: ৪

Question:    ব্ৰিটিছৰ শাসকৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথম জন ব্যক্তি কোন আছিল ?
Answer: গোমধৰ কোঁৱৰ

Question:   The Treaty of Ghilajharighat was signed between………. ঘিলাঝাৰিঘাটৰ সন্ধি …………….. ৰ মাজত স্বাক্ষৰিত হৈছিল.
Answer: মীৰজুমলা আৰু আহোম ৰজা

Question:   আহোম ৰাজ্যত পোন প্রথমবাৰৰ বাবে মন্ত্রীৰ শাসন চলে?
Answer: ১৩৭৬-১৩৮০

Question:    বিয়াল্লিছৰ আন্দোলনৰ সময়ত ইংৰাজে ফাঁচী দিয়া অসমীয়া ব্যক্তিজন কোন ?
Answer: কুশল কোঁৱৰ

Question:   প্রথমে কিমান জন পাইকে একেলগে এটা গোট গঠন কৰিছিল
Answer: ৪

Question:   Who was the greatest among the Koch kings? কোচ ৰজাসকলৰ ভিতৰত কোন আছিল সৰ্বশ্ৰেষ্ঠ?
Answer: নৰনাৰায়ণ

Question:   কিমান চনত চুদাংফাৰ মৃত্যু হৈছিল
Answer: ১৪০৭

Question:   জয়সাগৰ পুখুৰী কোনে খন্দাইছিল  ?
Answer: ৰুদ্ৰ সিংহ

Question:   ‘ বৰবৰুৱা ‘ পদত প্ৰথমে অধিস্থিত হোৱা ব্যক্তিজন কোন ?
Answer: মোমাই তামুলী

Question:   চুহুংমুংৰ পিছত কোনে ৰজা হৈছিল
Answer: চুক্লেংমং

Question:   ‘কুমাৰ ৰজা’ উপাধিটো কাৰ লগত জড়িত ?
Answer: ভাস্কৰ বৰ্মন

Question:   হাটবৰ ৰণ কাৰ কাৰ মাজত হৈছিল
Answer: তুৰ্বক আৰু আহোম

Question:   কমলেশ্বৰ সিংহৰ টাই আহোম নামটো কি আছিল
Answer: চুক্লিংফা

Question:   কোনজন আহোম ৰজাৰ দিনৰে পৰা অসমত কানি খেতিৰ প্ৰচলন হয়
Answer: গৌৰিনাথ সিংহ

Question:   হৰ্ষবৰ্ধনৰ ওচৰলৈ ভাস্কৰ বৰ্মনে পঠোৱা ৰাজদূত জনৰ নাম কি ?
Answer: হংসবেগ

Question:   Who was the first king of Assam? অসমৰ প্ৰথম ৰজা কোন আছিল?
Answer: চুকাফা

Question:   শিৱসাগৰৰ ফাকুৱা দ’ল কোনে নিৰ্মাণ কৰাইছিল?
Answer: ৰুদ্ৰ সিংহ

Question:    আহোমৰ মুদ্ৰা আকৃতি আছিল –
Answer: আঠ কোণীয়া

Question:   1st মুৱামৰীয়া বিদ্ৰোহ
Answer: 1769

Question:   The capital of Pragjyotisha was? – প্ৰাগজ্যোতিষৰ ৰাজধানী ক’ত আছিল?
Answer: প্ৰাগজ্যোতিষপুৰ

Question:    কোনজন আহোম ৰজাৰ দিনত মুছলমানে তিনিবাৰ আহোম ৰাজ্য আক্ৰমণ কৰিছিল
Answer: দিহিঙীয়া ৰজা

Question:   আহোম আৰু মোগলৰ মাজত হোৱা প্রথম যুদ্ধখনৰ নাম কি আছিল
Answer: ভৰালী

Question:    কোনজন আহোম ৰজাই প্রথমে লোকপিয়ল আৰম্ভ কৰিছিল
Answer: চুহুংমুং

Question:   আহোমৰ শাসনকালত তলৰ কোনজনক অৰ্থনীতিবিদ সমাজ সংস্কাৰক হিচাপে জনা গৈছিল
Answer: মোমাই তামুলী বৰবৰুৱা

Question:   লক্ষ্মী সিংহৰ টাই আহোম নামটো কি আছিল?
Answer: চুণ্যেউফা

Question:   ১৬০৮ খ্ৰীষ্টাব্দত কোনজন আহোম ৰজাই মংগলদহীৰ সৈতে বিবাহ সম্পন্ন কৰি কোচ হাজো শাসকৰ লগত মিত্ৰতা কৰি নিজকে প্ৰতিষ্ঠা কৰিছিল
Answer: প্ৰতাপ সিংহ

Question:   চুদাংফাৰ পিতৃ কোন আছিল
Answer: ত্যাও খাম্‌টি

Question:   জয়ধ্বজ সিংহৰ টাই আহোম নামটো কি আছিল
Answer: চুতামলা

Question:   Who resisted the first Muslim invasion of the Kamarupa dynasty? কামৰূপ বংশৰ প্ৰথম মুছলমান আক্ৰমণক কোনে প্ৰতিহত কৰিছিল?
Answer: পৃথো

Question:   মাজুলীৰ সন্ধি কিমান চনত হৈছিল
Answer: ১৫৬৩

Question:   চন্দ্ৰকান্ত সিংহৰ টাই আহোম নামটো কি আছিল
Answer: চুদিংফা

Question:   ঘনকান্ত সিংহ আৰু হেমকান্ত কোৱৰ কোনজন আহোম ৰজাৰ সন্তান আছিল
Answer: চন্দ্ৰকান্ত সিংহ

Question:  মণিপুৰৰ জীয়ৰী হিড়িম্বাৰ পুত্ৰ কোন আছিল
Answer: ঘটোৎকচ

Question:   The earliest historical dynasty of Assam was that of the? – অসমৰ প্ৰথম ঐতিহাসিক বংশৰ নাম কি? (APSC Prelims 2011)
Answer: বৰ্মন

Question:    বাণাসুৰ প্ৰাচীন অসমৰ কোন ঠাইৰ শাসক আছিল ?
Answer: শোণিতপুৰ

Question:   কোনজন আহোম ৰজাৰ পৃষ্ঠপোষকতাত শ্ৰীকান্ত সূৰ্য-বিপ্ৰই ৰামায়ণৰ লংকা-কাণ্ড ভাষালৈ অনুবাদ কৰিছিল?
Answer: কমলেশ্বৰ সিংহ

Question:   Who was the founder of the Bhauma Naraka line? ভৌম নৰকা লাইনৰ প্ৰতিষ্ঠাপক কোন আছিল?
Answer: নৰকাসুৰ

Question:   কোনজন আহোম ৰজা বৰ কম বয়সৰ হোৱাৰ বাবে শাসনকাৰ্যৰ গুৰিবঠা প্ৰকৃততে মন্ত্ৰীপ্ৰধান পূৰ্ণানন্দ বুঢ়াগোহাঁ‌য়েহে ধৰিছিল।
Answer: কমলেশ্বৰ সিংহ

Question:   মহাভাৰতৰ কোনটো পৰ্বত কুৰুক্ষেত্ৰ ৰণত ভগদত্তই দেখুওৱা বীৰত্বৰ বৰ্ণনা পোৱা যায়
Answer: দ্ৰোণ পৰ্ব

Question:    ‘ বুৰঞ্জী বিবেক ৰত্ন ‘ পুথিখনৰ লেখক কোন ?
Answer: মণিৰাম দেৱান

Question:   Ghatakasura was killed by which king? – ঘটকাসুৰক কোনে হত্যা কৰিছিল?
Answer: নৰকাসুৰ

Question:    শিঙৰী ঘৰত উঠা প্ৰথম আহোম ৰজা কোন আছিল ?
Answer: চুদাংফা

Question:   The marriage of Kamrupa princess Amritaprabha and Kashmir King Meghavahana is mentioned in __.(কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভা আৰু কাশ্মীৰ ৰজা মেঘবাহনৰ বিবাহৰ বিষয়ে উল্লেখ আছে ___).
Answer: কলহনৰ ৰাজতৰঙ্গীনী

Question:   প্ৰতাপ-বল্লভ উপাধি লাভ কৰা ব্যক্তিজন কোন?
Answer: কলিয়া ভোমোৰা

Question:   চিপাহী বিদ্রোহত জড়িত থকা অপৰাধত ইংৰাজে ফাঁচী দিয়া অসমীয়া নেতাজন কোন আছিল ?
Answer: মণিৰাম দেৱান

Question:   ম’হ গঁড়ৰ ৰণ হৈছিল –
Answer: 1822

Question:   মান সকলে প্ৰথম অসম আক্ৰমণ কৰিছিল –
Answer: 1817

Question:    কোনজন আহোম ৰজাৰ দিনত মাজুলীৰ সন্ধি হৈছিল
Answer: চুখামফা

Question:   কোনজন আহোম ৰজাই যোৰহাটত ৰাজধানী পাতিছিল?
Answer: গৌৰিনাথ সিংহ

Question:   ৰমণী গাভৰু কাৰ লগত বিয়া হৈছিল
Answer: মহম্মদ আজম শ্বাহ

Question:   নৰনাৰায়ণৰ মৃত্যু
Answer: 1587

Question:   চুদাংফাৰ দিনত আহোম আৰু টিমাপৰ মাজত এখন ৰণ হৈছিল। কিন্তু অৱশেষত তেওলোকে এখন ঠাইত ভৱিষ্যতে যুজ নকৰো বুলি কুকুৰা কাটি শপত খাইছিল।সেই বিশেষ ঠাইখন হৈছে
Answer: পাটকাই

Question:   মানৰ তৃতীয় আক্ৰমণ সংঘটিত হৈছিল
Answer: ১৮২১

Exit mobile version