Category: General knowledge
*𝐅𝐢lmyz𝐢𝐥l𝐚!— Spider-Man: Brand New Day [2026]𝐅𝗎𝚕𝗅.𝖬𝐨𝚟𝗂𝐞. Downl𝚘ad 𝐇𝐃 𝐇𝙸𝙽𝐃𝙸 𝐃𝚞𝚋𝚋𝐞𝚍 𝐌𝗉𝟦m𝐨𝐯𝐢𝐞z.
23 Seconds Ago • proWelcome to the official github gistspace dedicated to Spider-Man: Brand New Day (2026) a myth-driven action Mummy set in the spiritual heartlands of South India. Serving as a narrative prelude to the 2022 phenomenon, the film traces the birth of a guardian, the rise of sacred land, and the unseen forces…
জুবীন গাৰ্গ – A Legend
জুবীন গাৰ্গ (জন্ম: জুবীন বৰঠাকুৰ (অসমীয়া উচ্চাৰণ: [zubin bɔɹtʰakuɹ]; ১৮ নৱেম্বৰ ১৯৭২ – ১৯ ছেপ্টেম্বৰ ২০২৫)) এজন ভাৰতীয় সংগীতশিল্পী আছিল। তেওঁ মূলতঃ অসমীয়া, বঙালী আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰ আৰু সংগীত শিল্পত কাম কৰিছিল আৰু গান গাইছিল। তেওঁ ৪০টা আন ভাষা আৰু উপভাষাতো গান গাইছিল, য’ত অন্তৰ্ভুক্ত হৈছে — বিষ্ণুপ্ৰিয়া মণিপুৰী, আদি, বড়ো, ইংৰাজী, গোলপাৰীয়া, কন্নড়,…
মাটিৰ জোখ-মাখ
🟢 মাটিৰ জোখ-মাখ: অসমীয়া ভূমি মাপৰ পৰিমাপ জোখমাপৰ বাবে ইয়াত ল্কিক কৰক মাটিৰ জোখ-মাখ Tool অসমত বহুসময়তে ভূমি বিক্ৰী, খৰিদ বা কৃষিৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ মাটিৰ একক ব্যৱহাৰ কৰি আহিছোঁ—নল, লেচা, কঠা, বিঘা, একৰ, পুৰা, আদি। এই শব্দবোৰে সাধাৰণ মানুহৰ বাবে কেতিয়াবা বিভ্ৰান্তিৰ সৃষ্টি কৰে। সেয়েহে, আজিৰ এই ব্লগত আমি জানিম মাটিৰ জোখ-মাখৰ সম্পূৰ্ণ…
হৃদয় এক বিজ্ঞাপন উপন্যাস – অনুৰাধা শৰ্মা পূজাৰী
হৃদয় এক বিজ্ঞাপন বন্ধ লিফ্টৰ ভিতৰত অকলশৰে সদায় অস্বস্তি হয় ভাস্বতীৰ। আজিও হৈছে। সো-সোৱাই লিফ্টখন ওপৰলৈ উঠি গৈছে। তাইৰ চকুৰ আগত ‘কম্পিউটাৰাইজড’ ৰঙা আখৰবোৰ জ্বলিছে, নুমাইছে তিনি, চাৰি, পাঁচ…. ছয় নম্বৰত লিফ্টখন সামান্য থমকি ৰ’ল। এজন হটঙা ছুট-টাই পৰিহিত পাঞ্জাৱী মানুহ উঠিল। নিশ্চয় এই বিল্ডিঙতেই কাম কৰে। আঠ নম্বৰত লিফ্টখন ৰ’লত তাই ওলাই আহিল। পিছে…
Read More “হৃদয় এক বিজ্ঞাপন উপন্যাস – অনুৰাধা শৰ্মা পূজাৰী” »
মৌলিক অধিকাৰ ১ম খণ্ড
সমতাৰ অধিকাৰ (ধাৰা ১৪, ১৫, ১৬ , ১৭ আৰু ১৮): স্বাধীনতাৰ অধিকাৰ (ধাৰা ১৯ , ২০ , ২১ আৰু ২২ ):
ভাৰতত কৃষক আন্দোলন
পাতনি ১৯ তম কৃষক আন্দোলন (গান্ধীৰ পূৰ্বৰ পৰ্যায়) ২০ শতিকাৰ কৃষক আন্দোলন (গান্ধী পৰ্যায়) আন্দোলনসমূহৰ তাৎপৰ্য্য
চাৰ্টাৰ এক্ট ১৮৩৩
পাতনি টোকা ১৮৩৩ চনৰ চাৰ্টাৰ এক্টৰ বৈশিষ্ট্য আইনখনৰ তাৎপৰ্য
Assam Police Constable Previous Year Question Anwer
1. Q. The only plateau in Assam is📚. অসমৰ একমাত্র মালভূমিটো হৈছে (A) Deccan Plateau / দাক্ষিণাত্য মালভূমি (B) Karbi Plateau / কার্বি মালভূমি (C) Meghalaya Plateau / মেঘালয় মালভূমি (D) Chota Nagpur Plateau / চোটনাগপুৰ মালভূমি Correct Answer: B – Karbi Plateau / কার্বি মালভূমি 2. Q. Fathiyyah-i-Ibriyyah of Shihab-ud-din Talish is an important…
Read More “Assam Police Constable Previous Year Question Anwer” »
Free Assamese Literature PDF
Axomiyaarchive :- কিতাপৰ নামবোৰ ইংৰাজীত লিখিব । আপুনি এতিয়া সহজেই বিভিন্ন অসমীয়া কিতাপসমূহ পিডিএফ ৰূপত লাভ কৰিব পাৰে। Axomiya Archive ৱেবচাইটত গৈ অসংখ্য মূল্যবান অসমীয়া সাহিত্য ডাউনলোড কৰি লওক। উপলব্ধ কিতাপসমূহৰ তালিকা: AabegAabraham Linkan Ed. 1stAacharya Binowa Bhabe Vol. 5Aadi CharitAadipath Agchora Ed.1stAadipath MajochoraAadipath Part. 1Aahinar HahiAahinkha-Samaj-Biplab Ed. 2ndAahutiAai Ed. 4thAai Pathe Ringiyai Ed. 2ndAakashi…
