1.অসমৰ প্রথম অসমীয়া কথা ছবিখনৰ নাম কি ?
উত্তৰ : জয়মতী(1935)
2.অসমৰ প্রথম অসমীয়া ৰঙীন কথা ছবিখনৰ নাম কি ?
উত্তৰ : ভাইটি(1972)
3.অসমৰ প্রথম শিশু আলোছনী খনৰ নাম কি ?
উত্তৰ : ঘৰ জেউতি(1927)
4.প্রথম আধুনিক অসমীয়া নাটক খনৰ নাম কি ?
উত্তৰ : ৰাম নবমী(1857), গুণাভিৰাম বৰুৱা
5.অসমৰ প্রথম আলোচনী খনৰ নাম কি ?
উত্তৰ : অৰুনোদই (1848 -1882)
6.অসমত বৈষ্ণৱ ধৰ্মৰ প্রৱৰ্তক কোন ?
উত্তৰ : শ্রীমন্ত শংকৰদেৱ
7.অসমীয়া ভাষাত ৰচিত প্রথম খন গ্রন্থৰ নাম কি ?
উত্তৰ : প্রহ্লাদ চৰিত (ৰচক হেমসৰস্বতী)
8.প্রথম অসমীয়া প্রবন্ধটোৰ নাম কি আৰু কোনে লিখিছিল ?
উত্তৰ : কথাগীতা , ভট্রদেৱ
9.অসমীয়াত প্রকাশিত প্রথম অভিধান কোনে লিখিছিল ?
উত্তৰ : মাইলছ ব্রনছন
10.প্রথম অসমীয়া বুৰঞ্জীমূলক উপন্যাস খনৰ নাম কি ?
উত্তৰ : ভানুমতী, পদ্মনাথ গোহাঁঞিবৰুৱা
11.সাহিত্য অকাডেমি বটাঁ লাভ কৰা প্রথম অসমীয়া উপন্যাস খনৰ নাম কি ?
উত্তৰ : ইয়াৰুইঙ্গম(1961), বীৰেন্দ্র কুমাৰ ভটাচাৰ্য
12.সাহিত্য অকাডেমি বটাঁ লাভ কৰা প্রথম অসমীয়া গ্রন্থ খনৰ নাম কি ?
উত্তৰ : বনফুল(1955),যতীন্দ্র নাথ দুৱাৰা
জ্ঞানপীঠ বটাঁ লাভ কৰা প্রথম অসমীয়া গ্রন্থ খনৰ নাম কি ?
উত্তৰ : মৃত্যুঞ্জয়(1979) বীৰেন্দ্র কুমাৰ ভটাচাৰ্য
14.প্রথম অসীয়া শিশু উপন্যাস খনৰ নাম কি ?
উত্তৰ : পাতাল পুৰী
15.অসমৰ প্রথম ICS আৰু বেৰিষ্টাৰ কোন ?
উত্তৰ : আনন্দৰাম বৰুৱা
16.প্রথম অসমীয়া ভাৰতৰ ৰাষ্টপতি জনৰ নাম কি ?
উত্তৰ : ফকৰুদ্দিন আলি আহমেদ
17.প্রথম অসমীয়া ৰাজ্যপাল জনৰ নাম কি ?
উত্তৰ : বিষ্ণুৰাম মেধি
18.প্রথম অসমীয়া নিৰ্বাচনী আয়ুক্ত জনৰ নাম কি ?
উত্তৰ : হৰিশংকৰ ব্রহ্ম
প্রথম অসম সাহিত্য সভাৰ সভাপতি জনৰ নাম কি ?
উত্তৰ : পদ্মনাথ গোহাঁঞিবৰুৱা
20.অৰ্জুন বটাঁ বিজয়ী প্রথম অসমীয়া জন কোন ?
উত্তৰ : ভোগেশ্বেৰ বৰুৱা
প্রথম অসমৰ মহিলা মুখ্যমন্ত্রী গৰাকীৰ নাম কি ?
উত্তৰ : চৈয়দা আনোৱাৰা টাইমোৰ
22.প্রথম অসমৰ PhD লাভ কৰা ব্যক্তি জনৰ নাম কি ?
উত্তৰ : মইদুল ইছলাম বৰা
প্রথম অসমৰ মহিলা স্নাতক গৰাকীৰ নাম কি ?
উত্তৰ : সুধালতা দুৱৰা
প্রথম অসমীয়া কাব্য খনৰ নাম কি ?
উত্তৰ : অভিমণ্যবধ1857, ৰমাকান্ত চৌধুৰী
অসমৰ প্রথম বাতৰি কাকত খনৰ জনৰ নাম কি ?
উত্তৰ : নাথান ব্রাউন
26.ৰামায়ণ প্রথমে অসমীয়ালৈ কোনে অনুবাদ কৰিছিল ?
উত্তৰ : মাধব কন্দলি
27.সংস্কৃতৰ পৰা পৰা অনুবাদ কৰা প্রথম অসমীয়া নাটক খনৰ নাম কি ?
উত্তৰ : শকুন্তলা,অনুবাদ কৰিছিল লম্বোদৰ বৰা
28.জোনাকি কাকতৰ প্রথম সম্পাদক জনৰ নাম কি ?
উত্তৰ : চন্দ্রকুমাৰ আগৰৱালা
প্রথম অসমীয়া মন্ছ নাট খনৰ নাম কি ?
উত্তৰ : চিহ্ন যাত্রা1468, শংকৰদেব
স্বৰ্ণকমল লাভ কৰা প্রথম অসমীয়া চলচিত্র খনৰ নাম কি ?
উত্তৰ : হালধীয়া চৰাইয়ে বাওধান খায়(1987), জাহ্নুবৰুৱা
প্ৰশ্ন :- আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল ?
উত্তৰ : ১২৫৩ চনত
প্ৰশ্ন :- কোন ৰজাৰ শাসন কালত আৰু ক’ত জয়মতী কুঁৱৰীক শাস্তি দি হত্যা কৰিছিল ?
উত্তৰ : ল’ৰাৰজা চলিকফাৰ শাসন কালত ; জেৰেঙা পথাৰত
প্ৰশ্ন :- আহোম আৰু মোগল সকলৰ শেষ ৰণ খন কোন চনত হৈছিল ?
উত্তৰ : ১৬৮২ চনত
প্ৰশ্ন :- জয়দল, জয়সাগৰ পুখুৰী কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল?
উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰসিংহ
প্ৰশ্ন :- অসমত ৬০০ বছৰৰো অধিক কাল ৰাজত্ব কৰা আহোম সকলৰ ৰাজধানী চহৰ খনৰ নাম কি ?
উত্তৰ : শিৱসাগৰ
প্ৰশ্ন :- আহোম সকলৰ শেষ কীৰ্তি স্তম্ভটো গুৱাহাতীৰ ক’ত অৱস্থিত ?
উত্তৰ : বশিষ্ঠাশ্ৰমত
প্ৰশ্ন :- অসমৰ প্ৰাচীন নাম কি ?
উত্তৰ : প্ৰাগজ্যোতিষপুৰ
প্ৰশ্ন :- কাৰ দিনত চীনা পৰিব্ৰাজক অসমলৈ আহে ?
উত্তৰ :ভাস্কৰবৰ্মাৰ দিনত
প্ৰশ্ন :- চীনা পৰিব্ৰাজকজনৰ নাম কি ?
উত্তৰ :হিউৱেন চাং
প্ৰশ্ন :- ‘অসম’ নাম কেতিয়াৰ পৰা হয় ?
উত্তৰ :আহোমসকলৰ ৰাজত্ব কালৰ পৰা
প্ৰশ্ন :- আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল ?
উত্তৰ :প্ৰায় ৬০০ বছৰ (598 years)
প্ৰশ্ন :- আহোমসকল কেতিয়া অসমলৈ আহিছিল?
উত্তৰ : ইংৰাজী ১২২৮ চনত
প্ৰশ্ন :- অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰ : চুকাফা
প্ৰশ্ন :- আহোমৰ শেষ ৰজাজনৰ নাম কি ?
উত্তৰ : স্বৰ্গদেউ পুৰন্দৰ সিংহ
প্ৰশ্ন : আহোম সকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন ?
উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰ সিংহ
প্ৰশ্ন :- অসমৰ বুৰঞ্জী সৰ্বপ্ৰথম কোন সম্প্ৰদায়ে লিখে ?
উত্তৰ : আহোম সকলে
২) প্ৰশ্ন :- অসমৰ প্ৰথম বাতৰি কাকত ‘অৰুনোদই’ৰ প্ৰতিস্থাপক সম্পাদক কোন আছিল ?
উত্তৰ : নাথান ব্ৰাউন
৩) প্ৰশ্ন :- ‘সাহিত্যৰথী’ নামেৰে জনাজাত অসমৰ প্ৰখ্যাত সাহিত্যিক জনৰ নাম কি ?
উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা
৪) প্ৰশ্ন : অসমৰ অ’ মোৰ আপোনাৰ দেশ নামৰ জাতীয় সঙ্গীতটোৰ ৰচক কোন ?
উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা
৫) প্ৰশ্ন :- কাক ১৯৫৮ চনত ‘পদ্মশ্ৰী’ আৰু ১৯৬৭ চনত ‘অলকানন্দা’ৰ বাবে সাহিত্য অকাডেমী বঁটা প্ৰদান কৰা হয় ?
উত্তৰ : নলিনীবালা দেৱী
৬) প্ৰশ্ন :- অসমীয়া ভাষাই কিমান চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল ?
উত্তৰ : ১৯৬১ চনত
৭) প্ৰশ্ন :- অসামৰ প্ৰথম বাতৰি কাকত ‘অৰুনোদই’ কিমান চনৰ প্ৰকাশিত হৈছিল ?
উত্তৰ : ১৮৪৬ চনত
৮) প্ৰশ্ন :- প্ৰথম অসমীয়া মাহেকীয়া আলোচনী ‘জোনাকী’ প্ৰথমবাৰ কলিকতাৰ (এতিয়াৰ ক’লকাতা) পৰা প্ৰকাশিত হৈছিল ?
উত্তৰ : ১৮৮৯ চনত
৯) প্ৰশ্ন :- জ্ঞানপীঠ বঁটাৰে সন্মানিত প্ৰথম জন অসমীয়া সাহিত্যিক কোন?
উত্তৰ : বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
১০) প্ৰশ্ন :- প্ৰথম ৰেকৰ্ডিং কৰা অসমীয়া নাট খনৰ নাম কি?
উত্তৰ : ৰুক্মিণী হৰণ
১১) প্ৰশ্ন :- মহাপুৰুষ শংকৰদেৱে কেইখন অংকীয়া নাট লিখিছিল ?
উত্তৰ : ছয় খন
১২) প্ৰশ্ন :- কম্পিউটাৰত কোনে প্ৰথমে অসমীয়া পুথি লিখি উলিয়াইছিল ?
উত্তৰ : দিলীপ কুমাৰ দত্ত
১৩) প্ৰশ্ন : প্ৰথম অসমীয়া অনূদিত গ্ৰন্থ খনৰ নাম কি ?
উত্তৰ : যাত্ৰিকৰ যাত্ৰা
১৪) প্ৰশ্ন :- কাক ‘অসমীয়া সাহিত্য-সংস্কৃতিৰ জনক’ বুলি কোৱা হয় ?
উত্তৰ : শ্ৰী মন্ত শংকৰদেৱ
১৫) প্ৰশ্ন : অসমীয়া দিনপঞ্জীৰ প্ৰথম মাহ কোনটো ?
উত্তৰ : ব’হাগ
১৬) প্ৰশ্ন : প্ৰথম অসমীয়া ব্যাকৰণ খনৰ নাম কি ?
উত্তৰ : অসমীয়া ভাষাৰ ব্যাকৰণ
১৭) প্ৰশ্ন :- প্ৰথম অসমীয়া সাহিত্যৰ বুৰঞ্জী পুথি খনৰ নাম কি?
উত্তৰ : অসমীয়া সাহিত্যৰ বুৰঞ্জী
১৮) প্ৰশ্ন :- প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত খনৰ নাম কি ?
উত্তৰ : দৈনিক বাতৰি
১৯) প্ৰশ্ন :- প্ৰথম অসমীয়া কবিতা পুথি খনৰ নাম কিb?
উত্তৰ : প্ৰহ্লাদ চৰিত
২০) প্ৰশ্ন :- প্ৰথম অসমীয়া বুৰঞ্জী মূলক উপন্যাস খনৰ নাম কি ?
উত্তৰ : ভানুমতী
১) প্ৰশ্ন :- মামণি ৰয়চম গোস্বামীয়ে কেতিয়া ‘জ্ঞানপীঠ বঁটা’ অৰ্জন কৰিছিল ?
উত্তৰ : ২০০১ চনত
২) প্ৰশ্ন :- অসমৰ প্ৰথম বাতৰি কাকত ‘অৰুনোদই’ৰ প্ৰতিস্থাপক সম্পাদক কোন আছিল ?
উত্তৰ : নাথান ব্ৰাউন
৩) প্ৰশ্ন :- ‘সাহিত্যৰথী’ নামেৰে জনাজাত অসমৰ প্ৰখ্যাত সাহিত্যিক জনৰ নাম কি ?
উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা
৪) প্ৰশ্ন : অসমৰ অ’ মোৰ আপোনাৰ দেশ নামৰ জাতীয় সঙ্গীতটোৰ ৰচক কোন ?
উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা
৫) প্ৰশ্ন :- কাক ১৯৫৮ চনত ‘পদ্মশ্ৰী’ আৰু ১৯৬৭ চনত ‘অলকানন্দা’ৰ বাবে সাহিত্য অকাডেমী বঁটা প্ৰদান কৰা হয় ?
উত্তৰ : নলিনীবালা দেৱী
৬) প্ৰশ্ন :- অসমীয়া ভাষাই কিমান চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল ?
উত্তৰ : ১৯৬১ চনত
৭) প্ৰশ্ন :- অসামৰ প্ৰথম বাতৰি কাকত ‘অৰুনোদই’ কিমান চনৰ প্ৰকাশিত হৈছিল ?
উত্তৰ : ১৮৪৬ চনত
৮) প্ৰশ্ন :- প্ৰথম অসমীয়া মাহেকীয়া আলোচনী ‘জোনাকী’ প্ৰথমবাৰ কলিকতাৰ (এতিয়াৰ ক’লকাতা) পৰা প্ৰকাশিত হৈছিল ?
উত্তৰ : ১৮৮৯ চনত
৯) প্ৰশ্ন :- জ্ঞানপীঠ বঁটাৰে সন্মানিত প্ৰথম জন অসমীয়া সাহিত্যিক কোন?
উত্তৰ : বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
১০) প্ৰশ্ন :- প্ৰথম ৰেকৰ্ডিং কৰা অসমীয়া নাট খনৰ নাম কি?
উত্তৰ : ৰুক্মিণী হৰণ
১১) প্ৰশ্ন :- মহাপুৰুষ শংকৰদেৱে কেইখন অংকীয়া নাট লিখিছিল ?
উত্তৰ : ছয় খন
১২) প্ৰশ্ন :- কম্পিউটাৰত কোনে প্ৰথমে অসমীয়া পুথি লিখি উলিয়াইছিল ?
উত্তৰ : দিলীপ কুমাৰ দত্ত
১৩) প্ৰশ্ন : প্ৰথম অসমীয়া অনূদিত গ্ৰন্থ খনৰ নাম কি ?
উত্তৰ : যাত্ৰিকৰ যাত্ৰা
১৪) প্ৰশ্ন :- কাক ‘অসমীয়া সাহিত্য-সংস্কৃতিৰ জনক’ বুলি কোৱা হয় ?
উত্তৰ : শ্ৰী মন্ত শংকৰদেৱ
১৫) প্ৰশ্ন : অসমীয়া দিনপঞ্জীৰ প্ৰথম মাহ কোনটো ?
উত্তৰ : ব’হাগ
১৬) প্ৰশ্ন : প্ৰথম অসমীয়া ব্যাকৰণ খনৰ নাম কি ?
উত্তৰ : অসমীয়া ভাষাৰ ব্যাকৰণ
১৭) প্ৰশ্ন :- প্ৰথম অসমীয়া সাহিত্যৰ বুৰঞ্জী পুথি খনৰ নাম কি?
উত্তৰ : অসমীয়া সাহিত্যৰ বুৰঞ্জী
১৮) প্ৰশ্ন :- প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত খনৰ নাম কি ?
উত্তৰ : দৈনিক বাতৰি
১৯) প্ৰশ্ন :- প্ৰথম অসমীয়া কবিতা পুথি খনৰ নাম কিb?
উত্তৰ : প্ৰহ্লাদ চৰিত
২০) প্ৰশ্ন :- প্ৰথম অসমীয়া বুৰঞ্জী মূলক উপন্যাস খনৰ নাম কি ?
উত্তৰ : ভানুমতী
১) প্ৰশ্ন :- অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ প্ৰথম অধিবেশন কেতিয়া হৈছিল ?
উত্তৰ : ১৮৮৮ চনৰ ২৫ আগষ্টত
২) প্ৰশ্ন :- কোনে প্ৰথম অসমীয়া ভাষাত সাধুকথাৰ পুথি ৰচনা কৰে ?
উত্তৰ : ১৮৫০ চনত এলিজা ব্ৰাউনে
৩) প্ৰশ্ন :- প্ৰাক-শংকৰী যুগৰ কবি সকলৰ নাম কি কি ?
উত্তৰ : হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, ৰুদ্ৰ কন্দলী, হৰিহৰ বিপ্ৰ আৰু মাধৱ কন্দলী
৪) প্ৰশ্ন :- কোনে, কেতিয়া বিষ্ণুপ্ৰসাদ ৰাভাক ‘কলাগুৰু’ উপাধি প্ৰদান কৰিছিল ?
উত্তৰ : কাশী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণণ মেননে, ১৯৪০ চনত
৫) প্ৰশ্ন : ‘ধন্য নৰ তনু ভাল’ নামৰ পুথি খন কোনে ৰচনা কৰিছিল ?
উত্তৰ : শংকৰদেৱৰ জীৱনৰ ওপৰত ভিত্তি কৰি ছৈয়দ আব্দুল মালিকে এই উপন্যাস খন ৰচনা কৰিছিল
৬) প্ৰশ্ন :- অসমীয়া ভাষা কোনবোৰ ভাষাৰ সমন্বয়ৰ ফলত গঢ় লৈ উঠিছিল ?
উত্তৰ : মাগধী, প্ৰাকৃত, আৰ্যোত্তৰ ভাষাসমূহ, জনজাতীয় ভাষা, ইংৰাজী, স্পেনিছ, ওলন্দাজ, পাৰ্ছী, আৰবী আদি বিদেশী ভাষা সমূহৰ সমন্বয়ৰ ফলত অসমীয়া ভাষা গঢ় লৈ উঠিছিল
৭) প্ৰশ্ন :- ‘কীৰ্তন-ঘোষা’ আৰু ‘নামঘোষা’ ৰ ৰচক কোন?
উত্তৰ : মহাপুৰুষ শংকৰদেৱে কীৰ্তন ঘোষা আৰু মাধৱদেৱে নামঘোষা ৰচনা কৰিছিল
৮) প্ৰশ্ন : পূৰ্বতে আহোম সকল কোন ভাষা গোষ্ঠীৰ অন্তৰ্ভূক্ত আছিল ?
উত্তৰ : পূৰ্বতে আহোম সকল টাই ভাষাৰ অন্তৰ্ভূক্ত আছিল
৯) প্ৰশ্ন : অসমীয়া ভাষা উন্নয়নৰ বাবে বৰঙণি আগবঢ়োৱা দুজন মিছনেৰীৰ নাম কি কি ?
উত্তৰ : তেওঁলোক হ’ল মাইলছ ব্ৰনছন আৰু নাথান ব্ৰাউন
১0) প্ৰশ্ন :- মামণি ৰয়চম গোস্বামীৰ জন্ম কেতিয়া হৈছিল ?
উত্তৰ : ১৮৪২ চনৰ ১৪ নৱেম্বৰত
১) প্ৰশ্ন: বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ গুৰু সকলৰ জীৱনীৰ ওপৰত ৰচিত এক শ্ৰেণীৰ সাহিত্য পুথি সমূহক অসমীয়া ভাষাত কি বুলি জনা যায় ?
উত্তৰ : চৰিত পুথি
২) প্ৰশ্ন : সংগীত সাধনাৰ ক্ষেত্ৰত প্ৰথম অসমীয়া পুথি খনৰ নাম কি ?
উত্তৰ : সংগীত কোষ (লক্ষ্মীনাথ বেজবৰুৱা )
৩) প্ৰশ্ন : ইতিহাসৰ আন এটা নাম কি?
উত্তৰ : বুৰঞ্জী।
৪) প্ৰশ্ন : অসমীয়া ভাষাৰ প্ৰকৃত গদ্য সাহিত্যৰ জন্মদাতা কোন ?
উত্তৰ : ভট্টদেৱক
৫) প্ৰশ্ন :- অসমীয়াৰ উপৰিও অসমত সৰ্বাধিক প্ৰচলিত ভাৰতীয় ভাষা কেইটা কি কি ?
উত্তৰ : হিন্দী, ইংৰাজী, বঙালী, বড়ো, কাৰ্বি ইত্যাদি
৬) প্ৰশ্ন :- প্ৰথম প্ৰথম অসমীয়া ছপা কৰা পুথি খনৰ নাম আৰু প্ৰকাশৰ চনটো কি ?
উত্তৰ : ‘ধৰ্ম-পুস্তক’, ১৮১৩ৱ চনত
৭) প্ৰশ্ন :- অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল ?
উত্তৰ : খ্ৰীষ্টীয় নৱম-দশম শতিকাত
৮) প্ৰশ্ন :- জোনাকী যুগৰ ত্ৰিমূৰ্ত্তি কোন কোন ?
উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰ কুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী
৯) প্ৰশ্ন :- অসমীয়া ভাষাত প্ৰথম প্ৰকাশিত ‘ডাইজেষ্ট ’ আলোচনী খনৰ নাম কি?
উত্তৰ : তফজ্জুল আলি সম্পাদিত ‘সংগম’
১0) প্ৰশ্ন :- অসমীয়া বৈষ্ণৱ সাহিত্যৰ প্ৰধান গ্ৰন্থ কেইখন কি কি ?
উত্তৰ : কীৰ্তন ঘোষা, নামঘোষা, দশম আৰু ভক্তি ৰত্নাকৰ
প্ৰশ্ন – প্ৰথম অসমীয়া আত্মজীৱনী খনৰ নাম কি ?
উত্তৰ : অসমীয়া পুথিৰ তালিকা I
প্ৰশ্ন :- ‘উত্তৰাকাণ্ড ৰামায়ণ’ৰ অসমীয়া অনুবাদ কোনে কৰিছিল ?
উত্তৰ : শ্ৰী মন্ত শংকৰদেৱে I
প্ৰশ্ন :- শোণিত কুঁৱৰী’ নাটক খনৰ লেখক কোন ?
উত্তৰ : ৰুপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা I
প্ৰশ্ন :- অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ উন্নতিৰ বাবে গঠিত সংস্থাটোৰ নাম কি ?
উত্তৰ : অসম সাহিত্য সভা I
প্ৰশ্ন : – ৰামায়ণ কোনে অসমীয়ালৈ অনুবাদ কৰিছিল ?
উত্তৰ : মাধৱ কন্দলী
প্ৰশ্ন :- অসমীয়া সাহিত্যৰ ‘ৱাল্টাৰ স্কট’ বুলি কাক আখ্যা দিয়া হয়?
উত্তৰ : ৰজনীকান্ত বৰদলৈ
প্ৰশ্ন :- প্ৰায় সমগ্ৰ ‘মহাভাৰত’ কোনে অসমীয়াত ৰচনা কৰিছিল?
উত্তৰ : ৰাম সৰস্বতী
প্ৰশ্ন : ‘গ্ৰামাটিকেল নোটছ অৱ দ্য আছামিজ লেংগুৱেজ’ নামৰ পুথিখন কোনে ৰচনা কৰিছিল?
উত্তৰ : নাথান ব্ৰাউন
প্ৰশ্ন :- অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা অসমীয়া ভাষাৰ প্ৰথম নাট খনৰ নাম কি?
উত্তৰ : বীণ বৰাগী
প্ৰশ্ন :- সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া কাব্যগ্ৰন্থ ‘বনফুল’ (১৯৫৫) ৰ ৰচক কোন?
উত্তৰ : যতীন্দ্ৰ নাথ দুৱৰা
প্ৰশ্ন :- প্ৰথম অসমীয়া অভিধানখন কিমান চনত কোনে ৰচিত আৰু প্ৰকাশিত কৰিছিল ?
উত্তৰ : ১৮৬৭ চন, মাইলছ ব্ৰনছনে
প্ৰশ্ন -: প্ৰথম অসমীয়া গদ্য সংকলন ‘কথা গীতা’ৰ ৰচক কোন ?
উত্তৰ : ভট্টদেৱ
প্ৰশ্ন : আনন্দৰাম ঢেকিয়াল ফুকনৰ দ্বাৰা ৰচিত কোন খন পুথি অসমীয়া ভাষাৰ প্ৰথম পাঠ্যপুথি ?
উত্তৰ : অসমীয়া ল’ৰাৰ মিত্ৰ
অসমীয়া ভাষা লিখনিত শ্বৰ্ট হেণ্ড (Short Hand) পদ্ধতি প্ৰৱৰ্তন কৰা প্ৰথম ব্যক্তিজনৰ নাম কি?
উত্তৰ : ফণী শৰ্মা
প্ৰশ্ন -: অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধান খনৰ নাম কি ?
উত্তৰ : চন্দ্ৰকান্ত অভিধান
প্ৰশ্ন :- অসমৰ মুখ্য ভাষা কি ?
উত্তৰ : অসমীয়া ভাষা I
প্ৰশ্ন :- হিন্দী ভাষালৈ অনূদিত প্ৰথম অসমীয়া কিতাপ খনৰ নাম কি ?
উত্তৰ : চিত্ৰ ভাগৱত I
প্ৰশ্ন : অসমীয়া ভাষা – সাহিত্যৰ ‘পিতৃ’ কোন ?
উত্তৰ : শ্ৰী মন্ত শংকৰদেৱ I
প্ৰশ্ন :- অসমীয়া চুটি গল্পৰ জনক কোন ?
উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা I
১) প্ৰশ্ন :- অসমীয়া ভাষাটো ভাৰতীয় কোন গোষ্ঠীৰ ভাষা ?
উত্তৰ : আৰ্য
২) প্ৰশ্ন :- প্ৰথম অসমীয়া গদ্য সংকলন ‘কথা গীতা’ৰ ৰচক কোন ?
উত্তৰ : ভট্টদেৱ
৩) প্ৰশ্ন :- শ্ৰী মন্ত শংকৰদেৱে তেখেতৰ নাট সমূহ লিখোতে কি ভাষা ব্যৱহাৰ কৰিছিল ?
উত্তৰ : ব্ৰজাৱলী
৪) প্ৰশ্ন :- কোন চনত কোনে অসমীয়া ভাষাক অসমত নতুনকৈ প্ৰতিষ্ঠিত কৰিছিল ?
উত্তৰ : ১৮৭২ চনত , চাৰ জৰ্জ কেম্পবেলে
৫) প্ৰশ্ন :- ছেক্সপীয়েৰৰ কোনখন নাট অসমীয়ালৈ অনূদিত প্ৰথম নাট ?
উত্তৰ : কমেদী অৱ এৰৰ্চ
৬) প্ৰশ্ন :- কোন চনত আইন মতে অসমীয়া ভাষা ৰাজ্যিক চৰকাৰী ভাষা হিচাপে পৰিগণিত হয়?
উত্তৰ : ১৯৬০ চনত
৭) প্ৰশ্ন :- অসমীয়া চুটি গল্পৰ ‘পিতৃস্বৰুপ’ কোন ?
উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা
৮) প্ৰশ্ন :- ১৯৯০ চনত কাৰ দ্বাৰা ৰচিত কোনখন উপন্যাস হৈছে প্ৰথম অসমীয়া উপন্যাস ?
উত্তৰ : পদ্মনাথ গোহাঞি বৰুৱা, ভানুমতী
৯) প্ৰশ্ন :- শংকৰদেৱৰ দ্বাৰা উদ্ভাৱিত এক অংকযুক্ত নাটসমূহক কি নাট বোলা হয় ?
উত্তৰ : অংকীয়া নাট
১০) প্ৰশ্ন :- সাহিত্য একাডেমী বঁটা লাভ কৰা কোনখন পুথি প্ৰথম অসমীয়া পুথি?
উত্তৰ : বনফুল