Question: অসমৰ ৰাজধানী কি?
Answer: দিছপুৰ
Question: পশ্চিম বংগৰ ৰাজধানী কি?
Answer: কলকাতা
Question: ঝাৰখণ্ডৰ ৰাজধানী কি?
Answer: ৰাঁচী
Question: হাৰিয়ানাৰ ৰাজধানী কি?
Answer: চণ্ডীগৰ
Question: বিহাৰৰ ৰাজধানী কি?
Answer: পাটনা
Question: ত্ৰিপুৰাৰ ৰাজধানী কি?
Answer: আগৰতলা
Question: মিজোৰামৰ ৰাজধানী কি?
Answer: আইজল
Question: ৰাজস্থানৰ ৰাজধানী কি?
Answer: জয়পুৰ
Question: মধ্যপ্ৰদেশৰ ৰাজধানী কি?
Answer: ভুপাল
Question: উৰিষ্যাৰ ৰাজধানী কি?
Answer: ভুৱনেশ্বৰ
Question: উত্তৰাখণ্ডৰ ৰাজধানী কি?
Answer: ডেৰাডুন
Question: হিমাচল প্ৰদেশৰ ৰাজধানী কি?
Answer: ছিমলা
Question: পঞ্জাবৰ ৰাজধানী কি?
Answer: চণ্ডীগৰ
Question: নাগালেণ্ডৰ ৰাজধানী কি?
Answer: কহিমা
Question: তামিলনাডুৰ ৰাজধানী কি?
Answer: চেন্নাই
Question: কেৰেলাৰ ৰাজধানী কি?
Answer: তিৰোবনন্তপুৰম
Question: মহাৰাষ্ট্ৰৰ ৰাজধানী কি?
Answer: মুম্বাই
Question: মেঘালয়ৰ ৰাজধানী কি?
Answer: শ্বিলং
Question: মণিপুৰৰ ৰাজধানী কি?
Answer: ইম্ফল
Question: তেলেংগানাৰ ৰাজধানী কি?
Answer: হায়দৰাবাদ
Question: চিক্কিমৰ ৰাজধানী কি?
Answer: গেংটক
Question: অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী কি?
Answer: অমৰাবতী
Question: চট্টিশগৰৰ ৰাজধানী কি?
Answer: ৰায়পুৰ
Question: উত্তৰ প্ৰদেশৰ ৰাজধানী কি?
Answer: লক্ষ্ণৌ
Question: কৰ্ণাটকৰ ৰাজধানী কি?
Answer: বাংগালোৰ
Question: গোৱাৰ ৰাজধানী কি?
Answer: পানাজি
Question: অৰুণাচল প্ৰদেশৰ ৰাজধানী কি?
Answer: ইটানগৰ