Site icon crypticknwoledge.com

Best Questions for Assam Govt exams

Question:   মীৰজুমলাই কেতিয়া অসম আক্ৰমণ কৰিছিল
Answer: 1662 চনত

Question:   কিমান চনত অসমত মানৰ দ্বিতীয় আক্ৰমণ হৈছিল
Answer: 1819 চনত

Question:   শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগল সম্ৰাট কোন আছিল
Answer: ঔৰংগজেৱ

Question:   কাৰ দিনত মুছলমানসকলে শেষ আক্ৰমণ কৰিছিল
Answer: গদাধৰ সিংহ

Question:   বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল
Answer: কুমাৰ ভাস্কৰ বৰ্মন

Question:   অযন্তা গুহা চিত্ৰ কোন ৰাজ্যত অৱস্থিত
Answer: মহাৰাষ্ট্ৰ

Question:   দিল্লীৰ সিংহাশনত বহা প্ৰথম মহিলা
Answer: ৰেজিয়া

Question:   ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালন কৰে
Answer: 24 জানুৱাৰী

Question:   2019 চনৰ হিচাপ মতে ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ নগৰ
Answer: ইণ্ডোৰ

Question:   মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক কেতিয়া ফাঁচি দিয়া হৈছিল
Answer: 1858 চনত

Question:   লোকসভাৰ সৰ্বাধিক সদস্য নিৰ্বাচিত কৰা ৰাজ্যখনৰ নাম
Answer: উত্তৰ প্ৰদেশ

Question:   ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰ কৰা হৈছিল ?
Answer: 1826

Question:   ভাৰতৰ অন্তিমজন ব্ৰিটিছ গৱৰ্ণৰ জেনেৰেল ?
Answer: লৰ্ড মাউণ্টবেটেন

Question:   জৈন ধৰ্মৰ প্ৰতিষ্ঠাপক আছিল
Answer: বৰ্ধমান মহাবীৰ

Question:   সিন্ধু উপত্যকাৰ আৱিস্কাৰ কৰা হৈছিল
Answer: 1921

Question:   কাৰ্গিলৰ যুদ্ধ হৈছিল
Answer: 1999

Question:   আমি ব্যৱহাৰ কৰা সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি
Answer: NaCI

Question:   তলত কোনবিধ মৌল বা মিশ্ৰ বিষাক্ত
Answer: চায়নাইড

Question:   এক্স-ৰে আৱিষ্কাৰক হ’ল
Answer: উইলিয়াম ৰণ্টজেন

Question:   অৰণ্য মানৱ বুলি জনা যায়
Answer: যাদৱ পায়েং

Question:   উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম মেডিকেল কলেজ কোনখন
Answer: অসম মেডিকেল কলেজ

Question:   অসম পুলিচ গঠন হৈছিল
Answer: 1826

Question:   মানৱ দেহৰ আটাইতকৈ ডাঙৰ অংগটো কি
Answer: ছাল

Question:   NABARD” ৰ মূখ্য কাৰ্যালয় ক’ত
Answer: মুম্বাই

Question:   মাদাৰ টেৰেছাক কোন চনত ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল?
Answer: ১৯৮০

Question:   তলৰ কোন গৰাকী ব্যক্তি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ নাছিল ?
Answer: বি. আৰ আম্বেদকাৰ

Question:   বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় কত অৱস্থিত
Answer: Washington

Question:   বিশ্ব বেংক কিমান চনত প্ৰতিষ্ঠা কৰা হয়
Answer: 1944

Question:   শ্বিলঙৰ পুৰণি নাম কি?
Answer: জেডো

Question:   আইন অমান্য আন্দোলন আৰম্ভ হৈছিল?
Answer: ১৯৩১ চনত

Question:   পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগটোৰ নাম কি
Answer: গড্উইন অষ্টিন

Question:   তলৰ কোনটো ভাৰতীয় সংবিধানৰ বৈশিষ্ট্য নহয়?
Answer: দ্বৈত নাগৰিকত্ব

Question:   ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন ?
Answer: ৰাজা ৰামমোহন ৰয়।

Question:   প্ৰশ্ন:- উত্তৰ পূৰ্বাঞ্চলৰ কোন দুখন ৰাজ্যত এতিয়াও ৰে’ল পথ ব্যৱস্হা নাই ?
Answer: মেঘালয় আৰু ছিকিম

Question:   মেঘালয়ৰ লোক নৃত্য কি ?
Answer: নংক্ৰেম

Question:   উত্তৰ-পূব ভাৰতৰ সাতগৰাকী ভগ্নীৰ অধীনত কোনখন ৰাজ্য অন্তৰ্ভুক্ত নহয় ?
Answer: ছিকিম

Question:   অৰুণাচল প্ৰদেশ কেতিয়া ভাৰতৰ অংশ হৈছিল ?
Answer: ২১ জানুৱাৰী ১৯৭২

Question:   কলিকতা বিশ্ববিদ্যালয়ত কেতিয়া অসমীয়া বিভাগ স্থাপন কৰা হৈছিল ?
Answer: 1935

Question:   সেউজ গৃহ প্রভাৱত কাৰ্বন-ডাই-অক্সাইডৰ অৱদান
Answer: সবাতোকৈ বেছি

Question:   গ্ৰীন হাউছ গেছ পৰিৱেশত ক’ৰ পৰা উৎপন্ন হয়?
Answer: এই আটাইকেইবিধৰ

Question:   বছৰি পৃথিৱীৰ পৰা হেৰাই যোৱা জৈৱ প্ৰজাতিৰ সংখ্যা বৈজ্ঞানিক পৰিসংখ্যামতে প্ৰায়-
Answer: দহ হেজাৰ

Question:   প‌্ৰশ্ন:- দিল্লীত থকা ৰাষ্ট্ৰপতি ভৱনটো কোনে সহজাইছিল ?
Answer: এডুইন লেণ্ডচিয়েৰ লুটেনছে

Question:   প্ৰশ্ন:- গুৱাহাটী আৰু দিল্লীৰ মাজত বিমান চলাচল আৰম্ভ হৈছিল ?
Answer: ১৯৮১চনৰ পৰা

Question:   শ্ৰীলংকা কি ধৰ্মৰ প্ৰধান দেশ?APRO SI 2021
Answer: বুদ্ধ

Question:   ভাৰতৰ সকলো বেংকৰ বেংক বুলি কোনটো বেংক কোৱা হয়?APRO SI 2021
Answer: RBI

Question:   প্রদূষিত পানীয়ে বিয়পাব পৰা এটা বেমাৰ হৈছে
Answer: টাইফয়ড

Question:   বিশ্বৰ উষ্ণতা বৃদ্ধিত ভাৰতৰ অৱদান-
Answer: ৭%

Question:   বায়ুমণ্ডলত গ্ৰীন হাউছ গেছ বৃদ্ধিৰ কাৰণ মূলতঃ
Answer: মানুহৰ কাৰ্যকলাপ

Question:   স্বাধীন ভাৰতৰ প্ৰথম গৃহমন্ত্রী কোন আছিল–
Answer: বল্লভভাই পেটেল

Question:   2011 চনৰ লোকপিয়ল কিমান তম
Answer: 15তম

Question:   NABARD কিমান চনত স্হাপিত হৈছিল ?
Answer: 1982

Question:   প্ৰশ্ন:- ৰিজাৰ্ভ বেংক কিমান চনত ৰাষ্ট্ৰীয় কৰণ হয় ?
Answer: 1949

Question:   এমমিটাৰেদি কি জোখা হয়?
Answer: বিদ্যুৎ প্ৰৱাহ

Question:   চানক্য প্ৰণয়ন কৰা বিখ্যাত গ্ৰন্থ খনৰ নাম কি ?
Answer: অৰ্থ শাস্ত্ৰ

Question:   ভাৰতৰ প্ৰথম খন ৰাষ্ট্ৰীয় উদ্যানখন হ’ল
Answer: কৰবেট ৰাষ্ট্ৰীয় উদ্যান

Question:   চৌৰিচৌবাৰ ঘটনা কিমান চনত হৈছিল ?
Answer: ১৯২২

Question:   আইন অমান্য আন্দোলন কিমান চনত হৈছিল ?
Answer: 1930

Question:   প্ৰশ্ন: লাচিত বৰফুকনৰ জ্যোতিষীগৰাকীৰ নাম কি আছিল?
Answer: গ)  সমুদ্রখৰি

Question:   শেষৰজন শিখ গুৰু কোন‌ আছিল ?
Answer: গুৰু গোবিন্দ সিং

Question:    বিশ্ব বাণিজ্য সংস্থা কেতিয়া গঠন কৰা হৈছিল?
Answer: খ)১৯৯৫

Question:   প্ৰশ্ন: Davis Cup কোন খেলৰ সৈতে জড়িত?
Answer: ক) লন টেনিছ

Question:   প্ৰশ্ন: বাস্কেটবল দল এটাত কিমান জন খেলুৱৈ থাকে?
Answer: গ)  ৫ জন

Question:   প্ৰশ্ন: কোন তাৰিখে আইন দিৱস হিচাপে পালন কৰা হয়?
Answer: গ)  ২৬ নৱেম্বৰ

Question:   প্ৰশ্ন: – অসমত কেতিয়া অসমীয়া ভাষাৰ প্ৰচলন হৈছিল ?
Answer: খ) ১৯৬০ চনত

Question:   শিখ ধৰ্মত কিমানজন গুৰু আছিল
Answer: ১০

Question:   প্ৰশ্ন: ফ্ৰীজত কোনটো গেছ ব্যৱহাৰ কৰা হয়?
Answer: ঘ) ফ্ৰিয়ন

Question:   প্ৰশ্ন:কাচাৰৰ প্ৰাচীন নাম আছিল?
Answer: গ)  হিডিম্বা

Question:    আগষ্ট, 2021-ত ভাৰত আৰু চীনৰ মাজত কোন স্থানত হটলাইন স্থাপন কৰা হৈছে
Answer: ছিকিম

Question:   কুচিপুড়ি নৃত্য কোনখন ৰাজ্য ৰ লগত জড়িত
Answer: অন্ধ্ৰপ্ৰদেশ

Question:    গুমৰাগ কোন জনগোষ্ঠীৰ লোকসকল ৰ উল্লেখযোগ্য নৃত্য
Answer: মিচিং

Question:   অসমৰ কোন খন অভয়াৰণ্য সোণালী বান্দৰৰ বাবে বিখ্যাত?
Answer: চক্ৰশিলা অভয়াৰণ্য

Question:   ‘অসমৰ মানচেষ্টাৰ’ বুলি কোনখন ঠাইক কোৱা হয়?
Answer: শুৱালকুছি

Question:    মৰণোত্তৰভাৱে ভাৰতৰত্ন সন্মান পোৱা প্ৰথমজন ব্যক্তি কোন আছিল ?
Answer: লাল বাহাদুৰ শাস্ত্ৰী

Question:    ভাৰতৰ বৃহত্তম ষ্টেডিয়াম
Answer: নৰেন্দ্ৰ মোদী ষ্টেডিয়াম

Question:    পৃথিৱীৰ আটাইতকৈ বহল নদী কোন খন?
Answer: আমাজন

Question:   শংকৰদেৱৰ নাট কেইখন?
Answer: 6

Question:    ভাৰতৰ কোন খন নদীক ‘বংগৰ দুখ’ বুলি জনা যায়?
Answer: দামোদৰ নদী।

Question:   ভাৰতৰ বৃহত্তম শিৱলিঙ্গৰ মন্দিৰ
Answer: মহামৃত্যুঞ্জয় মন্দিৰ , নগাঁও

Question:    ভাৰতৰ বৃহত্তম লাইব্ৰেৰী
Answer: নেচনেল লাইব্ৰেৰী কলকাতা

Question:   ভাৰতৰ বৃহত্তম মহানগৰী
Answer: মুম্বাই

Question:    উদ্ভিদ আৰু প্ৰাণীৰ মাজত থকা সম্পৰ্কৰ এটা মুখ্য কাৰণ হ’ল –
Answer: খাদ্য

Question:    ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ
Answer: 44 no

Question:  ভাৰতৰ দীৰ্ঘ তম ৰেলৱে প্লেটফৰম
Answer: হাওৰা

Question:   ভাৰতৰ বৃহত্তম ৰেল ষ্টেচন
Answer: গোৰখপুৰ

Question:   ভাৰতৰ দীৰ্ঘতম ৰাজপথ
Answer: গ্ৰেণ্ড ট্ৰাংক ৰোড

Question:    ভাৰতৰ বৃহত্তম গুহা
Answer: ইলোৰা গুহা

Exit mobile version