Site icon crypticknwoledge.com

Important Questions for Assam Govt exams

Question:  বায়নৰ খোল নাটক কোনে ৰচনা কৰিছিল?
Answer: যুগল দাস

Question:  হাইদাং কোন জনজাতিৰ পৰম্পৰাগত লোকগীত?
Answer: সোণোৱাল কছাৰী

Question:  প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীণ চিনেমা খনৰ নাম কি?
Answer: ভাইটি

Question:  ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান?
Answer: ৯১৬ কিলোমিটাৰ

Question:  “শ্ৰী সূৰ্য পাহাৰ” কোন খন জিলাত অৱস্থিত?
Answer: গোৱালপাৰা

Question:  বাজাজ এলিয়াঞ্জ লাইফে অফলাইন আৰু অনলাইন মাধ্যমত ইয়াৰ সামগ্ৰী আৰু ডিজিটেল সেৱাৰ প্ৰচাৰৰ বাবে কোন বলিউড অভিনেতাক ইয়াৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে বাছনি কৰিছে?
Answer: আয়ুষ্মান খুৰানা

Question:  RBL বেংকৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
Answer: মুম্বাই

Question:  ভাৰতীয় ষ্টেট বেংকৰ মুখ্য কাৰ্যালয় ক’ত অৱস্হিত?
Answer: মুম্বাই

Question:  নিম্নলিখিত কোনখন নদী অৰুণাচলৰ পাহাৰৰ পৰা উৎপন্ন নহয়?
Answer: কলং নদী

Question:  মানস ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত পৰে?
Answer: চিৰাং আৰু বাক্সা জিলা

Question:  অসমৰ ৰাজ্যিক গছৰ নাম কি?
Answer: হলং

Question:  মানৱ শৰীৰত আটাইতকৈ প্ৰচুৰ পৰিমাণে থকা উপাদানটো কি?
Answer: অক্সিজেন

Question:  প্ৰথম এণ্টিবায়টিক কোনে আৱিষ্কাৰ কৰিছিল?
Answer: আলেকজেণ্ডাৰ ফ্লেমিং

Question:  কোনে ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছিল?
Answer: জে জে থমচন

Question:  RSS ৰ সম্পূৰ্ণ নাম কি? যিটো ৱেবছাইটৰ ফীড প্ৰদান কৰিবলৈ ব্যৱহাৰ কৰা হয়।(ক) Really Simple Syndication (খ) Real Social Syndication (গ) Registered Subscriber Syndication
Answer: Really Simple Syndication

Question:  নিম্নলিখিত কোনজন ‘আলমগীৰ নামা’ৰ লেখক হয়?
Answer: মিৰ্জা মুহাম্মাদ কাজিম

Question:  জাপানৰ মুদ্ৰাৰ নাম কি?
Answer: য়েন

Question:  অসমত প্ৰথম ভূমি জৰীপৰ ব্যৱস্থা আৰম্ভ কৰা কোন আছিল?
Answer: গদাধৰ সিংহ

Question:  অসমৰ কোনখন জিলাত চাহ বাগিচাৰ সংখ্যা সৰ্বাধিক?
Answer: ডিব্ৰুগড়

Question:  পৰিভ্ৰমী চৰাইৰ আত্মহত্যাৰ বাবে বিখ্যাত জাতিংগা নিম্নলিখিত কোনখন জিলাত অৱস্থিত?
Answer: ডিমা হাছাও

Question:  অসমীয়া ব্যাকৰণক আধুনিক ৰূপ দিওতা প্ৰথম ব্যত্তিজন কোন আছিল?
Answer: হেমচন্দ্ৰ বৰুৱা

Question:  অসমীয়া সাহিত্যত ‘নাচিকেতা’ কাৰ ছদ্মনাম?
Answer: ভবানন্দ দত্ত

Question:  শংকৰদেৱ আৰু মাধৱদেৱৰ সংযোগ কিমান খ্ৰীষ্টাব্দত হৈছিল?
Answer: ১৫২২ খ্ৰীষ্টাব্দত

Question:  জয়মতীৰ মাতৃৰ নাম কি আছিল?
Answer: চন্দ্ৰদাৰু

Question:  আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল?
Answer: দয়ানন্দ সৰস্বতী

Question:  মালদ্বীপ আৰু ভাৰতৰ মাজৰ সামুদ্ৰিক সীমাক কি বুলি কোৱা হয়?
Answer: Eight Degree Channel

Question:  আমাক পেল্লাগ্ৰা ৰোগৰ পৰা সুৰক্ষিত কৰা ভিটামিনৰ নাম কি?
Answer: ভিটামিন B3

Question:  ভাৰতৰ কোনখন নদীক নিমখৰ নদী বুলি কোৱা হয়?
Answer: লুনি

Question:  কোন মহাসাগৰত ‘বাৰ্মুডা ত্ৰিভুজ’ অৱস্থিত?
Answer: আটলান্টিক মহাসাগৰ

Question:  কোন খন দেশে ১৮৮৬ চনত আমেৰিকা যুক্তৰাষ্ট্ৰক ‘ষ্টেচু অফ লিবাৰ্টি’ উপহাৰ দিছিল?
Answer: ফ্ৰান্স

Question:  মৃত সাগৰ কোন দুখন দেশৰ মাজত অৱস্থিত?
Answer: জৰ্ডান আৰু ইজৰাইল

Question:  পৃথিৱীৰ আটাইতকৈ সৰু মহাসাগৰ কোনটো?
Answer: আৰ্কটিক মহাসাগৰ

Question:  পৃথিৱীত কিমানখন মহাদেশ আছে?
Answer: সাতখন

Question:  ভাৰতৰ সৰ্ববৃহৎ এলেকাত কোনটো শস্য ৰোপণ কৰা হয়?
Answer: ধান

Question:  ভাৰতৰ কোন খন নদীক ‘বংগৰ দুখ’ বুলি জনা যায়?
Answer: দামোদৰ নদীক

Question:  নিম্নলিখিত কোনটো কাল্পনিক ৰেখাই ভাৰতক প্ৰায় দুটা সমান অংশত বিভক্ত কৰে?
Answer: কৰ্কট ক্ৰান্তি ৰেখা

Question:  কোনখন বিদেশী দেশ আন্দামান দ্বীপপুঞ্জৰ আটাইতকৈ ওচৰত?
Answer: ম্যানমাৰ

Question:  নিম্নলিখিত কোনখন ৰাজ্য বুদ্ধৰ জীৱনৰ সৈতে সম্পৰ্কিত আছিল?
Answer: মগধ

Question:  জ্যামিতিৰ পিতৃ কোন?
Answer: ইউক্লিড

Question:  আঙুৰত কি এচিড থাকে?
Answer: চাইট্ৰিক এচিড

Question:  কাৰ্বন ধাতু নে অধাতু?
Answer: অধাতু

Question:  কোন খন ৰাজ্যত “ফতেহ সাগৰ হ্ৰদ” অৱস্থিত?
Answer: ৰাজস্হান

Question:  ৰাইডাৰ কাপ কোনটো ক্ৰীড়াৰ সৈতে সম্পৰ্কিত?
Answer: গল্ফ

Question:  “পাটনা বিহাৰ পক্ষী অভয়াৰণ্য” ভাৰতৰ কোন অংশত অৱস্থিত?
Answer: উত্তৰ প্ৰদেশ

Question:  ৰাষ্ট্ৰসংঘই প্ৰতি বছৰে ২ অক্টোবৰত ঘোষণা কৰিছে __।
Answer: আন্তৰ্জাতিক অহিংসা দিৱস

Question:  অসমৰ তাপ বিদ্যুৎ প্ৰকল্প ক’ত অৱস্হিত?
Answer: লাকুৱা

Question:  কেন্দ্ৰীয় শাসিত অঞ্চলবোৰ শাসন কোনে কৰে?
Answer: ৰাষ্ট্ৰপতি

Question:  কোন চনত কটন মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল?
Answer: ১৯০১ চনত

Question:  বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম ভাৰতৰ কোন খন ৰাজ্যত অৱস্থিত?
Answer: অসম

Question:  অসমৰ লৌহ মানৱ বুলি কাক কোৱা হয়?
Answer: বিষ্ণুৰাম মেধি

Question:  ‘বিশ্ব ডাক দিৱস’ কোন তাৰিখে পালন কৰা হয়?
Answer: ৯ অক্টোবৰ

Question:  ভাৰতৰ কোন খন ৰাজ্যই দেশৰ ভিতৰত সৰ্বাধিক সংখ্যক চন্দন কাঠ উৎপাদন কৰে?
Answer: কৰ্ণাটক

Question:  কম্পিউটাৰৰ সন্দৰ্ভত ডব্লিউ.ডব্লিউ.ডব্লিউ (WWW) – ৰ সম্প্ৰসাৰণ কি?
Answer: ৱৰ্ল্ড ৱাইড ৱেব

Question:  বাইচুং ভূটিয়া কোন খন ৰাজ্যৰ?
Answer: ছিকিম

Question:  অসমৰ  আঞ্চলিক গৱেষণাগাৰ ক’ত অৱস্থিত?
Answer: যোৰহাট

Question:  আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি?
Answer: ইটাখুলি ৰণ

Question:  শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল?
Answer: ৰাম সিংহ

Question:  চুতীয়া ৰজাসকলৰ ভিতৰত আটাইতকৈ শক্তিশালী ৰজাজনৰ নাম কি?
Answer: ৰত্নধ্বজ পাল

Question:  কাৰ ৰাজত্ব কালক অসম বুৰঞ্জীত সোণালী যুগ বুলি কোৱা হয়?
Answer: নৰনাৰায়ণ

Question:  সুভাষ চন্দ্ৰ বসু ভাৰতীয় ৰাষ্ট্ৰীয় সেনাৰ সৰ্বোচ্চ কমাণ্ডাৰ হৈছিল __ চনত।
Answer: ১৯৪৩

Question:  লালা লাজপত ৰায়ক কি বুলিও জনা গৈছিল?
Answer: শ্বেৰ-ই-পাঞ্জাৱ

Question:  কোন পাহাৰৰ শীৰ্ষত কামাখ্যা মন্দিৰ অৱস্থিত
Answer: নীলাচল পাহাৰ

Question:  ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথম খন অসমীয়া কথাছবি
Answer: ৰঙা পুলিছ

Question:  কোনে শকুন্তলা নামৰ চলচ্চিত্ৰখন পৰিচালনা কৰিছিল?
Answer: ডঃ ভূপেন হাজৰিকা

Question:  অসমৰ নিম্নলিখিত কোনখন জিলাক প্ৰথম ধপাত মুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছে
Answer: যোৰহাট

Question:  অসম আৰক্ষী দিৱস পালন কৰা হয়
Answer: ১ অক্টোবৰ

Question:  মি-ডাম-মে-ফি উৎসৱ কোন তাৰিখে উদযাপন কৰা হয়?
Answer: ৩১ জানুৱাৰী

Question:  উত্তৰ প্ৰদেশৰ বিখ্যাত লোক নৃত্য কি?
Answer: কজৰী

Question:  প্ৰথম মহিলা মুখ্যমন্ত্ৰী হোৱা ভাৰতৰ প্ৰথম খন ৰাজ্য কোনখন?
Answer: উত্তৰ প্ৰদেশ

Question:  আৰবিআইৰ প্ৰথম মুখ্য কাৰ্যালয় ক’ত আছিল?
Answer: কলকাতা

Question:  প্ৰতি বছৰে হিন্দী দিৱস কেতিয়া উদযাপন কৰা হয়?(ক) ছেপ্টেম্বৰ ৫(খ) অক্টোবৰ ২ (গ) ৫ জুন (ঘ) ছেপ্টেম্বৰ ১৪
Answer: ৫ ছেপ্টম্বৰ

Question:  ভাৰতৰ প্ৰথম ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল কোন আছিল?
Answer: লৰ্ড উইলিয়াম বেণ্টিংক

Question:  10. INS Vikrant was decommissioned in which year?
Answer: c) 1997

Question:  ভাৰতৰ কোন ৰাজ্যত বনৰীয়া গাধ পোৱা যায়?
Answer: গুজৰাট

Question:  নিম্নলিখিত কোনটো কেৰালা আটাইতকৈ প্ৰয়োজনীয় বা মুখ্য শস্য?
Answer: চাউল

Question:  নিম্নলিখিত কোনটো কলা ক্ষেত্ৰৰ সৈতে সম্পৰ্কিত?
Answer: মনোহৰ দেৱদাস

Question:  সংবিধানে বৰ্তমানলৈকে কিমানটা ভাষাক স্বীকৃতি দিছে?
Answer: ২২ টা

Question:  ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কি?
Answer: পদুম

Question:  বিশ্বৰ কোনখন দেশত সৰ্ববৃহৎ কফি উৎপাদক হয়?
Answer: ব্ৰাজিল

Question:  UNDER WHICH GOVERNOR INDIAN NATIONAL CONGRESS FOUND
Answer: D.lord duffrin

Question:  ৰাজ্যপাল কাৰ্যকাল হ’ল __
Answer: ৫ বছৰ

Question:  ভাৰতৰ পৰিকল্পনা আয়োগ কোন চনত গঠন হৈছিল?
Answer: ১৯৫০ চনৰ মাৰ্চ মাহত

Question:  লেনছৰ ক্ষমতাৰ একক __
Answer: ডায়’প্টাৰ

Question:  বতাহৰ দ্ৰুতি নিৰ্ণয় কৰা যন্ত্ৰটোৰ নাম হ’ল __ ।
Answer: এনিম’মিটাৰ

Question:  কালিদাসে কোনভাষাত ৰচনা লিখিছিল?
Answer: সংস্কৃত

Question:  মীনাক্ষী মন্দিৰ ক’ত অৱস্থিত?
Answer: তামিলনাডু

Question:  তাজমহল নিৰ্মাণ কৰিবলৈ কিমান সময় লাগিছিল?
Answer: ২০ বছৰ

Question:  অসমৰ প্ৰথমগৰাকী মহিলা বিত্ত মন্ত্ৰীৰ নাম কি?
Answer: অজন্তা নেওগ

Question:  অলিম্পিকত যোগ্যতা অৰ্জন কৰা অসমৰ প্ৰথম মহিলা বক্সা গৰাকীৰ নাম কি?
Answer: লভলিনা বৰগোহাঁই

Question:  নিম্নলিখিত কোনটো প্ৰাণী বৈদিক ভাৰতত অশ্বমেধ ৰীতি-নীতি ৰ সৈতে সম্পৰ্কিত আছিল?
Answer: ঘোঁৰা

Question:  BHIM ৰ সম্পূৰ্ণ ৰূপটো হৈছে __ ।
Answer: Bharat Interface for Money

Question:  বিশ্ব স্বাস্হ্য সংস্হাৰ মুখ্য কাৰ্য্যালয় কোনখন দেশত অৱস্হিত?
Answer: ছুইজাৰলেণ্ড

Question:  ২০২০ চনৰ ফিল্মফেয়াৰ বঁটা লাভ কৰা শ্ৰেষ্ঠ মহিলা অভিনেত্ৰীগৰাকী কোন?
Answer: আলিয়া ভাট

Question:  ভূমিকম্প জোখা যন্ত্ৰবিধৰ নাম কি?
Answer: ৰিখটাৰ স্কেল

Question:  তলৰ কোনটো স্কেলাৰ ৰাশি __ ।
Answer: আয়তন

Question:  উপনিষদ কিহৰ লগত জড়িত?
Answer: দৰ্শন শাস্ত্ৰ

Question:  আৰ্যকলৰ প্ৰধান খাদ্য কি আছিল?
Answer: চাউল আৰু মটৰ মাহ

Question:  কোনে সিন্ধু উপত্যকা সভ্যতা আৱিষ্কাৰ কৰিছিল?
Answer: ছয়াৰাম চাহনী

Question:  বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখত পালন কৰা হয়?
Answer: ৫ জুন

Question:  এজন অধিনায়ক হিচাপে টেষ্ট ক্রিকেটত 6 টা দ্বি-শতক অৰ্জন কৰা বিশ্বৰ প্ৰথমজন খেলুৱৈ কোন?
Answer: বিৰাট ক’হলি

Exit mobile version