1. Q. The only plateau in Assam is📚. অসমৰ একমাত্র মালভূমিটো হৈছে
(A) Deccan Plateau / দাক্ষিণাত্য মালভূমি
(B) Karbi Plateau / কার্বি মালভূমি
(C) Meghalaya Plateau / মেঘালয় মালভূমি
(D) Chota Nagpur Plateau / চোটনাগপুৰ মালভূমি
Correct Answer: B – Karbi Plateau / কার্বি মালভূমি
2. Q. Fathiyyah-i-Ibriyyah of Shihab-ud-din Talish is an important source to know about📚. ছিহাবুদ্দিন তালিছৰ ‘ফাথিয়া-ই-ইব্রিয়া’ তলৰ কোনটো ঘটনা জনাৰ বাবে গুৰুত্বপূর্ণ উৎস?
(A) the Battle of Saraighat / শৰাইঘাটৰ যুদ্ধ
(B) the Treaty of Yandaboo / ইয়াণ্ডাবুৰ সন্ধি
(C) Mir Jumla’s Expedition / মীৰ জুমলাৰ অভিযান
(D) Moamoria Rebellion / মোৱামৰীয়া বিদ্রোহ
Correct Answer: C – Mir Jumla’s Expedition / মীৰ জুমলাৰ অভিযান
3. Q. Which of the following is the main pillar of Assam’s economy?📚. তলত দিয়াবোৰৰ কোনটো অসমৰ অৰ্থনীতিৰ মুখ্য স্তম্ভ?
(A) Oil and Natural Gas / তেল আৰু প্রাকৃতিক গেছ
(B) Tourism / পর্যটন
(C) Manufacturing / নির্মাণকার্য
(D) Agriculture / কৃষিকার্য
Correct Answer: D – Agriculture / কৃষিকার্য
4. Q. In which year was the fourth oil refinery of Assam started at Numaligarh?📚. কোন চনত অসমৰ চতুর্থ তেল শোধনাগাৰ নুমলিগড়ত সূচনা কৰা হৈছিল?
(A) 1919
(B) 1999
(C) 1991
(D) 1989
Correct Answer: B – 1999
5. Q. The staple food crop of Assam is📚. অসমত প্রধানকৈ উৎপন্ন হোৱা খাদ্যশস্যবিধ হৈছে
(A) rice / ধান
(B) wheat / ঘেঁহু
(C) pulses / মাহ
(D) jute / মৰাপাট
Correct Answer: A – rice / ধান
6. Q. The Kamakh Kamakhya Temple is situated at📚. ‘কামাখ্যা মন্দিৰ’ অৱস্থিত
(A) Nilachal Hills / নীলাচল পাহাৰত
(B) Chitrachal Hills / চিত্রাচল পাহাৰত
(C) Manikuta Hills / মণিকুট পাহাৰত
(D) None of these / এইবোৰৰ এটাও নহয়
Correct Answer: A – Nilachal Hills / নীলাচল পাহাৰত
7. Q. Who was the last Swargadeo of Ahom Dynasty?📚. আহোম ৰাজবংশৰ শেষৰগৰাকী স্বৰ্গদেউ কোন আছিল?
(A) Jayadhwaj Singha / জয়ধ্বজ সিংহ
(B) Chakradhwaj Singha / চক্রধ্বজ সিংহ
(C) Purandar Singha / পুৰন্দৰ সিংহ
(D) Pramatta Singha / প্রমত্ত সিংহ
Correct Answer: C – Purandar Singha / পুৰন্দৰ সিংহ
8. Q. ‘Joy Daul’ was built in the memory of📚. ‘জয় দৌল’ কাৰ স্মৃতিত নিৰ্মাণ কৰা হৈছিল?
(A) Joymoti Kunwari / জয়মতী কুঁৱৰীৰ
(B) Phuleswari Kunwari / ফুলেশ্বৰী কুঁৱৰীৰ
(C) Ambika Kunwari / অম্বিকা কুঁৱৰীৰ
(D) Rani Gaidinliu / ৰাণী গাইডালুৰ
Correct Answer: A – Joymoti Kunwari / জয়মতী কুঁৱৰীৰ
9. Q. Which of the following is not a district of Barak Valley?📚. নিম্নলিখিত জিলাসমূহৰ কোনখন জিলা বৰাক উপত্যকাত অবস্থিত নহয়?
(A) Shribhumi / শ্রীভূমি
(B) Hailakandi / হাইলাকান্দি
(C) Cachar / কাছাৰ
(D) Morigaon / মৰিগাঁও
Correct Answer: D – Morigaon / মৰিগাঁও
10. Q. Which of the following Kingdoms was finally annexed into the Ahom Kingdom by Swargad Rudra Singha?📚. নিম্নলিখিত কোনখন ৰাজ্যক স্বৰ্গদেও ৰুদ্ৰ দ্রসিংহই অৱশেষত আহোম ৰাজ্যত অন্তর্ভুক্ত কৰিছিল?
(A) Kamata Kingdom / কমতা ৰাজ্য
(B) Dimasa-Kachari Kingdom / ডিমাছা-কছাৰী ৰাজ্য
(C) Dafala Kingdom / ডফলা ৰাজ্য
(D) None of these / এইবোৰৰ এটাও নহয়
Correct Answer: B – Dimasa-Kachari Kingdom / ডিমাছা-কছাৰী ৰাজ্য
11. Q. Who was the first lady Chief Minister of Assam?📚. অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্রী কোন আছিল?
(A) Syeda Anwara Taimur / চৈয়দা আনোৱাৰা টাইমুৰ
(B) Sucheta Kripalani / সুচেতা কৃপালনী
(C) Nandini Satpathy / নন্দিনী সতপতি
(D) Mehbooba Mufti / মেহবুবা মুক্তি
Correct Answer: A – Syeda Anwara Taimur / চৈয়দা আনোৱাৰা টাইমুৰ
12. Q. During whose reign was the Rang Ghar reconstructed using bricks and mortar?📚. কাৰ ৰাজত্বকালত ইটা আৰু চূণ-চুকীৰ মিশ্ৰণ ব্যৱহাৰ কৰি ‘ৰংঘৰ’ৰ পুনর্নির্মাণ কৰা হৈছিল?
(A) Swargadeo Jayadhwaj Singha / স্বৰ্গদেও জয়ধ্বজ সিংহ
(B) Swargadeo Purandar Singha / স্বৰ্গদেও পুৰন্দৰ সিংহ
(C) Swargadeo Gadadhar Singha / স্বৰ্গদেও গদাধৰ সিংহ
(D) Swargadeo Pramatta Singha / স্বৰ্গদেও প্রমত্ত সিংহ
Correct Answer: D – Swargadeo Pramatta Singha / স্বৰ্গদেও প্রমত্ত সিংহ
13. Q. Where is the ‘Assam Kayaking and Canoeing Training Centre’ located?📚. অসম কায়াকিং আক কেনইং প্রশিক্ষণ কেন্দ্ৰ’ ক’ত অৱস্থিত?
(A) Deepor Beel, Guwahati / দীপৰ বিল, গুৱাহাটি
(B) Pani Dihing Beel, Sivasagar / পানী দিহিং বিল, শিৱসাগৰ
(C) Maguri Beel, Tinsukia / মাগুৰী বিল, তিনিচুকিয়া
(D) Charan Beel, Morigaon / চাৰণ বিল, মৰিগাঁও
Correct Answer: D – Charan Beel, Morigaon / চাৰণ বিল, মৰিগাঁও
14. Q. Where is the ‘Police Training College’ in Assam located?📚. অসমৰ ‘পুলিচ প্রশিক্ষণ মহাবিদ্যালয়’খন ক’ত অবস্থিত?
(A) Nagaon / নগাঁও
(B) Dergaon / দেৰগাঁও
(C) Dudhnoi / দুধনৈ
(D) Digboi / ডিগবৈ
Correct Answer: B – Dergaon / দেৰগাঁও
15. Q. Where is the ‘Garampani Sanctuary’ located?📚. গৰমপানী অভয়াৰণ্য’ ক’ত অৱস্থিত?
(A) Diphu, Assam / ডিফু, অসম
(B) Gangtok, Sikkim / গেংটক, ছিকিম
(C) Junagadh, Gujarat / জুনাগড়, গুজৰাট
(D) Kohima, Nagaland / ক’হিমা, নগালেণ্ড
Correct Answer: A – Diphu, Assam / ডিফু, অসম
16. Q. During whose reign did the Chinese pilgrim Hiuen Tsang visit Kamarupa?📚. কাৰ ৰাজত্বকালত চীনা পৰিব্রাজক হিউৱেন চাঙে কামৰূপ ভ্রমণ কৰিছিল?
(A) Bhutivarman / ভূতিবর্মন
(B) Harjaravarman / হৰ্জৰবৰ্মন
(C) Ratnapala / ৰত্নপাল
(D) Bhaskaravarman / ভাস্কৰবৰ্মন
Correct Answer: D – Bhaskaravarman / ভাস্কৰবৰ্মন
17. Q. Who among the following was hanged in the ‘Quit India Movement’ of 1942?📚. 1942 চনৰ ‘ভাৰত ত্যাগ আন্দোলন’ত তলৰ কোনজনক ফাঁচি দিয়া হৈছিল?
(A) Gomdhar Konwar / গোমধৰ কোঁৱৰ
(B) Maniram Dewan / মণিৰাম দেৱান
(C) Piyoli Phukan / পিয়লী ফুকন
(D) Kushal Konwar / কুশল কোঁৱৰ
Correct Answer: D – Kushal Konwar / কুশল কোঁৱৰ
18. Q. Assam has international boundary with which two countries?📚. অসমৰ লগত কোন দুখন দেশৰ আন্তঃৰাষ্ট্রীয় সীমা আছে?
(A) Bhutan and Bangladesh / ভুটান আৰু বাংলাদেশ
(B) Bhutan and Myanmar / ভুটান আৰু ম্যানমাৰ
(C) Bangladesh and Myanmar / বাংলাদেশ আৰু ম্যানমাৰ
(D) Myanmar and China / ম্যানমাৰ আৰু চীন
Correct Answer: A – Bhutan and Bangladesh / ভুটান আৰু বাংলাদেশ
19. 📚. The largest river island in India is situated in📚. ভাৰতৰ বৃহত্তম নদী-দ্বীপটো অৱস্থিত হৈছে
(A) Bihar / বিহাৰত
(B) West Bengal / পশ্চিমবঙ্গত
(C) Odisha / উৰিষ্যাত
(D) Assam / অসমত
Correct Answer: D – Assam / অসমত
20. Q. Who is the current External Affairs Minister of India?📚. ভাৰতৰ বৰ্তমান বৈদেশিক পৰিক্ৰমা মন্ত্রী কোন?
(A) Kiren Rijiju / কিবেণ ৰিজিজু
(B) Bhupender Yadav / ভূপেন্দৰ যাদব
(C) Jagat Prakash Nadda / জগত প্রকাশ নাড্ডা
(D) Dr. S. Jaishankar / ড০ এচ. জয়শংকৰ
Correct Answer: D – Dr. S. Jaishankar / ড০ এচ. জয়শংকৰ
21. Q. Which of the following is the first Al city in India?📚. ভাৰতৰ প্ৰথম এ. আই. (AI) নগৰ কোনখন?
(A) Kolkata / কলকাতা
(B) Lucknow / লক্ষ্ণৌ
(C) Delhi / দিল্লী
(D) Bengaluru / বেঙ্গালুক
Correct Answer: B – Lucknow / লক্ষ্ণৌ
22. Q. Which tech company has launched ‘Copilot+’ PCs with Al-enhanced functionality and a unique Recall’ feature?📚. ‘কোপাইলট+’ (Copilot+) কম্পিউটাৰ, য’ত AI-প্ৰযুক্তিৰ দ্বাৰা অনন্য ‘ৰিকল’ (Recall) ব্যৱস্থাৰ সুবিধা আছে, কোনটো প্রযুক্তি কোম্পানীয়ে বনাইছিল?
(A) Alphabet / এলফাবেট
(B) Apple / এপেল
(C) Acer / (C) এচাৰ
(D) Microsoft / মাইক্র’ চফট
Correct Answer: D – Microsoft / মাইক্র’ চফট
23. Q. Who received the Green Oscar (Whitley Gold Award), 2024?📚. গ্রীণ অস্কাৰ (হুইটলী গ’ল্ড বঁটা), 2024 কোনে লাভ কৰিছিল?
(A) Raman Sukumar / ৰমন সুকুমাৰ
(B) Brindha Devi / বৃন্ধা দেবী
(C) Krishnamoorthy / কৃষ্ণামুথী
(D) Dr. Purnima Devi Barman / ড০ পূর্ণিমা দেবী বর্মন
Correct Answer: D – Dr. Purnima Devi Barman / ড০ পূর্ণিমা দেবী বর্মন
24. Q. Which organization released the Child Nutrition Report, 2024?📚. কোন সংস্থাই শিশু পুষ্টি প্রতিবেদন, 2024 প্ৰকাশ কৰিছিল?
(A) WHO
(B) UNICEF
(C) UNDP
(D) World Bank
Correct Answer: B – UNICEF
25. Q. In the World Press Freedom Index, 2024, what is India’s rank among 180 countries?📚. বিশ্ব সংবাদ স্বাধীনতা সূচকাংক, 2024ৰ মতে 180খন দেশৰ ভিতৰত ভাৰতৰ স্থান কিমান?
(A) 159
(B) 152
(C) 150
(D) 161
Correct Answer: A – 159
26. Q. When is ‘National Cancer Awareness Day’ observed?📚. জাতীয় কেনচাৰ সচেতনতা দিৱস’ কেতিয়া পালন কৰা হয়?
(A) November 9 / নবেম্বৰ 9
(B) November 7 / নবেম্বৰ 7
(C) November 5 / নৱেম্বৰ 5
(D) November 3 / নবেম্বৰ 3
Correct Answer: B – November 7 / নবেম্বৰ 7
27. Q. In which of the following districts is the ‘Jonbeel Mela’ held every year?📚. প্ৰতি বছৰে ‘জোনবিল মেলা’ (Jonbeel Mela) কোনখন জিলাত অনুষ্ঠিত হয়?
(A) Morigaon / মৰিগাঁও
(B) Baksa / বাক্সা
(C) Chirang / চিৰাং
(D) Golaghat / গোলাঘাট
Correct Answer: A – Morigaon / মৰিগাঁও
28. Q. ‘Silpi Divas’ is celebrated on📚. ‘শিল্পী দিবস’ কেতিয়া উদ্যাপন কৰা হয়?
(A) 25th January / 25 জানুৱাৰীত
(B) 21st May / 21 মেত
(C) 17th January / 17 জানুৱাৰীত
(D) 14th November / 14 নৱেম্বৰত
Correct Answer: C – 17th January / 17 জানুৱাৰীত
29. Q. Where is the ‘Assam State Museum’ located?📚. ‘অসম ৰাজ্যিক সংগ্ৰহালয়’টো ক’ত অৱস্থিত?
(A) Guwahati / গুৱাহাটীত
(B) Sivasagar / শিৱসাগৰত
(C) Nagaon / নগাঁওত
(D) Jorhat / যোৰহাটত
Correct Answer: A – Guwahati / গুৱাহাটীত
30. Q. ASTC stands for📚. ASTC-ৰ অর্থ হ’ল
(A) Assam State Trading Corporation / আছাম ষ্টেট ট্রেডিং কর্পোৰেচন
(B) Assam State Technology Commission / আহাম ষ্টেট টেক্স’ল’জী কমিচন
(C) Assam State Transport Corporation / আছাম ষ্টেট ট্রেন্সপ’র্ট কর্পোৰেচন
(D) Assam, State Travel Corporation / আছাম ষ্টেট ট্রেভেল কর্পোৰেচন
Correct Answer: C – Assam State Transport Corporation / আছাম ষ্টেট ট্রেন্সপ’র্ট কর্পোৰেচন
31. Q. Which of the following is not an inert gas?📚. নিম্নলিখিত সমূহৰ কোনটো এটা নিষ্ক্রিয় গেছ নহয়?
(A) Argon / আর্গন
(B) Helium / হিলিয়াম
(C) Neon / নিয়ন
(D) Nitrogen / নাইট্র’জেন
Correct Answer: D – Nitrogen / নাইট্র’জেন
32. Q. The Peasant Uprising of Assam in 1894 took place at📚. 1894 চনত অসমৰ কৃষক বিদ্রোহ কোন ঠাইত সংঘটিত হৈছিল?
(A) Gohpur / গহপুৰ
(B) Yandaboo / ইয়াণ্ডাবু
(C) Patharughat / পথৰুঘাট
(D) Dhekiajuli / ঢেকিয়াজুলি
Correct Answer: C – Patharughat / পথৰুঘাট
33. Q. Who won the best player award in the ICC Men’s T20 World Cup, 2024?📚. পুৰুষৰ আই. চি. চি. T20 বিশ্বকাপ, 2024ত কোনে শ্ৰেষ্ঠ খেলুৱৈৰ পুৰস্কাৰ লাভ কৰিছিল ?
(A) Suryakumar Yadav / সূর্যকুমাৰ যাদৱ
(B) Travis Head / ট্রেভিচ হে’দ
(C) Jasprit Bumrah / জচপ্রিত বুমৰাহ
(D) None of them / ইয়াৰ এজনও নহয়
Correct Answer: C – Jasprit Bumrah / জচপ্রিত বুমৰাহ
34. Q. Where will the 2034 FIFA World Cup be held?📚. 2034 চনৰ ফিফা বিশ্বকাপ ক’ত অনুষ্ঠিত হ’ব?
(A) Spain / স্পেইন
(B) Saudi Arabia / চৌদি আৰব
(C) Canada / কানাডা
(D) None of these / এইবোৰৰ কোনোটোৱেই নহয়
Correct Answer: B – Saudi Arabia / চৌদি আৰব
35. Q. Standard Missile-6 (SM-6) was developed by which country?📚. কোন দেশে ‘ষ্টেন্ডার্ড মিছাইল-6’ (এছ. এম.-6) উদ্ভাবন কৰিছিল?
(A) USA / আমেৰিকা
(B) Japan / জাপান
(C) India / ভাৰত
(D) China / চীন
Correct Answer: A – USA / আমেৰিকা
36. Q. PM-SURAJ Portal is implemented by which Ministry?📚. পি. এম. সুবজ পর্টেল কোন মন্ত্রালয়ৰ দ্বাৰা ৰূপায়ণ কৰা হৈছে?
(A) The Ministry of Rural Development / গ্রাম্য বিকাশ মন্ত্রালয়
(B) The Ministry of New and Renewable Energy / নতুন আৰু নৱীকৰণীয় শক্তি মন্ত্রালয়
(C) The Ministry of Social Justice and Empowerment / সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্রালয়
(D) The Ministry of Housing and Urban Affairs / গৃহ নির্মাণ আৰু নগৰ প্ৰাধিক্ৰণ মন্ত্রালয়
Correct Answer: C – The Ministry of Social Justice and Empowerment / সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্রালয়
37. Q. Which player won the Orange Cap in IPL, 2024?📚. 2024 চনৰ আই. পি. এল. প্রতিযোগিতাত কোনে ‘অৰেঞ্জ কেপ’ লাভ কৰিছিল?
(A) Abhishek Sharma / অভিষেক শর্মা
(B) Virat Kohli / বিৰাট কোহলি
(C) Rinku Singh / ৰিংকু সিং
(D) None of them / ইয়াৰ এজনো নহয়
Correct Answer: B – Virat Kohli / বিৰাট কোহলি
38. Q. Which sector has received the highest allocation in the Budget for 2025-2026?📚. 2025-2026ত কোন খণ্ডই আটাইতকৈ বেছি বাজেটৰ অংশ লাভ কৰিছে?
(A) Education / শিক্ষা
(B) Rural Development / গ্রাম্য বিকাশ
(C) Indian Railways / ভাৰতীয় ৰেল
(D) Defence / প্রতিৰক্ষা
Correct Answer: D – Defence / প্রতিৰক্ষা