প্রাচীন ভাৰতীয়
(ক) তক্ষশীলা বিশ্ববিদ্যালয়ৰ চাৰিজন প্রখ্যাত ছাত্ৰৰ নাম লিখা।উঃ তক্ষশীলা বিশ্ববিদ্যালয়ৰ চাৰিজন প্রখ্যাত ছাত্ৰ হৈছে—অংগুলিমাল, জীৱক, পাণিনি আৰু চাণক্য। (চড়ক, চন্দ্রগুপ্ত মৌর্য) (খ) তক্ষশীলালৈ কোন কোন দেশৰ পৰা ছাত্ৰ আহিছিল ?উঃ তক্ষশীলালৈ পঢ়িবলৈ পশ্চিমৰ পৰা, পাৰস্য দেশৰ পৰা, বেকট্রিয়া আৰু মগধ দেশৰ পৰা ছাত্র আহিছিল। হিন্দু বিশ্ববিদ্যালয় গুচি বুদ্ধ বিশ্ববিদ্যালয় হােৱাৰ পাছত চীন দেশৰ পৰাও ছাত্র…