হৃদয় এক বিজ্ঞাপন উপন্যাস – অনুৰাধা শৰ্মা পূজাৰী
হৃদয় এক বিজ্ঞাপন বন্ধ লিফ্টৰ ভিতৰত অকলশৰে সদায় অস্বস্তি হয় ভাস্বতীৰ। আজিও হৈছে। সো-সোৱাই লিফ্টখন ওপৰলৈ উঠি গৈছে। তাইৰ চকুৰ আগত ‘কম্পিউটাৰাইজড’ ৰঙা আখৰবোৰ জ্বলিছে, নুমাইছে তিনি, চাৰি, পাঁচ…. ছয় নম্বৰত লিফ্টখন সামান্য থমকি ৰ’ল। এজন হটঙা ছুট-টাই পৰিহিত পাঞ্জাৱী মানুহ উঠিল। নিশ্চয় এই বিল্ডিঙতেই কাম কৰে। আঠ নম্বৰত লিফ্টখন ৰ’লত তাই ওলাই আহিল। পিছে…
Read More “হৃদয় এক বিজ্ঞাপন উপন্যাস – অনুৰাধা শৰ্মা পূজাৰী” »