Assam Gk – Mix
📖📖 সাধাৰণ জ্ঞান 📖📖 ১) প্ৰশ্ন : অসমৰ প্ৰথম ৰাজ্যপালৰ নাম কি আছিল?উত্তৰ : ছাৰ চালেহ মহম্মদ আকবৰ হায়দৰী।২) প্ৰশ্ন : অসমৰ প্ৰথম সাহিত্য সভাৰ সভাপতি কোন আছিল?উত্তৰ : পদ্মনাথ গোহাঞিবৰুৱা।৩) প্ৰশ্ন : অসমৰ প্ৰাচীন নাম কি আছিল?উত্তৰ : প্ৰাগজ্যোতিষপুৰ।৪) প্ৰশ্ন : অসমৰ প্ৰধান ভাষা কি কি?উত্তৰ : অসমীয়া, বাংলা, বড়ো, হিন্দী, ইংৰাজী।৫) প্ৰশ্ন :…
