অসমৰজনগোষ্ঠীৰগাঁথনিআৰুসংস্কৃতি
১/ অতি চমু উত্তৰ লিখা: (ক) এয়ােদশ শতিকাত অসমলৈ অহা বহিৰাগত গােষ্ঠী কোনটো ?উঃ এয়ােদশ শতিকাত অসমলৈ অহা বহিৰাগত গােষ্ঠীটো হৈছে মংগােলীয় গােষ্ঠী। (খ) প্রাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্রসিদ্ধ আছিল?উঃ প্রাচীন কালৰে পৰা অসম দেশ যাদু-মন্ত্র আৰু ঐন্দ্রজালিক বিদ্যাৰ বাবে প্রসিদ্ধ আছিল। (গ) কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে ?উঃ ভাষিক সংমিশ্রণে…
