Site icon crypticknwoledge.com

Assam GK in Assamese SI

Assam GK in Assamese

Question:  শৰাইঘাটৰ মূল যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিল ?
Answer: উদয়াদিত্য সিংহ

Question:  বুদ্ধই প্ৰথমবাৰৰ বাবে ক’ত ধৰ্মোপদেশ দিছিল ?
Answer: সাৰনাথ

Question:  আইন অমান্য আন্দোলন কেতিয়া আৰম্ভ হৈছিল ?
Answer: ১৯৩০

Question:  কোন চনত টিকট কৰ প্ৰৱৰ্তন কৰা হৈছিল ?
Answer: ১৮৫৮

Question:  কোনজন আহোম ৰজাৰ দিনৰ পৰা আহোম ৰাজকায্যত শকাব্দ ব্যৱহাৰৰ প্ৰচলন হয় ?
Answer: চুহুংমুং

Question:  কিমান খ্ৰীষ্টাব্দত সম্ৰাট অশোক মগধৰ ৰজা হয় ?
Answer: ২৬৩

Question:  বিয়াল্লিছৰ আন্দোলনৰ সময়ত ইংৰাজে ফাঁচী দিয়া অসমীয়া ব্যক্তিজন কোন আছিল ?
Answer: কুশল কোঁৱৰ

Question:  ইনচুলিন নি: সৰনকাৰ গ্ৰন্থি বিধ কি ?
Answer: অগ্নাশয়

Question:  প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোম ৰজা জনৰ নাম কি আছিল ?
Answer: লক্ষ্মী সিংহ

Question:  অসমৰ প্ৰাচীনতম শাসক গৰাকী কোন আছিল ?
Answer: মহীৰঙ্গ দানৱ

Question:  উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ব প্ৰথম মেডিকেল কলেজ কোনখন ?
Answer: অসম মেডিকেল কলেজ

Question:  কোনখন ভাৰতীয় ৰাজ্যই এক ডিজিটেল বান প্ৰতিবেদন (flood reporting system) প্ৰণালী মুকলি কৰিছে ?
Answer: অসম

Question:  অসমত মঞ্চৰ জন্ম দিওঁতা জন আছিল —–
Answer: মহাপুৰুষ শংকৰদেৱে

Question:  বিষয় বস্তু ফালৰ পৰা প্ৰধানকৈ ওজাপালি কেইটা ভাগত বিভক্ত ?
Answer: দুটা

Question:  নঞ সমাস কোনবিধ সমাসৰ অন্তর্ভুক্ত?
Answer: তৎপুৰুষ

Question:  প্ৰথম আধুনিক যুগৰ উপন্যাস খনৰ নাম কি ?
Answer: ভানুমতী

Question:  কাছাৰী ৰাজ্যৰ বেছিভাগ অংশ কোন আহোম ৰজাৰ দিনত দখল হৈছিল ?
Answer: চুহুংমুং

Question:  বড়ো সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল ?
Answer: জয়ভদ্ৰ হাগজেৰ

Question:  কোন চনত আয়কৰ প্ৰবৰ্তন কৰা হৈছিল ?
Answer: ১৮৬০

Question:  ‘ অৰণ্য মানৱ ‘ বুলি কাক জনা যায় ?
Answer: যাদৱ পায়েং

Question:  দন্দুৱাদ্ৰোহ হোৱা সময়ত আহোম স্বৰ্গদেউ কোন আছিল ?
Answer: কমলেশ্বৰ সিংহ

Question:  ১৯৯০ চনত প্ৰকাশ পোৱা কোনখন উপন্যাস হৈছে প্ৰথম অসমীয়া উপন্যাস ?
Answer: ভানুমতী

Question:  উত্তৰ-পূৱ পৰিষদত মুখ্য কাৰ্যালয় ক’ত অৱস্থিত ?
Answer: শ্বিলঙ

Question:  কাৰ দিনৰ পৰা আহোম মুদ্ৰাত সংস্কৃত ভাষাৰ প্ৰয়োগ হৈছিল ?
Answer: ৰুদ্ৰ সিংহ

Question:  বাবৰে মোগল বংশ কেতিয়া প্ৰতিষ্ঠা কৰে ?
Answer: ১৫২৬

Question:  ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ নতুন উপ পৰিদৰ্শক (executive director) হিচাপে কাক নিযুক্তি কৰা হৈছে ?
Answer: Jose j kattar

Question:  প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয় ?
Answer: চন্দ্ৰকুমাৰ আগৰৱালা

Question:  M. S word ত মেইলিং লিষ্টক জনা যায় –
Answer: দাতা সুত্ৰ

Question:  কোনজন আহোম স্বৰ্গদেউ দিনত প্ৰথম ৰূপৰ মুদ্ৰা তৈয়াৰ কৰা হৈছিল ?
Answer: চুহুংমুং

Question:  ‘PRUDENT’ শব্দটোৰ প্ৰায় বিপৰীত শব্দটো বিচাৰি উলিওৱা ?
Answer: Foolish

Question:  অসমীয়া ভাষাত প্ৰকৃত পক্ষে সন্ধি নাই , এই কথাফাকি কাৰ ?
Answer: সত্যনাথ বৰা

Question:  সম্বোধনৰ ক্ষেত্ৰত ‘ ডাঙৰীয়া’ শব্দটোৰ সৈতে বহুবচনৰ প্ৰত্যয় কোনটো ?
Answer: সকল

Question:  কুশানগান বিশেষকৈ কোন অঞ্চলত প্ৰচলিত এক লোকনাট্যানুষ্ঠান ?
Answer: গোৱালপাৰা

Question:  ভাৰতৰ বৰ্তমান নীতি আয়োগৰ উপাধ্যক্ষ কোন ?
Answer: ৰাজীৱ কুমাৰ

Question:  শৰাইঘাটৰ ৰণ কোনজন আহোম ৰজাৰ দিনত আৰম্ভ হৈছিল ?
Answer: চক্ৰধ্বজ সিংহ

Question:  অসমীয়া সাহিত্যৰ প্ৰথম নিৰ্দশন হিচাপে গণ্য কৰা হয় —-
Answer: চৰ্যাপদ

Question:  Row and Column ৰ সম্বন্ধয়ক কোৱা হয় —–
Answer: Cell

Question:  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া বিশ্ব ঐতিহ্য স্থান হিচাপে ঘোষণা কৰা হয় ?
Answer: ১৯৮৫

Question:  ব্ৰহ্মপুত্ৰ ওপৰৰ নৰনাৰায়ণ সেঁতুয়ে কোন দুখন জিলাক সংযোগ কৰিছে ?
Answer: বঙাইগাঁও আৰু গোৱালপাৰা

Question:  অসমৰ পাহাৰী জিলা দুখন হ’ল ——
Answer: কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ

Question:  ফুলগুৰিৰ সংঘৰ্ষ কিমান চনত সংঘটিত হৈছিল ?
Answer: ১৮৬১

Question:  কাৰ্গিল যুদ্ধ কেতিয়া হৈছিল ?
Answer: ১৯৯৯ চনত

Question:  কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী সভাত অসমৰ পৰা স্থান পোৱা প্ৰথম জন মন্ত্ৰী কোন ?
Answer: সুৰেন্দ্ৰনাথ বুঢ়াগোহাঁই

Question:  তলৰ কোনটো সত্য –
Answer: সন্ধি হ’লে অৰ্থৰ লৰচৰ নহয়

Question:  বিদ্যুৎ চক্ৰৱৰ্তীয়ে ‘ৰাগ-বিৰাগ’ ছবিখনৰ যোগেদি কিমান চনত শ্ৰেষ্ঠ পৰিচালকৰ ‘ইন্দিৰা গান্ধী বঁটা’ অৰ্জন কৰে?
Answer: ১৯৯৭

Question:  বৰ্মন বংশৰ কোনগৰাকী ৰজাই ‘ মহাৰাজাধিৰাজ’ উপাধি গ্ৰহণ কৰিছিল ?
Answer: পুষ্য বৰ্মন

Question:  Spread sheet ত কেনেকৈ তথ্য সংগঠিত হয়?
Answer: Rows and column

Question:  কোঁচ বংশৰ শ্ৰেষ্ঠ ৰোজাজন কোন আছিল ?
Answer: নাৰনাৰায়ণ

Question:  অনা অসমীয়া শিল্পীয়ে এক কণ্ঠত গীত পৰিৱেশন কৰা প্ৰথম অসমীয়া ছবি কোন খন ?
Answer: এৰাবাটৰ সুৰ

Question:  কিমান চনত অম্বিকাগিৰী চৌধুৰীয়ে ‘ জয়দ্ৰথ বধ’ নামৰ নাট খন অসমীয়াত ৰচনা কৰে ?
Answer: ১৯০৯

Question:  ৩৫০ মাইল দৈৰ্ঘ্যৰ ৰ পুৰণি গোহাঁই কমল আলিয়ে কোচবিহাৰ লগত কোন ঠাইক সংযুক্ত কৰিছে?
Answer: নাৰায়ণ পুৰ

Question:  নিধিৰাম ফাৰৱেলৰ প্ৰকৃত নাম আছিল —-
Answer: নিধিৰাম কওঁট

Exit mobile version