Python Basics
Examples: Examples: Examples: Examples: 5. Python Functions: 6. Python modules:
Ocean of Knowledge
Examples: Examples: Examples: Examples: 5. Python Functions: 6. Python modules:
আপোনাৰ জীৱনৰ লক্ষ্য : আৰম্ভণি :- প্ৰতিজন ব্যক্তিৰ জীৱনৰ লক্ষ্য থাকিব লাগে। লক্ষ্য অবিহনে জীৱন অৰ্থহীন। এইটো বঠা অবিহনে এখন জাহাজৰ দৰে। জাহাজখন চলাচল কৰিব, কিন্তু ইয়াৰ গন্তব্যস্থানত উপনীত নহ’বও পাৰে। একেদৰে কোনো লক্ষ্য নোহোৱা মানুহ এজনে একো মহান প্ৰাপ্ত কৰিব নোৱাৰে। মোৰ লক্ষ্য :- লক্ষ্য মানুহৰ পৰা মানুহলৈ পৃথক। বেছিভাগ মানুহেই চাকৰিৰ বাবে হেঁপাহ কৰে, বিশেষকৈ সেই…
তলত দিয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা: 1.H.S.L.C.-2011 ভৈলা : হ’লা চড়িয়া : উঠি 2.H.S.L.C.-2012 তাসম্বাক : তেওঁলোকক 3.H.S.L.C.-2013 মাধৈ : পুহাইল : পুৱাল 4.H.S.L.C.-2014 খেড়ি : খেলা সুমৰন্তে : সুঁৱৰি বিগুটিয়া : ঠাট্টা কৰা 5.H.S.L.C.-2015 শুতিয়া : শুই পাশ :কাষ হন্তে : পৰা 6.H.S.L.C.-2016 পাতক : পাপ যাকেৰি :সাৰ বিগুটিয়া : ঠাট্টা কৰা 7.H.S.L.C.-2017 যাকেৰি : সাৰ উতপাড়ে : উঘালে মোড়ল : মোহাৰিলে 8.H.S.L.C.-2018 তৰণে : পাৰ হ’বলৈ উতপাটক : নিৰ্মূলকাৰী বিগুটিয়া : ঠাট্টা কৰা 9.H.S.L.C.-2019 সুজানে : তীক্ষ্ন তাসম্বাক : তেওঁলোক হাৰলি : খৰিৰ দ’ 10.H.S.L.C.-2020 উতাৰলে : তাসম্বাক : তেওঁলোক …
(ক) তক্ষশীলা বিশ্ববিদ্যালয়ৰ চাৰিজন প্রখ্যাত ছাত্ৰৰ নাম লিখা।উঃ তক্ষশীলা বিশ্ববিদ্যালয়ৰ চাৰিজন প্রখ্যাত ছাত্ৰ হৈছে—অংগুলিমাল, জীৱক, পাণিনি আৰু চাণক্য। (চড়ক, চন্দ্রগুপ্ত মৌর্য) (খ) তক্ষশীলালৈ কোন কোন দেশৰ পৰা ছাত্ৰ আহিছিল ?উঃ তক্ষশীলালৈ পঢ়িবলৈ পশ্চিমৰ পৰা, পাৰস্য দেশৰ পৰা, বেকট্রিয়া আৰু মগধ দেশৰ পৰা ছাত্র আহিছিল। হিন্দু বিশ্ববিদ্যালয় গুচি বুদ্ধ বিশ্ববিদ্যালয় হােৱাৰ পাছত চীন দেশৰ পৰাও ছাত্র…
(ক) মহাৰথী কাক বােলে?উঃ যিয়ে দহ হেজাৰ ধনুধাৰীৰ সৈতে যুদ্ধ কৰিব পাৰে তাকে মহাৰথী বােলে। (খ) কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা।উঃ কৌৰৱৰ বিশিষ্ট সেনাপতিসকল হৈছে— গুৰু দ্রোণাচাৰ্য, ভীষ্ম, কর্ণ, কৃপ অগ্রগণী,অশ্বত্থামা, বিকর্ণ আৰু সােমদত্তৰ পুত্ৰ ভূৰিশ্ৰবা। (গ) সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি কি ৰণবাদ্যৰ মহাশব্দ হৈছিল?উঃ সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি শংখ,ভেৰী, আনক, গােমুখ আদি ৰণবাদ্যৰ…
১। অতি চমুকৈ উত্তৰ দিয়া ।(ক) অম্বিকাগিৰী ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল?উঃ অম্বিকাগিৰী ৰায়চৌধুৰীক ‘অসম কেশৰী’আখ্যা দিয়া হৈছিল। (খ) সাতামপুৰুষীয়া ‘সােণৰ চোতালঘৰ’ কিহেৰে পােত খাই আছে বুলি কৰিয়ে কৈছে?উঃ সাতামপুৰুষীয়া সােণৰ চোতাল-ঘৰ’যুগ যুগৰ ভূ অর্থাৎ জাৱৰ-জোঁথৰ, মলি, পৰাধীনতাৰ কালিমা আদিৰে পােত খাই আছে বুলি কবিয়ে কৈছে। (গ) জাতিৰ জীৱন মনােহ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাড়ু…
১। অতি চমু উত্তৰ দিয়া : (ক) কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশােদাক কৈছিল?উঃ কৃষ্ণক টোপনিৰ পৰা জগাবলৈ গােপ শিশুসকলে আহি যশােদাক কৈছিল। (খ) কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নােখােৱাকৈ থাকিব বুলি মাকক জনাইছিল?উঃ কৃষ্ণই চাৰি-পাঁচ দিনলৈকে টোপনিৰ পৰা নুঠাকৈ আৰু নােখােৱাকৈ থাকিব বুলি মাকক জনাইছিল। (গ) দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি…
চমুকৈ উত্তৰ দিয়া (ক) লেখকে উল্লেখ কৰা মতে তেওঁলােকৰ ৰিগটো ক’ত অৱস্থিত?উঃ লেখকে উল্লেখ কৰা মতে তেওঁলােকৰ ৰিগটো পাৰস্য উপসাগৰত অৱস্থিত। (খ) বুশ্বেৰ কি ?উঃ বুশ্বেৰ হৈছে পাৰস্য উপসাগৰৰ পাৰৰ এখন বন্দৰ নগৰী। (গ) বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত কোন কোন আছিল?উঃ বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত মেহদি আৰু ঘাছেম নামৰ…
(ক) বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাথী সকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল?উঃ বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষার্থীসকলক কাজিৰঙা অভয়াৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লােৱা হৈছিল। (খ) পল আৰু পাহি কোন কোন শ্রেণীত পঢ়ে ?উঃ পল নৱম শ্ৰেণীত আৰু পাহি অষ্টম শ্রেণীত পঢ়ে। (গ) পলে কোনবােৰ কাম ছােৱালীৰ বুলি পাহিক কৈছিল ?উঃ পলে নিজৰ খােৱা কাহি-বাটি…
১। চমুকৈ উত্তৰ লিখা :(ক) অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল ?উঃ অৰুণিমা সিনহাৰ ভলীবল খেলত বিশেষ দক্ষতা আছিল। (খ) অৰুণিমা সিনহা ঘৰ ক’ত?উঃ অৰুণিমা সিনহাৰ ঘৰ উত্তৰ প্ৰদেশত। (গ) হস্পিতালত থাকোঁতে অৰুণিমাৰ মনত কি সপােনে তীব্ৰ ৰূপ লৈছিল?উঃ হাস্পতালৰ বিছনাত পৰি থকাৰ সময়ত অৰুণিমাৰ মনত হিমালয়ৰ শৃংগত আৰােহণ কৰাৰ সপােনে তীব্র ৰূপ লৈছিল।…