First in Assamese Literature
১) প্রথম অসমীয়া উপন্যাস – পদ্মনাথ গোহাঞি বৰুৱাৰ “ভানুমতী” । ২) ইংৰাজীৰ পৰা অসমীয়ালৈ অনূদিত প্রথম উপন্যাস -“যাত্রিকৰ যাত্রা” ( Pilgrim’s Progress) ৩) অসমীয়া ভাষাৰ প্রথম গদ্য ৰচনা – ভট্টদেৱৰ “কথা -গীতা”। ৪) অসমীয় ভাষাৰ প্রথম চুটি গল্পৰ লেখক – লক্ষ্মীনাথ বেজবৰুৱা । ৫) জন-জাতীয় জীৱনৰ আধাৰত ৰচিত প্রথম অসমীয়া উপন্যাস- ৰজনীকান্ত বৰদলৈৰ “মিৰি জীয়ৰী”…
