Site icon crypticknwoledge.com

Important Assam GK

Question:  পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোন?
Answer: নীল

Question:  কোন বছৰত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল?
Answer: ১৯৪২ চনত

Question:  ৰুক্মিণী কোন ৰাজ্য ৰাজকুমাৰী আছিল?
Answer: কুণ্ডিল

Question:  প্ৰাচীন অসমৰ প্ৰথম ৰজা কোন আছিল?
Answer: মহীৰঙ্গ দানৱ

Question:  হুমায়ুনৰ পুত্ৰ কোন আছিল?
Answer: আকবৰ

Question:  মৌৰ্য্য বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?
Answer: চন্দ্ৰগুপ্ত মৌৰ্য্য

Question:  UNICEF ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
Answer: নিউয়ৰ্ক

Question:  হাৰিয়ানাৰ ৰাজধানীৰ নাম কি?
Answer: চণ্ডিগড়

Question:  কম্পিউটাৰৰ সন্দৰ্ভত ডব্লিউ.ডব্লিউ.ডব্লিউ (WWW) -ৰ সম্প্ৰসাৰণ কি?
Answer: ৱৰ্ল্ড ৱাইড ৱেব

Question:  ভাৰতৰ কোন খন ৰাজ্যই দেশৰ ভিতৰত সৰ্বাধিক সংখ্যক চন্দন কাঠ উৎপাদন কৰে?
Answer: কৰ্ণাটক

Question:  বাইচুং ভূটিয়া কোন খন ৰাজ্যৰ?
Answer: ছিকিম

Question:  কোনে দক্ষিণ মেৰু আৱিষ্কাৰ কৰিছিল?
Answer: আমুণ্ডসেন

Question:  কোন খন দেশক বগা হাতীৰ দেশ বুলি জনা যায়?
Answer: থাইলেণ্ড

Question:  ডিব্ৰুগড় কোনখন নদীৰ পাৰত অৱস্থিত?
Answer: ব্ৰহ্মপুত্ৰ

Question:  তাজমহল কোন নদীৰ ওচৰত অৱস্থিত?
Answer: যমুনা

Question:  জাপানৰ ৰাজধানীৰ নাম কি?
Answer: টকিঅ’

Question:  কোনখন ৰাজ্যৰ ভূটানৰ সৈতে উমৈহতীয়া সীমান্ত নাই?
Answer: বিহাৰ

Question:  অসমৰ প্ৰথম মহিলা বিত্ত মন্ত্ৰী কোন?
Answer: অজন্তা নেওগ

Question:  ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল?
Answer: ড॰ ৰাজেন্দ্ৰ প্ৰসাদ

Question:  নামদাফা ৰাষ্ট্ৰীয় উদ্যান কোন খন ৰাজ্যত অৱস্থিত?
Answer: অৰুণাচল প্ৰদেশ

Question:  নিম্নলিখিত কোনখন চহৰত স্ৱৰ্ণ মন্দিৰ অৱস্থিত আছে?
Answer: অমৃতসৰ

Question:  শেহতীয়াকৈ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰা লাচিথ মালিঙ্গাই কোন খন দেশৰ হৈ খেলিছিল?
Answer: শ্ৰীলংকা

Question:  কেন্দ্ৰীয় শাসিত অঞ্চলবোৰ শাসন কোনে কৰে?
Answer: ৰাষ্ট্ৰপতিয়ে

Question:  চুতীয়া ৰজাসকলৰ ভিতৰত আটাইতকৈ শক্তিশালী ৰজাজনৰ নাম কি?
Answer: ৰত্নধ্বজ পাল

Question:  আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি?
Answer: ইটাখুলি ৰণ

Question:  কোনজন আহোম স্বৰ্গদেউৰ শাসনকালত লতাকটা ৰণ হৈছিল?
Answer: ৰাজেশ্বৰ সিংহৰ

Question:  মাধৱদেৱৰ জন্ম ক’ত হৈছিল?
Answer: লেতেকুপুখুৰী

Question:  World Health Organization ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
Answer: জেনেভা

Question:  ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী কোন আছিল?
Answer: চৰ্দাৰ বল্লভভাই পেটেল

Question:  ভাৰতীয় মুদ্ৰা নোট এখনত কিমানটা ভাষা মুদ্ৰণ কৰা হয়?
Answer: ১৫ টা

Question:  World Trade Organization ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
Answer: জেনেভা

Question:  মেঘদূত কোনে লিখিছিল?
Answer: কালিদাসে

Question:  বৈকাল হ্ৰদ ক’ত অৱস্থিত?
Answer: ৰুছ

Question:  উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হবলৈ এজন ব্যক্তিৰ নিম্নতম বয়স কিমান হব লাগিব?
Answer: ৩৫ বছৰ

Question:  কাবুল কোন খন দেশৰ ৰাজধানী?
Answer: আফগানিস্তান

Question:  A ভিটামিনৰ অভাৱত কি ৰোগ হয়?
Answer: কুকুৰীকণা

Question:  এস্কিমো সকলে সজা বৰফৰ ঘৰক কি বোলা হয় ?
Answer: ঈগলু

Question:  গুৰু নানকৰ ‌জন্ম ক’ত হৈছিল?
Answer: গ) পাকিস্তানৰ নানকান চাহিবঢ

Question:  ত্ৰিপুৰাৰ ৰয়েল হাউচক কি‌ বুলি‌ কোৱা‌ হয়‌?
Answer: ক) মানিক্য

Question:  ভাৰতবৰ্ষৰ কোন‌খন‌ চহৰক চাহপাতৰ চহৰ বুলি জনা যায়?
Answer: ডিব্ৰুগড়

Question:  কোন‌‌ চনত ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰা হৈছিল-
Answer: খ) ১৯১১ চনত

Question:  ‘মুছলমান একতাৰ ৰাষ্ট্ৰদূত’ বুলি‌ কোনজন ব্যক্তিক কোৱা হয়-
Answer: ক) মহম্মদ আলি জিন্না

Question:  অভিযাত্ৰী গ্ৰন্থ খন কোন  গৰাকী ব্যক্তিৰ জীৱনৰ আধাৰত লিখি হৈছে?
Answer: ঘ) চন্দ্ৰপ্ৰভা শইকীয়ানী

Question:  আলুত প্ৰচুৰ পৰিমাণে কি থাকে?
Answer: কাৰ্বোহাইড্ৰেট

Question:  বৃহস্পতিৰ পাছতে ডাঙৰ গ্ৰহটো কোনটো?
Answer: শনি

Question:  আমাৰ সৌৰজগতৰ কেন্দ্ৰ হল-
Answer: সূৰ্য

Question:  নিম্নলিখিত কোনটো মানুহৰ তেজৰ গ্ৰুপ নহয়?
Answer: C

Question:  নিম্নলিখিত কোনটো অঙ্গ খাদ্য হজম কৰাত জড়িত নহয়?
Answer: প্লীহা

Question:  Google ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
Answer: কেলিফৰ্ণিয়া

Question:  সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি?
Answer: ছডিয়াম ক্লৰাইড

Question:  নিউট্ৰন কোনে আৱিষ্কাৰ কৰিছিল?
Answer: জেমছ চাডউইক

Question:  আটাইতকৈ সৰু বৰ্গ সংখ্যা টো কি যিটো ৬, ৯ আৰু ১৫ ৰ দ্বাৰা বিভাজ্য?
Answer: ৯০০

Question:  কোনখন মহাদেশত নীল নদী আছে?
Answer: আফ্ৰিকা

Question:  ‘আমাৰ সোণাৰ বাংলা’ কোন খন দেশৰ ৰাষ্ট্ৰীয় সংগীত?
Answer: বাংলাদেশ

Question:  পৃথিৱীৰ আটাইতকৈ সৰু দেশ কোনখন?
Answer: ভেটিকান চিটি

Question:  অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় প্ৰতীক কি?
Answer: কেংগাৰু

Question:  বাংলাদেশৰ সংসদৰ নাম কি?
Answer: জাতীয় সংসদ

Question:  ডুৰাণ্ড ৰেখা কোন দুখন দেশৰ মাজৰ সীমা?
Answer: আফগানিস্তান আৰু পাকিস্তান

Question:  সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাস কোনখন?
Answer: ঈয়াৰুইঙ্গম

Question:  কাক ‘বিহাগী কবি’ বুলি জনা যায়?
Answer: ৰঘুনাথ চৌধুৰী

Question:  “সাৰে জাহাছে আচ্ছা” গীতৰ গীতিকাৰ কোন?
Answer: ইকবাল

Question:  প্ৰথম খন অসমীয়া শিশু আলোচনী ৰ নাম কি?
Answer: ল’ৰা বন্ধু

Question:  নামঘোষা কোনে লিখিছিল?
Answer: মাধৱদেৱ

Question:  কোনে প্ৰথম অসমীয়া অভিধানখন সংকলন কৰিছিল?
Answer: নাথান ব্ৰাউন

Question:  IPL ৰ খেলত অংশগ্ৰহণ কৰা অসমৰ প্ৰথমজন খেলুৱৈ কোন?
Answer: আবু নেচিম আহমেদ

Question:  মলয়া গোস্বামীয়ে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা অসমীয়া ছবিখনৰ নাম কি?
Answer: ফিৰিঙতি

Question:  সৰ্বানন্দ সোণোৱাল অসমৰ কিমান তম মুখ্যমন্ত্ৰী আছিল?
Answer: ১৪ তম

Question:  তিস্তা নদীৰ লগত মিলিত হোৱাৰ পিছত ব্ৰহ্মপুত্ৰ নদীৰ নাম কি হয়?
Answer: যমুনা

Question:  যতীন্দ্ৰ নাথ দুৱৰা দেৱক কি কবি বোলা হয়?
Answer: বনফুলৰ কবি

Question:  প্রথম ট্রেনজেনিক শস্য কি?
Answer: বাচমতি ধান

Question:  সৌচাগৰৰ পৰাও কৰণা ভাইৰাছ সংক্ৰমণ হব পাৰেনে?
Answer: পাৰে

Question:  COVID-19 ৰ সম্পূৰ্ণ অৰ্থ কি?
Answer: Coronavirus Disease 2019

Question:  পৃথিৱীৰ বৃহত্তম মৰুভূমিখনৰ নাম কি?
Answer: ছাহাৰা মৰুভূমি

Question:  বৰ্তমান অসমৰ শিক্ষা মন্ত্ৰী কোন?
Answer: ৰানুজ পেগু

Question:  শংকৰদেৱে লিখা সকলো কিতাপৰ ভিতৰত নিম্নলিখিত কোনখন কিতাপ আটাইতকৈ সৰু?
Answer: গুণমালা

Question:  ‘সাহিত্য একাডেমী বঁটা’ বিজয়ী কিতাপ “দেওলাংখুই”ৰ লেখক কোন?
Answer: ৰীতা চৌধুৰী

Question:  ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক কোন?
Answer: মাধৱ কন্দলী

Question:  কাৰেংগাৰ লিগিৰি নাটক কোনে লিখিছিল?
Answer: জ্যোতি প্ৰসাদ আগৰৱালা

Question:  সোৰজগতৰ কোনটো গ্ৰহৰ সৰ্বাধিক সংখ্যক উপগ্ৰহ আছে?
Answer: শনি

Question:  সূৰ্যৰ ৰশ্মি পৃথিৱী আহি পাওঁতে কিমান সময় লাগে?
Answer: ৮ মিনিট

Question:  হেলীৰ ধুমকেতু কিমান বছৰৰ মূৰত আহে?
Answer: ৭৬ বছৰ

Question:  GEAC ৰ সম্পূৰ্ণ অৰ্থ কি?
Answer: Genetic Engineering Appraisal Committee

Question:  অসমৰ প্ৰথম মহিলা IAS কোন আছিল?
Answer: পাৰুল দেৱী দাস

Question:  কোনখন দেশ বিশ্বৰ সৰ্ববৃহৎ কফি উৎপাদক?
Answer: ব্ৰাজিল

Question:  অসম সাহিত্য সভাৰ প্ৰথম সন্মিলন ক’ত অনুষ্ঠিত হৈছিল?
Answer: শিৱসাগৰ

Question:  প্রথম আধুনিক অসমীয়া নাটকখনৰ নাম কি?
Answer: ৰাম নৱমী

Question:  অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰখনৰ নাম কি?
Answer: কহিনুৰ থিয়েটাৰ

Question:  অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল?
Answer: পদ্মনাথ গোহাঁই বৰুৱা

Question:  কাক প্ৰথম অসমীয়া চনেট বুলি গণ্য কৰা হয়?
Answer: প্ৰিয়তমাৰ চিঠি

Question:  কোনে প্ৰথম অসমীয়া ব্যাকৰণ লিখিছিল?
Answer: নাথান ব্ৰাউন

Question:  নিম্নলিখিত কোনখন প্ৰথম অসমীয়া মিনি আলোচনী?
Answer: বিন্দু

Question:  নিম্নলিখিত কাক অসমীয়া গদ্যৰ পিতৃ বুলি কোৱা হয়?
Answer: বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য

Question:  ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল?
Answer: ইংৰাজ আৰু ব্ৰহ্মদেশৰ মানসকলৰ মাজত

Question:  কোন চনত কোচ ৰজা নৰনাৰায়ণে আহোম সাম্রাজ্য আক্ৰমণ কৰিছিল?
Answer: ১৫৬২ চনত

Question:  নিম্নলিখিত কোন জন আহোম ৰজাই কোচ ৰজা নৰনাৰায়ণৰ সৈতে মাজুলী চুক্তি স্বাক্ষৰ কৰিছিল?
Answer: চাওলুং চুকাফা

Question:  উমানন্দা মন্দিৰ কোনে নিৰ্মাণ কৰিছিল?
Answer: গদাধৰ সিংহ

Question:  বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল?
Answer: মাধৱদেৱ

Question:  শ্ৰীমন্ত শংকৰদেৱে কিমানটা বৰগীট লিখিছিল?
Answer: ২৪০ টা

Question:  শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া কোন আছিল?
Answer: মলয়া গোস্বামী

Exit mobile version