Site icon crypticknwoledge.com

Assam History GK Part 1

PART 1 :- Asaam History both in English and Assamese.

Question 1
The author of Asomiya Sahityar Buranji is অসোমীয়া সাহিত্যৰ বুৰঞ্জী গ্ৰন্থৰ লেখক হৈছে-

d) Debendranath Bezbarua


Question 2
Who was the last Governor of pre-independent Assam? প্ৰাক-স্বাধীন অসমৰ শেষ ৰাজ্যপাল কোন আছিল?

c) Sir Akbar Hydari


Question 3
Kanaklata Barua became the first martyr of which one of the following national movements?তলত উল্লেখ কৰা কোনটো জাতীয় আন্দোলনৰ প্ৰথম শ্বহীদ হৈছিল কনকলতা বৰুৱা?

b) Quit India Movement


Question 4
In 1973 the capital of Assam was shifted from Shillong to Dispur, Who was the chief minister of Assam at that time? ১৯৭৩ চনত অসমৰ ৰাজধানী শিলচৰৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হয়, সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল?

a) Sarat Chandra Singha


Question 5
Who was the first Chief Minister of Assam? অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?

c) Gopinath Bordoloi


Question 6
When was Assam Provincial Congress formed? অসম প্ৰদেশ কংগ্ৰেছ কেতিয়া গঠন হৈছিল?

a) 1921


Question 7
Who among the following was the Governor of Assam at the time of India’s independence?তলত উল্লেখ কৰা সকলৰ ভিতৰত কোন আছিল ভাৰতৰ স্বাধীনতাৰ সময়ত অসমৰ ৰাজ্যপাল?

c) Sir Akbar Hydari


Question 8
Who was the only representative from Assam as well as Northeast India to the drafting committee of the Indian constitution?ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত সমিতিলৈ অসমৰ লগতে উত্তৰ-পূব ভাৰতৰ পৰাও একমাত্ৰ প্ৰতিনিধি কোন আছিল?

c) Syed Muhammad Saadulla


Question 9
Which refinery was established due to the “Assam accord”? “অসম চুক্তি”ৰ বাবে কোনটো শোধনাগাৰ স্থাপন কৰা হৈছিল?

d) Numaligarh


Question 10
When was Mizoram separated from Assam?অসমৰ পৰা মিজোৰাম কেতিয়া পৃথক হৈছিল?

c) 1972

Exit mobile version