জুবীন গাৰ্গ – A Legend
জুবীন গাৰ্গ (জন্ম: জুবীন বৰঠাকুৰ (অসমীয়া উচ্চাৰণ: [zubin bɔɹtʰakuɹ]; ১৮ নৱেম্বৰ ১৯৭২ – ১৯ ছেপ্টেম্বৰ ২০২৫)) এজন ভাৰতীয় সংগীতশিল্পী আছিল। তেওঁ মূলতঃ অসমীয়া, বঙালী আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰ আৰু সংগীত শিল্পত কাম কৰিছিল আৰু গান গাইছিল। তেওঁ ৪০টা আন ভাষা আৰু উপভাষাতো গান গাইছিল, য’ত অন্তৰ্ভুক্ত হৈছে — বিষ্ণুপ্ৰিয়া মণিপুৰী, আদি, বড়ো, ইংৰাজী, গোলপাৰীয়া, কন্নড়,…