ভাৰতীয় ৰাজ্যসমূহৰ ৰাজধানীৰ নাম
Question: অসমৰ ৰাজধানী কি?Answer: দিছপুৰ Question: পশ্চিম বংগৰ ৰাজধানী কি?Answer: কলকাতা Question: ঝাৰখণ্ডৰ ৰাজধানী কি?Answer: ৰাঁচী Question: হাৰিয়ানাৰ ৰাজধানী কি?Answer: চণ্ডীগৰ Question: বিহাৰৰ ৰাজধানী কি?Answer: পাটনা Question: ত্ৰিপুৰাৰ ৰাজধানী কি?Answer: আগৰতলা Question: মিজোৰামৰ ৰাজধানী কি?Answer: আইজল Question: ৰাজস্থানৰ ৰাজধানী কি?Answer: জয়পুৰ Question: মধ্যপ্ৰদেশৰ ৰাজধানী কি?Answer: ভুপাল Question: উৰিষ্যাৰ ৰাজধানী কি?Answer: ভুৱনেশ্বৰ Question: উত্তৰাখণ্ডৰ ৰাজধানী কি?Answer:…