Assam related GK
Question: অসমৰ জাতীয় উৎসৱ কি? Answer: বিহু Question: অসমৰ ৰাজ্যিক গছ কি?Answer: হোলোং গছ Question: অসমৰ জাতীয় পানীয় কি?Answer: চাহ Question: অসমৰ ৰাজ্যিক ফুল কি?Answer: কপৌফুল Question: অসমৰ ৰাজ্যিক জন্তু কি?Answer: এশিঙীয়া গঁড় Question: নীলা বিপ্লৱ (Blue Revolution) কিহৰ লগত জড়িত?Answer: মাছ Question: অসম পুলিচ দিৱস কোন তাৰিখে পালন কৰা হয়?Answer: 1 অক্টোবৰ Question: কোনখন…