প্রশস্তি
অতিৰিক্ত প্রশ্নোত্তৰ১। অতি চমু প্রশ্নোত্তৰ? (ক) কবিয়ে কিহে পৃথিৱীৰ দশােদিশ উদ্ভাসিত কৰা বুলি কৈছে?উঃ উষা অর্থাৎ পুৱাৰ সূৰুযৰ কুঙ্কুম ৰাগে দশােদিশ উদ্ভাসিত কৰা বুলি কৈছে। (খ) কবিয়ে কোনে ছন্দভৰা সুমধুৰ তান জোৰা বুলি কৈছে?উঃ কবিয়ে বনৰ চৰায়ে ছন্দভৰা সুমধুৰ তান জোৰা বুলি কৈছে। (গ) কবিয়ে ভক্তবৃন্দ মােহ তন্দ্রালস ত্যাগ কৰি কিহৰ ৰূপ ধ্যান কৰিবলৈ কৈছে?উঃ…