Covishield ভেকচিনৰ দ্বাৰা হাৰ্ট এটেক হব পাৰে
Covishield ভেকচিনৰ দ্বাৰা Heart Attack হব পাৰে। শেহতীয়াকৈ এষ্ট্ৰাজেনেকাৰ এক বিবৃতিত তেওঁলোকৰ ক’ভিড-১৯ ভেকচিন কভিশ্বিল্ডৰ সৈতে জড়িত থ্ৰম্ব’চাইট’পেনিয়া চিনড্ৰম (টিটিএছ)ৰ সৈতে থ্ৰম্ব’ছিছৰ সম্ভাৱ্য আশংকা স্বীকাৰ কৰা হৈছে। mRNA ভেকচিনৰ দৰে নহয়, Covishield এ ভাইৰেল ভেক্টৰ প্লেটফৰ্ম ব্যৱহাৰ কৰে, ক’ভিড-১৯ৰ স্পাইক প্ৰ’টিন প্ৰদানৰ বাবে পৰিৱৰ্তিত চিম্পাঞ্জী এডিন’ভাইৰাছ ব্যৱহাৰ কৰে। বিশ্ব স্বাস্থ্য সংস্থাই আলোকপাত কৰা টিটিএছ এডিন’ভাইৰাছ…