প্ৰশ্ন : প্ৰশ্ন ৩৫। ইটালীৰ ৰাজধানী কি?
উত্তৰ : ৰোম
প্ৰশ্ন : প্ৰশ্ন ১২। উজবেকিস্তানৰ ৰাজধানী কি?
উত্তৰ : তাছকেন্দ
প্ৰশ্ন : ভাৰতৰ ছিলিকন ভেলী
উত্তৰ : বাংগালুৰু
প্ৰশ্ন : প্ৰশ্ন : প্ৰশ্ন : ৯. ৬ৰ পৰা ১৪ বছৰৰ ভিতৰৰ সকলো শিশুকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদানৰ বাবে গৃহীত হোৱা সাংবিধানিক সংশোধনী আইনখনৰ নাম লিখা?
উত্তৰঃ ৮৬ নং সংশোধনী আইন
প্ৰশ্ন : প্ৰশ্ন ১০। মৌলিক কৰ্তব্যৰ ধাৰণা —— সংবিধানৰ পৰা লোৱা হৈছে ৷
উত্তৰ : ৰাছিয়াৰ সংবিধান
প্ৰশ্ন : পূবৰ পেৰিছ
উত্তৰ : পণ্ডিচেৰী
Question:   নিম্নলিখিত কোনজন ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক ?(APSC PRILIMS 2015)
Answer: মাধৱ কন্দলি
Question:   Q.32. সংবিধান প্ৰণনয়ন কৰা প্রথমখন দেশৰ নাম কি ?
Answer: আমেৰিকা
Question:   Manchester of India
Answer: Ahemdabad
Question:   Q.16. What is the capital of Kyrgyzstan?
Answer: Bishkek
Question:   মৈদাম হৈছে __________(APSC PRILIMS 2000)
Answer: আহোম ৰজা সকলৰ সমাধি
Question:   Q.8. The environmental ( protection) Act কেতিয়া গৃহীত হৈছিল ?
Answer: ১৯৮৬ চনত
Question:   Q.20.how many members were in the drafting committee of the Constitution?
Answer: 7 members
Question:   Q.29. অলিম্পিকৰ পতাকাখনত কেইটা আঙঠিৰ চিত্র আছে ?
Answer: ৫
Question:   Q.8. In which schedule of the Constitution of India is the list of states and union Territories given? ভাৰতীয় সংবিধানৰ কোনখন অনুসূচীত ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ তালিকা দিয়া হৈছে?
Answer: First schedule
Question:   কামাখ্যা মন্দিৰ কোন খন পাহাৰত অৱস্থিত?
Answer: নীলাচল পাহাৰ
Question:   Q.36. What is the capital of south Korea?
Answer: Seoul
Question:   Q.19. ভাৰতৰ তলৰ কোনজন গৱৰ্ণৰ জেনেৰেল ১৮৩৫ চনত প্রেছ আইন গৃহীত কৰিছিল ?
Answer: Lord Metcalfe
Question:   Leather City of the World
Answer: Kanpur
Question:   Rome of the east
Answer: Mangalore
Question:   Q.31. ‘ আন্তৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মূখ্য কাৰ্যালয়টি’ কোন ঠাইত অৱস্থিত ?
Answer: দ্য হেগ
Question:   Q.39. What is the capital of India?
Answer: New Delhi
Question:   নিম্নলিখিত কোনে কোচ ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰা নাছিল? (APSC PRILIMS 2001)
Answer: মাধৱ কন্দলী
Question:   Q.5. Who is referred as the supreme commandar of forces in India? ভাৰতত বাহিনীৰ সৰ্বোচ্চ সেনাপতি বুলি কাক উল্লেখ কৰা হয়?
Answer: President
Question:   প্ৰসিদ্ধ ভ্ৰমণকাৰী ইবন বটুটাই কেতিয়া অসম ভ্ৰমণ কৰিছিল? (APSC PRILIMS 2000)
Answer: চতুৰ্দশ শতিকা
Question:   Q.7.The idea of the concurrent list has been taken from the Constitution of ————-. সমান্তৰাল তালিকাৰ ধাৰণাটো—— ৰ সংবিধানৰ পৰা লোৱা হৈছে?
Answer: Australia
Question:   Q.54. Which is the longest mountain range in the world ?
Answer: Andes
Question:   গুৱাহাটী পৌৰ নিগম আইন পাছ কৰা হয় __ ।
Answer: ১৯৬৯ চনত
প্ৰশ্ন: দক্ষিণ ভাৰতৰ মানচেষ্টাৰ
উত্তৰ: কোয়েম্বাটুৰ
Question:   Q.3. The distribution of Legislative powers between the centre and the states in the Constitution given in: সংবিধানত কেন্দ্র আৰু ৰাজ্যৰ বিধানসভাৰ ক্ষমতাৰ বিতৰণ ক’ত দিয়া হৈছে?
Answer: 7th schedule
Question:   Q.33. জৰুৰীকালীন অৱস্থাত মৌলিক অধিকাৰ স্থগিত কৰাটো কোনখন দেশৰ সংবিধানৰ পৰা গ্ৰহণ কৰা হৈছে ?
Answer: Germany
প্ৰশ্ন: প্ৰশ্ন.46। লোকটক হ্ৰদ কোন খন চহৰত আছে?
উত্তৰ: মণিপুৰ
Question:   Q.1. ভাৰতৰ  কেতিয়া বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল ?
Answer: ১৯৬৯
প্ৰশ্ন: প্ৰশ্ন 24। ফিলিপাইনছৰ ৰাজধানী কি?
উত্তৰ: মানিলা
প্ৰশ্ন: প্ৰশ্ন 1। যুক্তৰাজ্যৰ ৰাজধানী কি?
উত্তৰ: লণ্ডন
Question:   হিউৱেন চাঙে ৬৪০ খ্ৰীষ্টাব্দত অসম (কামৰূপ) ভ্ৰমণ কৰিছিল। তেওঁক কোন ৰজাই আদৰি লৈছিল?
Answer: কুমাৰ ভাস্কৰ বৰ্মান
