Assam GK in Assamese SI
Assam GK in Assamese Question: শৰাইঘাটৰ মূল যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিল ?Answer: উদয়াদিত্য সিংহ Question: বুদ্ধই প্ৰথমবাৰৰ বাবে ক’ত ধৰ্মোপদেশ দিছিল ?Answer: সাৰনাথ Question: আইন অমান্য আন্দোলন কেতিয়া আৰম্ভ হৈছিল ?Answer: ১৯৩০ Question: কোন চনত টিকট কৰ প্ৰৱৰ্তন কৰা হৈছিল ?Answer: ১৮৫৮ Question: কোনজন আহোম ৰজাৰ দিনৰ পৰা আহোম ৰাজকায্যত শকাব্দ ব্যৱহাৰৰ প্ৰচলন…
