Site icon crypticknwoledge.com

Assam GK in Assamese Latest

Question:  চনেট কবিতা মুঠ কেইশৰীয়া ?
Answer: চৈধ্য

Question:  ফুলগুৰিৰ সংঘৰ্ষত মৃত্যু হোৱা ইংৰাজ বিষয়জনৰ নাম কি ?
Answer: লেফটেনান্ত ছিংগাৰ

Question:  তলৰ কোনবিধ মৌল বা মিশ্ৰ বিষাক্ত ?
Answer: চায়নাইড

Question:  তলৰ কোনটো প্ৰত্যয় এক বচনাত্মক অৰ্থত ব্যৱহাৰ হয় ?
Answer: টো

Question:  চিত্ৰ আৰু পৰিদৃশ্য হ’ল—–
Answer: পেজ অৰিয়েনটেশ্যন

Question:  কোন দিশে এটা পালিৰ কোভিড টীকা সফলতাৰে আবিষ্কাৰ কৰিছে ?
Answer: ৰাছিয়া

Question:  ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজত কোনখন পৰ্বতে দ্বি খণ্ডিত কৰিছে?
Answer: বৰাইল পৰ্বত

Question:  ল’ৰাবন্ধু আলোচনীৰ সম্পাদক কোন আছিল?
Answer: কৰুণাভিৰাম বৰুৱা

Question:  কিমান চনত পাঠশালা থিয়েটাৰ পাৰ্টিৰ নাম সলাই ‘পাঠশালা নাট্য সমিতি’ কৰি স্থায়ী ৰঙ্গমঞ্চলৈ ৰূপান্তৰ কৰা হয় ?
Answer: ১৯১৭

Question:  নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি ?
Answer: ভৌমবংশ

Question:  ফিটছ ৰেপোৰ্ট মতে ২০২১-২২ বিত্তীয় বৰ্ষত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন কিমান হ’ব ?
Answer: ৯.৫%

Question:  ৯১তম অস্কাৰ পুৰস্কাৰৰ বাবে ভাৰতৰ পৰা মনোনীত হোৱা চিনেমা খনৰ নাম কি ?
Answer: ভিলেজ ৰকষ্টাৰ

Question:  কিমান চনত মহম্মদ ঘোৰীয়ে ভাৰতত মুছলমান সাম্ৰাজ্য প্ৰতিষ্ঠা কৰে ?
Answer: ১১৯২

Question:  ৰাষ্ট্ৰ সংঘ মতে ২০২২ চনৰ ভিতৰত কোনখন ৰাষ্ট্ৰ বিশ্বৰ দ্রুততম বিকাশশীল ৰাষ্ট্ৰ হ’ব ?
Answer: ভাৰতবৰ্ষ

Question:  কোন খন যুদ্ধত এদিনতে দহহাজাৰ অসমীয়া সৈন্যৰ মৃত্যু হৈছিল ?
Answer: আলাবৈ

Question:  শৰাইঘাট যুদ্ধৰ সময়ত আহোমৰ সেনাপতি কোন আছিল ?
Answer: লাচিত বৰফুকন

Question:  ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথম অসমীয়া জন আছিল —
Answer: গমধৰ কোঁৱৰ

Question:  বুদ্ধই জ্ঞানপ্ৰাপ্তি লাভ কৰিছিল ?
Answer: বৌদ্ধগয়া

Question:  কোন চনত গুৱাহাটীত পৌৰ নিগম গঠন কৰা হৈছিল ?
Answer: ১৯৭৪

Question:  পিয়লি ফুকনক কেতিয়া ফাঁচি দিয়া হৈছিল?
Answer: ১৮৩০ চনৰ ২৬ জুলাই

Question:  ছাৰ চাদুল্লাৰ মন্ত্ৰীসভা কেতিয়া গঠন হৈছিল ?
Answer: ১৯৩৭

Question:  অসমৰ তেল শোধনাগাৰ থকা ঠাই সমূহ হ’ল ——-
Answer: ডিগবৈ, নুনমাটি , বঙাইগাঁও, নুমলীগড়

Question:  অমিত্রাক্ষৰ ছন্দত ৰচিত প্রথম খন কাব্য কোনখন ?
Answer: অভিমন্যু বধ

Question:  ধোদৰ আলি কোনে নিৰ্মান কৰাইছিল ?
Answer: গদাধৰ সিংহ

Question:  অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন ?
Answer: নলিনীবালা দেৱী

Question:  অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথম গৰাকী ৰজাৰ নাম কি ?
Answer: মহেন্দ্ৰ বৰ্মন

Question:  কোন গৰাকী অসমীয়া সাহিত্যিকক  অসমীয়া সাহিত্যৰ বেকণ নামেৰে অভিহিত কৰা হয় ?
Answer: সত্যনাথ বৰা

Question:  কেৱল দুটা পদৰ ভিতৰতহে হোৱা সমাসটো হ’ল —-
Answer: তৎপুৰুষ সমাস

Question:  অসমৰ সৰ্বাধিক ৰেচম উৎপাদনকাৰী জিলা খন হ’ল ——
Answer: ধেমাজি

Question:  শ্ৰী সূৰ্য পাহাৰ ক’ত অৱস্থিত?
Answer: গোৱালপাৰা

Question:  কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্বৰ অন্ত পৰিছিল ?
Answer: ভাস্কৰ বৰ্মন

Question:  ১৯৪৬ চনত কলকাতাত মঞ্চস্থ হোৱা ঘূৰ্ণয়মান মঞ্চত অভিনীত হোৱা প্ৰথম অসমীয়া নাটক কোন খন ?
Answer: মাটিৰ মানুহ

Question:  ‘ধেমাজিৰ দুখ’ বুলি কোনখন নদীক কোৱা হয় ?
Answer: জীয়াঢল

Question:  মিছিং ভাষাত প্ৰথম খন ছবি ‘ পানেই- জংকী’ ছবিখন কিমান চনত মুক্তি লাভ কৰে ?
Answer: ২০০১

Question:  তলৰ কোনটো শব্দৰ পুলিঙ্গ ৰূপৰ প্ৰয়োগ নাই ?
Answer: শিপিনী

Question:  ‘কালিকা পুৰাণ’ কোন শতিকাত ৰচনা কৰা হৈছিল ?
Answer: দশম শতিকা

Question:  ‘সৈয়খ জায়েড বঁটা’ পাবলৈ সক্ষম হোৱা প্ৰথম ভাৰতীয় কোন ?
Answer: dr.Tahera qutbuddin

Question:  নৰকাসুৰৰ ৰাজ্যৰ ৰাজধানী ক’ত আছিল ?
Answer: প্ৰাগজ্যোতিষপুৰ

Question:  যি পদৰ সমাস হয় তাক কি বোলে ?
Answer: ব্যাস বাক্য

Question:  আহোম সকলে কিমান চনত ব্ৰহ্মপুত্র উপত্যকাত প্ৰৱেশ কৰিছিল ?
Answer: ১২২৮

Question:  ‘FIASCO’ শব্দটোৰ প্ৰায় সমান শব্দটো বিচাৰি উলিওৱা ?
Answer: Disaster

Question:  মায়’পিয়া কিহৰ লগত জড়িত ?
Answer: চকু

Question:  সন্ধি আৰু সমাসৰ দ্বাৰা কথাক কি কৰা হয় ?
Answer: চুটি কৰা হয়

Question:  শুকলেশ্বৰ মন্দিৰ কাৰ দিনত স্থাপন কৰা হৈছিল ?
Answer: প্ৰমত্ত সিংহ

Question:  কছাৰী সকল কোন জনগোষ্ঠীৰ লোক ?
Answer: মংগোলীয়

Question:  তলৰ কোনটো সিন্ধু নদীৰ মূল উপনদী —-
Answer: ঝিলাম

Question:  কোনখন ৰাজ্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অন্তৰ্ভুক্ত নহয় ?
Answer: মেঘালয়

Question:  প্ৰথম অসমীয়া ৰঙীন ছবি ‘ ভাইটি’ কিমান চনত  নিৰ্মান কৰা হয় ?
Answer: ১৯৭২

Exit mobile version