Introduction:
উচ্চাৰণ /ˈɑːhɒm/ আহোমসকল ভাৰতীয় ৰাজ্য অসম আৰু অৰুণাচল প্ৰদেশৰ থলুৱা এটা জনগোষ্ঠী। ১২২৮ চনত অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত উপস্থিত হোৱা টাই জনগোষ্ঠীৰ মিশ্ৰিত বংশধৰ আৰু ইতিহাসৰ বুকুত তেওঁলোকৰ লগত যোগ দিয়া স্থানীয় খিলঞ্জীয়া লোকসকল। ১২২৮ চনৰ পৰা ১৮২৬ খ্ৰীষ্টাব্দলৈ থকা আৰু আধুনিক অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ বহু অংশ নিয়ন্ত্ৰণ কৰা আহোম ৰাজ্যখন টাই গোটৰ নেতা সুকাফা আৰু তেওঁৰ ৯০০০ অনুগামীয়ে প্ৰতিষ্ঠা কৰিছিল।
১) কিমান চনত চুকাফাই চৰাইদেউ স্হায়ী ৰাজধানীৰ ভেটি স্থাপন কৰিছিল?
উত্তৰ : ১২৫৩ চনত
২) কাৰ দিনত চুতীয়া ৰাজ্যৰ পতন ঘটে আৰু “ৰিক্ খান” উৎসৱ পাতি শাসনৰ দায়িত্ব শদিয়াখোৱা গোহাঁইক দিয়া হয়?
উত্তৰ : চুহুংমুং
৩) আহোম আৰু মোগল সকলৰ শেষ ৰণ খন কোন চনত হৈছিল?
উত্তৰ : ১৬৮২ চনত
৪) অসমত ভৌম বংশ কোনে প্রতিষ্ঠা কৰিছিল?
উত্তৰ : নৰক ৰজা
৫) কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বর্মন বংশৰ ৰাজত্বৰ অন্ত পৰিছিল ?
উত্তৰ : ভাস্কৰ বৰ্মন
৬) পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল ?
উত্তৰ : ১৮৯৪ চনত
৭) প্ৰথম আহোম বৰবৰুৱা কোন আছিল ?
উত্তৰ : মোমাই তামুলী
৮) আহোম ৰাজ্যৰ প্ৰথম বৰপাত্ৰগোঁহাই কোন আছিল?
উত্তৰ : কনছেং
৯) কনছেং কোন আছিল?
উত্তৰ : চুপিমফাৰ পুত্ৰ
১০) ফ্ৰাচেংমুং বৰগোঁহাইৰ পত্নীৰ নাম কি আছিল?
উত্তৰ : মূলাগাভৰু
১১) গড়গঞা ৰজা বুলি কাক জনা যায়?
উত্তৰ : চুক্লেণমুং
১২) কোনজন আহোম ৰজাই প্ৰথম মোহৰ সজাইছিল?
উত্তৰ : চুক্লেণমুং
১৩) বুঢ়া ৰজা বুলি কাক জনা যায়?
উত্তৰ : চুচেংফা
১৪) বুদ্ধি স্বৰ্গনাৰায়ণ বুলি কাক জনা যায়?
উত্তৰ : চুচেংফা
১৫) পঁচা প্ৰথা কোনে সৃষ্টি কৰিছিল?
উত্তৰ : চুচেংফা । হিন্দু নাম প্ৰতাপ সিংহ
১৬) অসূৰৰ আলি সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল?
উত্তৰ : ১৬৩৯ চনত
১৭) ঘিলাধাৰী ঘাটৰ সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল?
উত্তৰ : ১৬৬৩ চনৰ ২৩ জানুৱাৰী
১৮) আলাবৈৰ ৰণ কিমান চনত হৈছিল?
উত্তৰ : ১৬৬৯ চনৰ ৫ আগষ্ট
১৯) কোনজন আহোম ৰজাৰ দিনত আলাবৈৰ ৰণ সংঘটিত হৈছিল?
উত্তৰ : চক্ৰধ্বজ সিংহ
২০) লাচিত বৰফুকনৰ জন্ম কিমান চনত হৈছিল?
উত্তৰ : ১৬২২ চনৰ ২৪ নৱেম্বৰ
২১) আহোম স্বৰ্গদেউসকলে পুৰোহিতক দান কৰা মাটিক কি বোলা হৈছিল?
উত্তৰ : পীৰপাল
২২) কোনজন আহোম ৰজাই “নগা আলি” বন্ধাইছিল?
উত্তৰ : চুক্লেনমুং
২৩) কছাৰী ৰাজ্যৰ বেছিভাগ অংশ কোনজন আহোম ৰজাৰ দিনত দখল হৈছিল?
উত্তৰ : চুহুংমুং
২৪) কোচ মূদ্ৰাক কি নামেৰে জনা গৈছিল?
উত্তৰ : নাৰায়ণী
২৫) কোচ ৰাজকুমাৰী মংগালদইক কোনজন আহোম ৰজাই বিয়া কৰিছিল?
উত্তৰ : চুখাম্ফা
২৬) কাৰ সয়ম্বৰ উপলক্ষে ৰজা ভগদত্তই গুৱাহাটীৰ দীঘলী পুখুৰীটো খন্দাইছিল?
উত্তৰ : ভানুমতীৰ
২৭) “সমৰ সিংহ/ সংগ্ৰাম সিংহ” উপাধি কোনে লাভ কৰিছিল?
উত্তৰ : চিলাৰায়
২৮) প্ৰাচীন কামৰূপৰ ভৌগোলিক অৱস্থা বুজাবলৈ কি শব্দ ব্যৱহাৰ কৰা হৈছিল?
উত্তৰ : লৌহিত্য
২৯) চুকাফাই লগত অনা ডাঙৰীয়া বা মন্ত্ৰী দুগৰাকীৰ নাম আছিল?
উত্তৰ : বুঢ়াগোহাঁই আৰু বৰগোহাঁই
৩০) ভাস্কৰ বৰ্মাই উত্তৰ ভাৰতৰ ৰজা হৰ্ষবৰ্ধনৰ ওচৰলৈ পঠিওৱা কটকীজনৰ নাম কি আছিল?
উত্তৰ : হংসবেগ
১. অসমৰ প্ৰাচীন নাম কি ?
উত্তৰ : প্ৰাগজ্যোতিষপুৰ
২. কাৰ দিনত চীনা পৰিব্ৰাজক অসমলৈ আহে ?
উত্তৰ : ভাস্কৰবৰ্মাৰ দিনত ৷
৩. চীনা পৰিব্ৰাজকজনৰ নাম কি ?
উত্তৰ : হিউৱেন চাং
৪. ‘অসম’ নাম কেতিয়াৰ পৰা হয় ?
উত্তৰ : আহোমসকলৰ ৰাজত্ব কালৰ পৰা ৷
৫. আহোমসকলৰ আদি ৰজা কোন আছিল ?
উত্তৰ : চুকাফা ৷
৬. আহোমৰ শেষ ৰজাজনৰ নাম কি ?
উত্তৰ : স্বৰ্গদেউ পুৰন্দৰ সিংহ ৷
৭. আহোমসকলে কিমান বছৰ অসমত শাসন
কৰিছিল ?
উত্তৰ : প্ৰায় ৬০০ বছৰ ৷
৮. আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ
নাম কি আছিল ?
উত্তৰ : ইটাখুলি ৰণ (১৬৮২ খ্ৰী:) ৷
৯. কোনজন আহোম ৰজাই নিজৰ মাকৰ স্মৃতিচিহ্ণ
হিচাপে জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ
কৰাইছিল ?
উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰ সিংহই ৷
১০. আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি ?
উত্তৰ : চুলিকফা (ৰত্নধ্বজ সিংহ) ৷
১১. শিৱসাগৰত কাৰেংঘৰ কোনে সজাইছিল ?
উত্তৰ : স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই (১৭৫১ চনত) ৷
১২. ৰংঘৰ কোনে সজাইছিল ?
উত্তৰ : স্বৰ্গদেউ প্ৰমত্ত সিংহয় (১৭৪৬ চনত) ৷
১৩. অসমলৈ সৰ্বপ্ৰথম মানসকলক কোনে আনিছিল ?
উত্তৰ : বদন বৰফুকনে ৷
১৪. কেতিয়াৰ পৰা অসম বৃটিছৰ অধীনলৈ যায় ?
উত্তৰ : ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ দিনা (ইয়াণ্ডাবু
সন্ধিৰ ফলস্বৰূপে) ৷
১৫. কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং
অসমলৈ আহিছিল ?
উত্তৰ : কুমাৰ ভাস্কৰ বৰ্মৰ দিনত ৷
১৬. কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল ?
উত্তৰ : নৰনাৰায়ণ ৷
১৭. শৰাইঘাটৰ ৰণ কাৰ দিনত হৈছিল ?
উত্তৰ : চক্ৰধ্বজ সিংহৰ দিনত ৷
১৮. শৰাইঘাটৰ ৰণত আহোমৰ সেনাপতি কোন আছিল ?
উত্তৰ : লাচিত বৰফুকন ৷
১৯. শৰাইঘাটৰ ৰণত মোগলৰ সেনাপতি কোন
আছিল ?
উত্তৰ : ৰাম সিংহ ৷
২০. মণিৰাম দেৱানক কেতিয়া ফাঁচী দিয়া হৈছিল ?
উত্তৰ : ১৮৫৮ চনৰ ২৬ ফ্ৰেব্ৰুৱাৰীত ৷
২১. আহোমৰ সৰ্বপ্ৰথম ৰজা জনৰ নাম কি আৰু তেওঁ
কিমান বছৰ ৰাজত্ব কৰিছিল ?
উত্তৰ : চুকাফা ৷ মুঠ ৪০ বছৰ ৰাজত্ব কৰিছিল ৷
২২. হাজোৰ পোৱা মক্কা মছজিদটো কোনে নিৰ্মাণ
কৰিছিল ?
উত্তৰ : গিয়াচুদ্দিন আউলিয়াই ৷
২৩. কোনজন অসমীয়াই বৃটিছৰ বিৰুদ্ধে প্ৰথম
বিদ্ৰোহ ঘোষণা কৰিছিল ?
উত্তৰ : গোমধৰ কোঁৱৰে ৷
২৪. ধোদৰ আলি কোনজন ৰজাৰ দিনত নিৰ্মাণ
কৰিছিল ?
উত্তৰ : স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত ৷
২৫. স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ পূৰ্বৰ নাম কি আছিল ?
উত্তৰ : লাই কোঁৱৰ ৷
২৬. নেঘেৰিটিঙৰ শিৱ’দল কোনে নিৰ্মাণ কৰাইছিল ?
উত্তৰ : স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ৷
২৭. আহোমৰ প্ৰথম ৰাজধানী ক’ত আছিল ?
উত্তৰ : চৰাইদেউত ৷
২৮. বৰ্মন বংশৰ শেষ ৰজাজন কোন আছিল ?
উত্তৰ : কুমাৰ ভাস্কৰ বৰ্মন ৷
২৯. কুশল কোঁৱৰক কেতিয়া ফাঁচী দিয়া হৈছিল ?
উত্তৰ : ১৯৪৩ চনৰ ১৫ জুনত ৷
৩০. মহাভাৰতৰ যুদ্ধত কোনজন অসমৰ ৰজাই
অংশগ্ৰহণ কৰিছিল ?
উত্তৰ : ভগদত্ত ৰজাই ৷
৩১.বাণৰজাৰ জীয়ৰী ঊষাক কোনে বিয়া কৰাইছিল ?
উত্তৰ : অনিৰুদ্ধই ৷
৩২. বৰ্মন বংশৰ কোনগৰাকী ৰজাৰ শাসনৰ সময়ত
চীনা পৰিব্ৰাজক হিউৱেন চাং ভাৰতলৈ আহিছিল ?
উত্তৰ : ভাস্কৰবৰ্মন ৷
১) আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কিমান চনত স্হাপন হৈছিল?
উত্তৰ : ১২৫৩ চনত
২) আহোম সকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ ক’ত অৱস্থিত?
উত্তৰ : বশিষ্ঠাশ্ৰমত
৩) কোনজন আহোম ৰজাই পোনপ্ৰথম হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল?
উত্তৰ : চুহুংমুং
৪) হাজোৰ পোৱামক্কা কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ : গিয়াচুদ্দিন আউলিয়া
- অসম বুৰঞ্জীত নকল আহোম বুলি কাক কোৱা হয়?
উত্তৰ : কীৰ্তিচন্দ্ৰ বৰবৰুৱাক
- কোনজন আহোম ৰজাই তেওঁৰ ৰাজত্ব কালত মাটিৰ প্ৰতিমা সাজি দুৰ্গা পূজা কৰিছিল ?
উত্তৰ : স্বৰ্গদেউ চুখ্ৰাংফা বা ৰুদ্ৰসিংহ
- শিৱসাগৰৰ তলাতল ঘৰ ৰংপুৰৰ ৰংঘৰ আৰু নেঘেৰিটিঙৰ শিৱদল কোনজন ৰজাই নিৰ্মান কৰাইছিল ?
উত্তৰ : স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ
- ভীস্ম ৰজাই কোন ৰাজ্যত ৰাজত্ব কৰিছিল ?
উত্তৰ : কুণ্ডিল বা বিদর্ভ
- মানে কেইবাৰ অসম আক্ৰমন কৰিছিল?
উত্তৰ : ৩ বাৰ
- ৰজা বিশ্বসিংহৰ দেউতাক কোন আছিল?
উত্তৰ : হাৰিয়া মণ্ডল।
- অসমত প্ৰথম আনুষ্ঠানিক লোকপিয়ল কোনে কৰাইছিল?
উত্তৰ : ছূহুংমুং
- নৱগ্ৰহ মন্দিৰটো কোন চনত নিৰ্মাণ কৰা হৈছিল?
উত্তৰ : ১৭৫২চনত।
- চুদাংফাৰ দিনত কোনটো আলিৰ নিৰ্মাণ কৰা হৈছিল ?
উত্তৰ : ৰাজমাও আলি
- কোন চনত অসমত প্ৰথমবাৰ চাহৰ আৱিষ্কাৰ হৈছিল?
উত্তৰ : ১৮২৩ চনত।
- তেজপুৰত থকা মহাভৈৰৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ : বাণ ৰজাই
- নেঘেৰিটিঙৰ প্ৰসিদ্ধ শিৱ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল?
উত্তৰ : স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই
- অসমৰ প্ৰথম ৰজা কোন ?
উত্তৰ : মহিৰংগ দানৱ
- শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম ৰজা কোন আছিল?
উত্তৰ : উদয়াদিত্য সিংহ
- লতাকটা ৰণ কাৰ দিনত হৈছিল?
উত্তৰ : ৰাজেশ্বৰ সিংহৰ দিনত
- স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ কাৰ্য্যকাল কিহৰ কাৰণে বিখ্যাত আছিল?
উত্তৰ : স্থাপত্য-ভাস্কৰ্য্যৰ
- বৰ্তমান ৩৭ নং ৰাষ্ট্ৰীয় পথৰ উপৰত থকা ঠাইখনৰ নাম কি?
উত্তৰ : নামদাঙৰ শিলৰ সাকোঁ
- ৰুদ্ৰসিংহ কি ধৰ্মৰ আছিল?
উত্তৰ : শাক্ত ধৰ্ম
- ৰুদ্ৰ সিংহ কিমান খ্ৰি.ত স্বৰ্গী হয়?
উত্তৰ : ১৭১৪ খ্ৰি.ত
22. ৰুদ্ৰসিংহক ‘মহান ৰুদ্ৰ সিংহ’ বুলি কোনে অভিহিত কৰিছিল?
উত্তৰ : অসমৰ বুৰঞ্জীবিদ ড০ সূৰ্য্যকুমাৰ ভূঞাই
- ৰুদ্ৰ সিংহই আহোম ৰাজ্য কিমান বছৰ শাসন কৰিছিল?
উত্তৰ : ১৮ বছৰ
- আহোমসকলে ৰাজত্ব কৰাৰ সময়ত বৰ্তমান শিৱসাগৰ জিলাত থকা গাওঁখনৰ নাম কি?
উত্তৰ : মাদুৰী গোহাঁই গাওঁ
- জয়মতীক কাৰ বংশধৰ বুলি জনা যায়?
উত্তৰ : বৰগোহাঁইৰ
- জয়মতীৰ পিতৃ নাম কি?
উত্তৰ : লাইথেপেনা
- চোৰাংচোৱা পৰা বাচি গদাপাণিয়ে ক’ত আত্মগোপন কৰিছিল?
উত্তৰ : নগা পৰ্বত।
- জয়মতীক শাস্তি দিয়া ঠাইখনৰ নাম কি?
উত্তৰ : জেৰেঙা পথাৰ।
- দেশভক্ত জয়মতীয়ে কিমান খ্ৰি.ত কিমান তাৰিখে শেষ নিশ্বাস ত্যাগ কৰে?
উত্তৰ : ১৬৮০ খ্ৰি.ত ২৭ মাৰ্চত।
- কিমান খ্ৰিষ্টাব্দত লালুকসোলাক হত্যা কৰি আৰু ল’ৰাৰজাক ৰজা ভাঙি তেওঁ নিজে আহোম সিংহাসনত উঠে?
উত্তৰ : ১৬৮১ খ্ৰি.ত
৫) কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্বৰ অন্ত পৰিছিল?
উত্তৰ : ভাস্কৰ বৰ্মন
৬) অসমত দাস প্ৰথা কেতিয়া বিলুপ্ত সাধন কৰা হয়?
উত্তৰ : ১৮৪৩ চনত
৭) আহোম মুদ্ৰা বোৰৰ আকাৰ কি আছিল?
উত্তৰ : আঠচুকীয়া
৮) অসমত জাপিৰ প্ৰচলন কোনে আৰম্ভ কৰিছিল?
উত্তৰ : আহোম সকলে
৯) আহোম সকলে চুতীয়া ৰাজ্য জয় কৰি শাসনৰ বাবে কোনজন বিষয়াক নিয়োগ কৰিছিল?
উত্তৰ : শদিয়াখোৱা গোহাঁই
১০) আহোম সকল পাটকাই পাহাৰ পাৰ হৈ অসমত প্ৰবেশ কৰোতে কোন জনগোষ্ঠীয়ে আগ ভেটি যুদ্ধ কৰিছিল?
উত্তৰ : নগা
১১) আহোমৰ আটাইতকৈ দীঘলীয়া কাল ৰাজত্ব কৰা ৰজাজনৰ নাম?
উত্তৰ : চুকামফা
১২) কোনজন আহোম স্বৰ্গদেউৰ ৰাজত্বকালত মুচলমান সকলে পোনপ্ৰথম অসম আক্ৰমণ কৰে?
উত্তৰ : চুহুংমুং বা দিহিঙ্গীয়া ৰজাৰ দিনত
১৩) কোন ৰজাৰ দিনত আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁও ত প্ৰতিষ্ঠা হয়?
উত্তৰ : চুক্লেংমুং ৰ দিনত
১৪) কোন ৰজাৰ দিনত বৰফুকন আৰু বৰবৰুৱা পদৰ সৃষ্টি হয়?
উত্তৰ : প্ৰতাপ সিংহ
১৫) উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল?
উত্তৰ : গদাধৰ সিংহই
১৬) মানৰ প্ৰথম আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল?
উত্তৰ : চন্দ্ৰকান্ত সিংহ
১৭) কোন তাৰিখে চুকাফা দিৱস পালন কৰা হয়?
উত্তৰ : ২ ডিচেম্বৰ
১৮) বামুণী কোৱৰ বুলি কাক জনা যায়?
উত্তৰ : চুডাংফা
১৯) আহোম ৰাজ্যৰ প্ৰথম জন বৰপাত্ৰগোহাই কোন আছিল?
উত্তৰ : কনছেং
২০) তুৰ্বকে কিমান চনত অসম আক্ৰমণ কৰিছিল?
উত্তৰ : ১৫৩২ চনত
২১) মূলাগাভৰু কাৰ পত্নী আছিল?
উত্তৰ : ফ্ৰাচেংমুং বৰগোঁহাই
২২) কাক গড়গঞা ৰজা বুলি জনা যায়?
উত্তৰ : চুক্লেণমুং
২৩) নগা আলি কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ : চুক্লেণমুং
২৪) ৰুদ্ৰসাগৰ পুখুৰী কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ : লক্ষ্মী সিংহই
২৫) কোনজন আহোম ৰজাৰ দিনত লতাকটা ৰণ হৈছিল?
উত্তৰ : ৰাজেশ্বৰ সিংহ
২৬) মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম স্বৰ্গদেউৰ দিনত হৈছিল?
উত্তৰ : স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত
২৭) মানৰ দ্বিতীয় অসম আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল?
উত্তৰ : পুৰন্দৰ সিংহ
২৮) ম’হগড় ৰণ কাৰ কাৰ মাজত হৈছিল?
উত্তৰ : আহোম স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহ আৰু মানৰ মাজত
২৯) মাজুলী সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল?
উত্তৰ : ১৫৬৩ চনত
৩০) মাজুলী সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল?
উত্তৰ : কোচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজা চুখামফাৰ মাজত
কোনজন আহোম ৰজা লোৰা ৰজা নামেৰে পৰিচিত আছিল?
উত্তৰ :চুলিকফা
কোনজন আহোম ৰজা খোৰা ৰজা নামেৰে পৰিচিত আছিল?
উত্তৰ: চুখাম্ফাও