Question: অসমৰ কোন ঠাইত বাৰে চহৰীয়া ভাওনা অনুষ্ঠিত হয়?
Answer: জামুগুৰি হাট
Question: দৌল উৎসৱ মাহত কোন মাহত পালন কৰা হয়?
Answer: ফাগুন
Question: বাশ গোসাঁই পূজা কাৰ আটাইতকৈ গুৰুত্বপূর্ণ উৎসৱ:
Answer: শৰণীয়া কছাৰী
Question: কবিতা সংকলন ‘অলকানন্দা কোনে লিখিছিল?
Answer: নলিনীবালা দেৱী
Question: কোন চনত অসমীয়াক অসমৰ চৰকাৰী ভাষা হিচাপে গ্রহণ কৰা হৈছিল?
Answer: 1960
Question: ১৯০৫ চনত অসমত স্বদেশী আন্দোলনৰ নেতৃত্বত কোন আছিল?
Answer: অম্বিকাগিৰী ৰায়চৌধুৰী
Question: অসম উপত্যকা সাহিত্য বঁটা তলৰ কোনটোৱে পৃষ্ঠপোষকতা কৰে?
Answer: মেগৰ শৈক্ষিক ন্যাস
Question: এলাহাবাদ স্তম্ভ শিলালিপিত অসমৰ কোনটো অঞ্চলৰ কথা উল্লেখ আছে?
Answer: দবকা
Question: কাৰ ৰাজত্বকালত হিউৱেন-চাং অসমলৈ আহিছিল?
Answer: ভাস্কৰ বৰ্মণ
Question: ভাস্কৰবৰ্মনক ভীষ্মক সৈতে তুলনা কৰা কিতাপখনৰ নাম কি?
Answer: হৰ্ষচৰিত
Question: অসমৰ প্ৰথম সাহিত্যিক পেঞ্চনাৰ আছিল
Answer: পদ্মনাথ গোহাঞি বৰুৱা
Question: কোনটো গ্রহ নিশাৰ আকাশত ৰঙা দেখায়?
Answer: মংগল গ্ৰহ
Question: সাহিত্য অকাডেমি বঁটা লাভ কৰা প্রথম খন অসমীয়া উপন্যাস কোন খন?
Answer: ইয়াৰোইঙ্গম
Question: তেজ গোট মৰাৰ বাবে প্ৰয়োজনীয় ভিটামিন হ’ল
Answer: ভিটামিন- K
Question: ভাৰতত এক টকাৰ মুদ্ৰা আৰু নোেট আৰু সহযোগী মুদ্রা কোনে জাৰি কৰে-
Answer: কেন্দ্ৰীয় চৰকাৰ
Question: অম্বুবাচীৰ অৰ্থ কি?
Answer: বৃষ্টি
Question: জাতিংগা কত অৱস্থিত?
Answer: ডিমা হাছাও
Question: অসমৰ প্ৰথমটো কমিউনিটি ৰেডিঅ’ ষ্টেচন আৰম্ভ হয়-
Answer: কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়
Question: লাচিত বৰফুকনৰ জ্যোতিষী কোন আছিল?
Answer: সমুদ্ৰখৰী
Question: কোনটো বছৰত শৰাইঘাট দলং নিৰ্মাণ কৰা হৈছিল?
Answer: 1962
Question: বিশ্বৰ সৰ্বনিম্ন আলোচনী খনৰ নাম কি?
Answer: কলাজ
Question: জয়মতীক কত শাস্তি দিয়া হৈছিল?
Answer: জেৰেঙা পথাৰ
Question: মাধৱদেৱৰ কত জন্ম হৈছিল?
Answer: নাৰায়নপুৰ
Question: কোন চনত অসম ফুটবল সন্থা গঠন হৈছিল?
Answer: 1946
Question: সৰস্বতী সন্মান লাভ কৰা প্ৰথম অসমীয়া কোন?
Answer: লক্ষ্মীনন্দন বৰা
Question: কোন স্থানক অসমৰ স্কটলেণ্ড বুলি জনা যায়?
Answer: হাফলং
Question: ১৯৩৫ অল ইণ্ডিয়া ৰেডিঅ’ত সম্প্ৰচাৰিত হোৱা প্ৰথম খন অসমীয়া নাটক আছিল
Answer: বীণ বৈৰাগী
Question: কোনজন শাসকক উত্তৰ-পূব ভাৰতৰ শিৱাজী বুলি গণ্য কৰা হয়?
Answer: ৰুদ্ৰ সিংহ
Question: অসমত প্ৰথম বাৰৰ বাবে ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হৈছিল?
Answer: 2007
Question: কুৰঙ্গনয়নী ক কোনে বিয়া কৰাইছিল?
Answer: ৰাজেশ্বৰ সিংহ