অসমৰ প্ৰথম
১) অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?– উত্তৰঃ গোপীনাথ বৰদলৈ। ২) ৰাজ্যৰ ৰাজ্যপাল হিচাপে নিযুক্তি পোৱা প্ৰথম অসমীয়া কোন?– উত্তৰঃ বিষ্ণুৰাম মেধি (১৯৭৫, মাদ্ৰাজ)। ৩/ অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল ?– উত্তৰ : ছাইয়েদা আনোৱাৰা টাইমুৰ। ৪/ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল?– উত্তৰঃ হলিৰাম ডেকা। ৫) কেন্দ্ৰীয় মন্ত্ৰীসভাত প্ৰথম অসমীয়া মহিলা মন্ত্ৰী…