ইন্টাৰনেটৰ তিতা মিঠা
১। চমুকৈ উত্তৰ লিখা ।(ক) দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল?উঃ নৱম শ্রেণীৰ পৰা দশম শ্রেণীলৈ প্ৰথম হৈ উত্তীর্ণ হােৱাৰ বাবে দেউতাকে কুঁৱলীক কম্পিউটাৰ উপহাৰ দিছিল। (খ) ইন্টাৰনেট কি?উঃ ইণ্টাৰনেট হৈছে কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী ব্যৱস্থা। হাজাৰ হাজাৰ বিভিন্ন প্ৰকাৰ আৰু আকাৰৰ নেটৱৰ্কৰ সমষ্টিয়েই হৈছে ইণ্টাৰনেট। (গ) কুঁৱলীয়ে প্রথমে কালৈ ই-মেইল কৰিছিল?উঃ কুঁৱলীয়ে প্ৰথমতে মস্কোলৈ পঢ়িবলৈ…
