মাটিৰ জোখ-মাখ
🟢 মাটিৰ জোখ-মাখ: সহজ ভাষাত অসমীয়া ভূমি মাপৰ পৰিমাপ জোখমাপৰ বাবে ইয়াত ল্কিক কৰক মাটিৰ জোখ-মাখ Tool অসমত বহুসময়তে ভূমি বিক্ৰী, খৰিদ বা কৃষিৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ মাটিৰ একক ব্যৱহাৰ কৰি আহিছোঁ—নল, লেচা, কঠা, বিঘা, একৰ, পুৰা, আদি। এই শব্দবোৰে সাধাৰণ মানুহৰ বাবে কেতিয়াবা বিভ্ৰান্তিৰ সৃষ্টি কৰে। সেয়েহে, আজিৰ এই ব্লগত আমি জানিম মাটিৰ…