Site icon crypticknwoledge.com

Assam Gk in Assamese

প্ৰশ্ন:  প্ৰশাসনৰ ব্যৱস্থাৰ বাবে বৃটিছে অসমক কিমানটা অংশত বিভাজন কৰিছিল?
উত্তৰ: ২ টা

প্ৰশ্ন:  বিষ্ণুপ্ৰসাদ ৰাভাৰ গল্প পুথিখনৰ নাম কি?
উত্তৰ: সোনপাহি

প্ৰশ্ন:  লালবাগ কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ: হাইদৰ আলি

প্ৰশ্ন:  ভাৰতৰ কোনখন নদীক বংগৰ দুখ বুলি জনা যায়?
উত্তৰ: দামোদৰ নদী

প্ৰশ্ন:  মাধৱদেৱৰ নাটসমূহক কি বুলি জনা যায়?
উত্তৰ: ঝুমুৰা

প্ৰশ্ন:  শিঙৰী ঘৰত উঠা উৎসৱ কোনজন আহোম ৰজাৰ দিনৰ পৰা আৰম্ভ হয়?
উত্তৰ: চুদাংফা

প্ৰশ্ন:  অসম ক্ৰিকেট এছ’চিয়েছন কোন চনত স্থাপিত হৈছিল?
উত্তৰ: 1948 চনত

প্ৰশ্ন:  অসমত ব্ৰিটিছ প্ৰশাসনৰ অধীনত নিম্ন অসমত কোন কৰ্তব্যৰত আছিল?
উত্তৰ: David Scott

প্ৰশ্ন:  ভাৰতৰ দীৰ্ঘতম পথটোৰ নাম কি?
উত্তৰ: National Highway 44

প্ৰশ্ন:  তলৰ কোনখন ৰাজ্যক ভাৰতবৰ্ষৰ হৃদপিণ্ড বুলি কোৱা হয়?
উত্তৰ: মধ্য প্ৰদেশ

প্ৰশ্ন:  ভাৰতৰ কোনখন ৰাজ্যই সৰ্বাধিক বনাঞ্চল আগুৰি আছে?
উত্তৰ: মধ্য প্ৰদেশ

প্ৰশ্ন : অসমত বিধানসভা সমষ্টি কিমান?
উত্তৰঃ ১২৬

প্ৰশ্ন : অসমৰ কোনজন মুখ্যমন্ত্ৰীৰ কাৰ্যকালত,অসম চৰকাৰী ভাষা আইন ১৯৬০ গৃহীত হৈছিল?
উত্তৰঃ বিমলা প্ৰসাদ চলিহা

প্ৰশ্ন : অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল?
উত্তৰঃ চ্যেদা আনোৱাৰা টাইমুৰ

প্ৰশ্ন : কোন স্থানত প্ৰথম অসম বিধানসভা উদ্বোধন হৈছিল?
উত্তৰঃ শিলচৰ

Exit mobile version