100+ Important Questions on Assam History
Question: When did Chilarai and Naranarayan enter Gargaon capital city of the Ahoms? চিলাৰায় আৰু নৰনাৰায়ণ কেতিয়া আহোমৰ গড়গাঁৱৰ ৰাজধানী চহৰত প্ৰৱেশ কৰিছিল?Answer: ১৫৬৩ খ্ৰীষ্টাব্দত Question: কোনজন আহোম ৰজাৰ দিনত দেৱোত্তৰ আৰু ব্ৰহ্মোত্তৰ মাটি দিয়াৰ নিয়ম প্ৰৱৰ্তন হয়Answer: চুচেংফা Question: মেছাগড় পুখুৰী কোনে খন্দাইছিল?Answer: প্ৰতাপ সিংহ Question: The western limit of Kamrupa Kingdom has been…