MCQ for govt exams
Question: লক্ষ্মী সিংহৰ টাই আহোম নামটো কি আছিল?Answer: চুণ্যেউফা Question: কোনজন আহোম ৰজাৰ দিনত মুছলমানে তিনিবাৰ আহোম ৰাজ্য আক্ৰমণ কৰিছিলAnswer: দিহিঙীয়া ৰজা Question: আহোম সকলে gorgaon ত ৰাজধানী পাতেAnswer: 1540 Question: কালশিলীয়া গোহাঁই বুলি কোনজন আহোম ৰজাক জনা যায়Answer: লক্ষ্মী সিংহ Question: প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ ফলস্বৰূপে স্বৰ্গদেউ লক্ষ্মীসিংহক বন্দী কৰি কিছুদিনলৈ তলৰ কোনজনে ৰজা হৈছিল?Answer:…