ভাৰতীয় সংস্কৃতি
১। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি?উঃ ক্রমবর্ধমান শক্তি বা জীৱন্ত শক্তিয়েই ভাৰতীয় সংস্কৃতিৰ প্রাণ। ২। ফ্রম ভলগা টু গংগা’ কাৰ ৰচনা?উঃ ‘ফ্রম ভলগা টু গংগা’ পণ্ডিত ৰাহুল সংস্কৃতায়নৰ ৰচনা। ৩। সর্বপল্লী ৰাধাকৃষ্ণণে কালিয়দমন’ক কি আখ্যা দিছে?উঃ সর্বপল্লী ৰাধাকৃষ্ণণে কালীয়দমন’ক আর্যই অনাৰ্যক সংস্কৃত কৰাৰ প্রতীকধর্মী নৃত্য বুলি আখ্যা দিছে। ৪। কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব…
