Site icon crypticknwoledge.com

First in Assamese Literature

১)  প্রথম অসমীয়া উপন্যাস – পদ্মনাথ গোহাঞি বৰুৱাৰ “ভানুমতী” ।

২)  ইংৰাজীৰ পৰা অসমীয়ালৈ অনূদিত প্রথম উপন্যাস -“যাত্রিকৰ যাত্রা” ( Pilgrim’s Progress)

৩)  অসমীয়া ভাষাৰ প্রথম গদ্য ৰচনা – ভট্টদেৱৰ “কথা -গীতা”।

৪) অসমীয় ভাষাৰ প্রথম চুটি গল্পৰ লেখক – লক্ষ্মীনাথ বেজবৰুৱা ।

৫) জন-জাতীয় জীৱনৰ আধাৰত ৰচিত প্রথম অসমীয়া উপন্যাস- ৰজনীকান্ত বৰদলৈৰ “মিৰি জীয়ৰী” ।

৬) প্রথম অসমীয়া ‘চনেট’ পুথি – হিতেশ্বৰ বৰবৰুৱাৰ ‘মালচ’ ।

৭) প্রথম অসমীয়া ‘চনেট’-হেমচন্দ্র গোস্বামীৰ “প্রিয়তমাৰ চিঠি”।

৮)  সাহিত্য একাডেমী পুৰস্কাৰপ্রাপ্ত অসমীয়া উপন্যাস- ড` বীৰেন্দ্র কুমাৰ ভট্টাচার্যৰ “ইয়াৰুঈঙ্গম”।

৯) প্রথম অসমীয়া পত্র উপন্যাস -বিষ্ণু কিংকৰ কলিতাৰ “চিন্তা”।

১০)  কথাছবিৰ ৰূপ পোৱা প্রথম অসমীয়া উপন্যাস- ৰজনীকান্ত বৰদলৈৰ “মনোমতী”।

১১) প্রথম অসমীয়া যথার্থ ঐতিহাসিক উপন্যাস- লক্ষ্মীনাথ বেজবৰুৱাৰ – “পদুম কুঁৱৰী”।

১২) অসমীয়া ভাষাৰ প্রথম কবিতা পুথি – হেমসৰস্বতীৰ “প্রহ্লাদ চৰিত” ।

১৩) প্রথম অসমীয়া কথা-কবি- যতীন্দ্রনাথ দুৱৰা ।

১৪) সাহিত্য একাডেমী বঁটা লাভ কৰা প্রথম অসমীয়া কবিতা পুথি – যতীন্দ্রনাথ দুৱৰাৰ “বনফুল”।

১৫) প্রথম অসমীয়া শিশু উপন্যাস – “পাতালপুৰী”(হৰগোবিন্দ শর্মা)

১৬) অসমীয়া ভাষাত প্রথম প্রকাশিত ভ্রমণ কাহিনী-ডঃ বিৰিঞ্চি কুমাৰ বৰুৱাৰ-“ছুইজাৰলেণ্ড ভ্রমণ”।

১৭) ”জ্ঞানপীঠ”পুৰস্কাৰপ্রাপ্ত প্রথম অসমীয়া উপন্যাস- ডঃ বীৰেন্দ্র কুমাৰ ভট্টাচার্যৰ-“মৃত্যুঞ্জয়” ।

১৮)  হিন্দীলৈ অনূদিত প্রথম অসমীয়া শিশু উপন্যাস- প্রেমনাৰায়ণ দত্তৰ “পোহৰৰ বাটত” হিন্দী সংস্কৰণ- “ৰৌচনী কি ৰাহ মেঁ ” ।

১৯) প্রথম অসমীয়া আধুনিক জীৱন চৰিত-গুণাভিৰাম বৰুৱাৰ ” আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত” ।

২০) অসমীয়া ভাষাৰ ব্যাকৰণ- ৰবিনচন চাহাবৰ- “A Grammar of Assamese Language ”

২১) অসমীয়া আধুনিক গীতৰ প্রথম পুথি – সত্যনাথ বৰাৰ ” গীতাৱলী” ।

২২) অসমীয়া সাহত্যত অমিত্রাক্ষৰ ছন্দৰ প্রৱর্তক – ৰমাকান্ত চৌধুৰী।

২৩) অসমীয়া ভাষাৰ প্রথম সাধুকথাৰ পুথি-এলিজা ব্রাউনৰ “সাধুৰ পুথি” ।

২৪)  প্রথম অসমীয়া মহিলা লেখিকা- পদ্মাৱতী দেৱী ফুকননী ।” সুধর্মাৰ উপাখ্যান” ।

২৫) প্রথম অসমীয়া ক্রীড়া আলোচনী- অভিৰুচি, ১ ম প্রকাশ ১৯৭৮চন।

২৬) প্রথম অসমীয়া মহিলা আলোচনী- ঘৰ জেউতী, ১ম প্রকাশ, ১৯২৮চন।

২৭) জ্ঞানপীঠ বঁটা লাভ কৰা প্রথম অসমীয়া মহিলা লেখিকা – মানণি ৰয়চম গোস্বামী।

২৮) চাহ-বাগিছাৰ পটভূমিত ৰচিত প্রথম অসমীয়া উপন্যাস – “সেউজী পাতৰ কাহিনী” ৰাস্না বৰুৱাৰ ৰচিত।

২৯) বৈষ্ণৱ সাহিত্যৰ প্রথম অসমীয়া কবিতা পুথি – হৰিষচন্দ্র উপাখ্যান- শ্রী শ্রী শংকৰদেৱ ৰচিত।

Exit mobile version