Important GK for govt exams
Question: মহাভাৰত কোনে অসমীয়ালৈ অনুবাদ কৰিছিল?Answer: ৰাম সৰস্বতী Question: আৰিমত্ত কৰ ৰজা আছিল?Answer: গৌড় Question: দক্ষিণ এছিয়াৰ সৰ্ববৃহৎ মৰুভূমি কি?Answer: থৰ Question: 1526 চনত বাবৰে কোন বংশৰ শাসকক পৰাস্ত কৰি মোগল সাম্ৰাজ্য গঢ়িছিল?Answer: লুধী বংশ Question: পানিপতৰ প্রথম যুদ্ধ কেতিয়া হৈছিল?Answer: 1526 Question: গঙ্গা নদীক বাংলাদেশত কি নামৰে জনা যায়?Answer: পদ্মা Question: গঙ্গা আৰু ব্ৰহ্মপুত্ৰ…