Site icon crypticknwoledge.com

Important GK for govt exams

Question:  মহাভাৰত কোনে অসমীয়ালৈ অনুবাদ  কৰিছিল?
Answer: ৰাম সৰস্বতী

Question:  আৰিমত্ত কৰ ৰজা আছিল?
Answer: গৌড়

Question:  দক্ষিণ এছিয়াৰ সৰ্ববৃহৎ মৰুভূমি কি?
Answer: থৰ

Question:  1526 চনত বাবৰে কোন বংশৰ শাসকক পৰাস্ত কৰি মোগল সাম্ৰাজ্য গঢ়িছিল?
Answer: লুধী বংশ

Question:  পানিপতৰ প্রথম যুদ্ধ কেতিয়া হৈছিল?
Answer: 1526

Question:  গঙ্গা নদীক বাংলাদেশত কি নামৰে জনা যায়?
Answer: পদ্মা

Question:  গঙ্গা আৰু ব্ৰহ্মপুত্ৰ সংযুক্ত জলধাৰাক কি নামেৰে জনা যায়?
Answer: মেঘনা

Question:  পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা কি?
Answer: এণ্ডিজ

Question:  এণ্ডিজ পৰ্বতমালা কোন মহাদেশত অৱস্থিত?
Answer: দক্ষিণ আমেৰিকা

Question:  বায়ুত কিমান শতাংশ নাইট্ৰজেন থাকে?
Answer: 78.03

Question:  সৰ্বোচ্চ উচ্চতাৰ হ্ৰদটো কি ?
Answer: টিটিকাকা হ্ৰদ

Question:  ভিক্টোৰিয়া জলপ্ৰপাত কোন নদীত অৱস্থিত?
Answer: জামবেজি

Question:  বিশ্বৰ সৰ্ববৃহৎ জাহাজ চলাচল কৰা খালটো কি?
Answer: ছুৱেজ খাল

Question:  বেৰ’ন দ্বীপ কত আছে?
Answer: আন্দামান আৰু নিকোবৰ

Question:  লকটক হ্ৰদ কত আছে?
Answer: মণিপুৰ

Question:  উমিয়াম হ্ৰদ কত আছে?
Answer: মেঘালয়

Question:  ভাৰতৰ আটাইতকৈ ওখ বান্ধ কি?
Answer: টেহৰি

Question:  কোনটো অঞ্চলত প্ৰথম দক্ষিণ পশ্চিম মৌচুমী বতাহ প্ৰৱেশ কৰে?
Answer: কেৰেলা

Question:  কোন চনত কেন্দ্ৰীয় চৰকাৰে নতুন বন নীতি ঘোষণা কৰিছিল?
Answer: 1988

Question:  শুকান বন গৱেষণা প্ৰতিস্থান কত অৱস্থিত?
Answer: যোধপুৰ

Question:  হিউৱেন চাং কৰে?
Answer: চীন

Exit mobile version