PYQ Assamese Grammar
তলত দিয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা: 1.H.S.L.C.-2011 ভৈলা : হ’লা চড়িয়া : উঠি 2.H.S.L.C.-2012 তাসম্বাক : তেওঁলোকক 3.H.S.L.C.-2013 মাধৈ : পুহাইল : পুৱাল 4.H.S.L.C.-2014 খেড়ি : খেলা সুমৰন্তে : সুঁৱৰি বিগুটিয়া : ঠাট্টা কৰা 5.H.S.L.C.-2015 শুতিয়া : শুই পাশ :কাষ হন্তে : পৰা 6.H.S.L.C.-2016 পাতক : পাপ যাকেৰি :সাৰ বিগুটিয়া : ঠাট্টা কৰা 7.H.S.L.C.-2017 যাকেৰি : সাৰ উতপাড়ে : উঘালে মোড়ল : মোহাৰিলে 8.H.S.L.C.-2018 তৰণে : পাৰ হ’বলৈ উতপাটক : নিৰ্মূলকাৰী বিগুটিয়া : ঠাট্টা কৰা 9.H.S.L.C.-2019 সুজানে : তীক্ষ্ন তাসম্বাক : তেওঁলোক হাৰলি : খৰিৰ দ’ 10.H.S.L.C.-2020 উতাৰলে : তাসম্বাক : তেওঁলোক …