অসমীয়া OCR Tool
অসমীয়া OCR Tool: PDF ৰ পৰা পাঠ কঢ়ি়ৱাৰ উন্নত উপায় Link: অসমীয়া OCR Tool ভুমিকা আজিকালিৰ ডিজিটেল যুগত বহুতো অসমীয়া কিতাপ, নথিপত্র আৰু গ্ৰন্থ PDF ৰূপত উপলব্ধ। কিন্তু এই PDF-ৰ পৰা অসমীয়া পাঠ OCR (Optical Character Recognition) কৰি টেক্স্ট হিচাপে সংৰক্ষণ কৰা সহজ কাম নহয়। অধিকাংশ OCR টুল Assamese ভাষাক ভালদৰে চিনাক্ত কৰিব নোৱাৰে বা…