Question: বায়নৰ খোল নাটক কোনে ৰচনা কৰিছিল?
Answer: যুগল দাস
Question: হাইদাং কোন জনজাতিৰ পৰম্পৰাগত লোকগীত?
Answer: সোণোৱাল কছাৰী
Question: প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীণ চিনেমা খনৰ নাম কি?
Answer: ভাইটি
Question: ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান?
Answer: ৯১৬ কিলোমিটাৰ
Question: “শ্ৰী সূৰ্য পাহাৰ” কোন খন জিলাত অৱস্থিত?
Answer: গোৱালপাৰা
Question: বাজাজ এলিয়াঞ্জ লাইফে অফলাইন আৰু অনলাইন মাধ্যমত ইয়াৰ সামগ্ৰী আৰু ডিজিটেল সেৱাৰ প্ৰচাৰৰ বাবে কোন বলিউড অভিনেতাক ইয়াৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে বাছনি কৰিছে?
Answer: আয়ুষ্মান খুৰানা
Question: RBL বেংকৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
Answer: মুম্বাই
Question: ভাৰতীয় ষ্টেট বেংকৰ মুখ্য কাৰ্যালয় ক’ত অৱস্হিত?
Answer: মুম্বাই
Question: নিম্নলিখিত কোনখন নদী অৰুণাচলৰ পাহাৰৰ পৰা উৎপন্ন নহয়?
Answer: কলং নদী
Question: মানস ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত পৰে?
Answer: চিৰাং আৰু বাক্সা জিলা
Question: অসমৰ ৰাজ্যিক গছৰ নাম কি?
Answer: হলং
Question: মানৱ শৰীৰত আটাইতকৈ প্ৰচুৰ পৰিমাণে থকা উপাদানটো কি?
Answer: অক্সিজেন
Question: প্ৰথম এণ্টিবায়টিক কোনে আৱিষ্কাৰ কৰিছিল?
Answer: আলেকজেণ্ডাৰ ফ্লেমিং
Question: কোনে ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছিল?
Answer: জে জে থমচন
Question: RSS ৰ সম্পূৰ্ণ নাম কি? যিটো ৱেবছাইটৰ ফীড প্ৰদান কৰিবলৈ ব্যৱহাৰ কৰা হয়।(ক) Really Simple Syndication (খ) Real Social Syndication (গ) Registered Subscriber Syndication
Answer: Really Simple Syndication
Question: নিম্নলিখিত কোনজন ‘আলমগীৰ নামা’ৰ লেখক হয়?
Answer: মিৰ্জা মুহাম্মাদ কাজিম
Question: জাপানৰ মুদ্ৰাৰ নাম কি?
Answer: য়েন
Question: অসমত প্ৰথম ভূমি জৰীপৰ ব্যৱস্থা আৰম্ভ কৰা কোন আছিল?
Answer: গদাধৰ সিংহ
Question: অসমৰ কোনখন জিলাত চাহ বাগিচাৰ সংখ্যা সৰ্বাধিক?
Answer: ডিব্ৰুগড়
Question: পৰিভ্ৰমী চৰাইৰ আত্মহত্যাৰ বাবে বিখ্যাত জাতিংগা নিম্নলিখিত কোনখন জিলাত অৱস্থিত?
Answer: ডিমা হাছাও
Question: অসমীয়া ব্যাকৰণক আধুনিক ৰূপ দিওতা প্ৰথম ব্যত্তিজন কোন আছিল?
Answer: হেমচন্দ্ৰ বৰুৱা
Question: অসমীয়া সাহিত্যত ‘নাচিকেতা’ কাৰ ছদ্মনাম?
Answer: ভবানন্দ দত্ত
Question: শংকৰদেৱ আৰু মাধৱদেৱৰ সংযোগ কিমান খ্ৰীষ্টাব্দত হৈছিল?
Answer: ১৫২২ খ্ৰীষ্টাব্দত
Question: জয়মতীৰ মাতৃৰ নাম কি আছিল?
Answer: চন্দ্ৰদাৰু
Question: আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল?
Answer: দয়ানন্দ সৰস্বতী
Question: মালদ্বীপ আৰু ভাৰতৰ মাজৰ সামুদ্ৰিক সীমাক কি বুলি কোৱা হয়?
Answer: Eight Degree Channel
Question: আমাক পেল্লাগ্ৰা ৰোগৰ পৰা সুৰক্ষিত কৰা ভিটামিনৰ নাম কি?
Answer: ভিটামিন B3
Question: ভাৰতৰ কোনখন নদীক নিমখৰ নদী বুলি কোৱা হয়?
Answer: লুনি
Question: কোন মহাসাগৰত ‘বাৰ্মুডা ত্ৰিভুজ’ অৱস্থিত?
Answer: আটলান্টিক মহাসাগৰ
Question: কোন খন দেশে ১৮৮৬ চনত আমেৰিকা যুক্তৰাষ্ট্ৰক ‘ষ্টেচু অফ লিবাৰ্টি’ উপহাৰ দিছিল?
Answer: ফ্ৰান্স
Question: মৃত সাগৰ কোন দুখন দেশৰ মাজত অৱস্থিত?
Answer: জৰ্ডান আৰু ইজৰাইল
Question: পৃথিৱীৰ আটাইতকৈ সৰু মহাসাগৰ কোনটো?
Answer: আৰ্কটিক মহাসাগৰ
Question: পৃথিৱীত কিমানখন মহাদেশ আছে?
Answer: সাতখন
Question: ভাৰতৰ সৰ্ববৃহৎ এলেকাত কোনটো শস্য ৰোপণ কৰা হয়?
Answer: ধান
Question: ভাৰতৰ কোন খন নদীক ‘বংগৰ দুখ’ বুলি জনা যায়?
Answer: দামোদৰ নদীক
Question: নিম্নলিখিত কোনটো কাল্পনিক ৰেখাই ভাৰতক প্ৰায় দুটা সমান অংশত বিভক্ত কৰে?
Answer: কৰ্কট ক্ৰান্তি ৰেখা
Question: কোনখন বিদেশী দেশ আন্দামান দ্বীপপুঞ্জৰ আটাইতকৈ ওচৰত?
Answer: ম্যানমাৰ
Question: নিম্নলিখিত কোনখন ৰাজ্য বুদ্ধৰ জীৱনৰ সৈতে সম্পৰ্কিত আছিল?
Answer: মগধ
Question: জ্যামিতিৰ পিতৃ কোন?
Answer: ইউক্লিড
Question: আঙুৰত কি এচিড থাকে?
Answer: চাইট্ৰিক এচিড
Question: কাৰ্বন ধাতু নে অধাতু?
Answer: অধাতু
Question: কোন খন ৰাজ্যত “ফতেহ সাগৰ হ্ৰদ” অৱস্থিত?
Answer: ৰাজস্হান
Question: ৰাইডাৰ কাপ কোনটো ক্ৰীড়াৰ সৈতে সম্পৰ্কিত?
Answer: গল্ফ
Question: “পাটনা বিহাৰ পক্ষী অভয়াৰণ্য” ভাৰতৰ কোন অংশত অৱস্থিত?
Answer: উত্তৰ প্ৰদেশ
Question: ৰাষ্ট্ৰসংঘই প্ৰতি বছৰে ২ অক্টোবৰত ঘোষণা কৰিছে __।
Answer: আন্তৰ্জাতিক অহিংসা দিৱস
Question: অসমৰ তাপ বিদ্যুৎ প্ৰকল্প ক’ত অৱস্হিত?
Answer: লাকুৱা
Question: কেন্দ্ৰীয় শাসিত অঞ্চলবোৰ শাসন কোনে কৰে?
Answer: ৰাষ্ট্ৰপতি
Question: কোন চনত কটন মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল?
Answer: ১৯০১ চনত
Question: বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম ভাৰতৰ কোন খন ৰাজ্যত অৱস্থিত?
Answer: অসম
Question: অসমৰ লৌহ মানৱ বুলি কাক কোৱা হয়?
Answer: বিষ্ণুৰাম মেধি
Question: ‘বিশ্ব ডাক দিৱস’ কোন তাৰিখে পালন কৰা হয়?
Answer: ৯ অক্টোবৰ
Question: ভাৰতৰ কোন খন ৰাজ্যই দেশৰ ভিতৰত সৰ্বাধিক সংখ্যক চন্দন কাঠ উৎপাদন কৰে?
Answer: কৰ্ণাটক
Question: কম্পিউটাৰৰ সন্দৰ্ভত ডব্লিউ.ডব্লিউ.ডব্লিউ (WWW) – ৰ সম্প্ৰসাৰণ কি?
Answer: ৱৰ্ল্ড ৱাইড ৱেব
Question: বাইচুং ভূটিয়া কোন খন ৰাজ্যৰ?
Answer: ছিকিম
Question: অসমৰ আঞ্চলিক গৱেষণাগাৰ ক’ত অৱস্থিত?
Answer: যোৰহাট
Question: আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি?
Answer: ইটাখুলি ৰণ
Question: শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল?
Answer: ৰাম সিংহ
Question: চুতীয়া ৰজাসকলৰ ভিতৰত আটাইতকৈ শক্তিশালী ৰজাজনৰ নাম কি?
Answer: ৰত্নধ্বজ পাল
Question: কাৰ ৰাজত্ব কালক অসম বুৰঞ্জীত সোণালী যুগ বুলি কোৱা হয়?
Answer: নৰনাৰায়ণ
Question: সুভাষ চন্দ্ৰ বসু ভাৰতীয় ৰাষ্ট্ৰীয় সেনাৰ সৰ্বোচ্চ কমাণ্ডাৰ হৈছিল __ চনত।
Answer: ১৯৪৩
Question: লালা লাজপত ৰায়ক কি বুলিও জনা গৈছিল?
Answer: শ্বেৰ-ই-পাঞ্জাৱ
Question: কোন পাহাৰৰ শীৰ্ষত কামাখ্যা মন্দিৰ অৱস্থিত
Answer: নীলাচল পাহাৰ
Question: ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথম খন অসমীয়া কথাছবি
Answer: ৰঙা পুলিছ
Question: কোনে শকুন্তলা নামৰ চলচ্চিত্ৰখন পৰিচালনা কৰিছিল?
Answer: ডঃ ভূপেন হাজৰিকা
Question: অসমৰ নিম্নলিখিত কোনখন জিলাক প্ৰথম ধপাত মুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছে
Answer: যোৰহাট
Question: অসম আৰক্ষী দিৱস পালন কৰা হয়
Answer: ১ অক্টোবৰ
Question: মি-ডাম-মে-ফি উৎসৱ কোন তাৰিখে উদযাপন কৰা হয়?
Answer: ৩১ জানুৱাৰী
Question: উত্তৰ প্ৰদেশৰ বিখ্যাত লোক নৃত্য কি?
Answer: কজৰী
Question: প্ৰথম মহিলা মুখ্যমন্ত্ৰী হোৱা ভাৰতৰ প্ৰথম খন ৰাজ্য কোনখন?
Answer: উত্তৰ প্ৰদেশ
Question: আৰবিআইৰ প্ৰথম মুখ্য কাৰ্যালয় ক’ত আছিল?
Answer: কলকাতা
Question: প্ৰতি বছৰে হিন্দী দিৱস কেতিয়া উদযাপন কৰা হয়?(ক) ছেপ্টেম্বৰ ৫(খ) অক্টোবৰ ২ (গ) ৫ জুন (ঘ) ছেপ্টেম্বৰ ১৪
Answer: ৫ ছেপ্টম্বৰ
Question: ভাৰতৰ প্ৰথম ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল কোন আছিল?
Answer: লৰ্ড উইলিয়াম বেণ্টিংক
Question: 10. INS Vikrant was decommissioned in which year?
Answer: c) 1997
Question: ভাৰতৰ কোন ৰাজ্যত বনৰীয়া গাধ পোৱা যায়?
Answer: গুজৰাট
Question: নিম্নলিখিত কোনটো কেৰালা আটাইতকৈ প্ৰয়োজনীয় বা মুখ্য শস্য?
Answer: চাউল
Question: নিম্নলিখিত কোনটো কলা ক্ষেত্ৰৰ সৈতে সম্পৰ্কিত?
Answer: মনোহৰ দেৱদাস
Question: সংবিধানে বৰ্তমানলৈকে কিমানটা ভাষাক স্বীকৃতি দিছে?
Answer: ২২ টা
Question: ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কি?
Answer: পদুম
Question: বিশ্বৰ কোনখন দেশত সৰ্ববৃহৎ কফি উৎপাদক হয়?
Answer: ব্ৰাজিল
Question: UNDER WHICH GOVERNOR INDIAN NATIONAL CONGRESS FOUND
Answer: D.lord duffrin
Question: ৰাজ্যপাল কাৰ্যকাল হ’ল __
Answer: ৫ বছৰ
Question: ভাৰতৰ পৰিকল্পনা আয়োগ কোন চনত গঠন হৈছিল?
Answer: ১৯৫০ চনৰ মাৰ্চ মাহত
Question: লেনছৰ ক্ষমতাৰ একক __
Answer: ডায়’প্টাৰ
Question: বতাহৰ দ্ৰুতি নিৰ্ণয় কৰা যন্ত্ৰটোৰ নাম হ’ল __ ।
Answer: এনিম’মিটাৰ
Question: কালিদাসে কোনভাষাত ৰচনা লিখিছিল?
Answer: সংস্কৃত
Question: মীনাক্ষী মন্দিৰ ক’ত অৱস্থিত?
Answer: তামিলনাডু
Question: তাজমহল নিৰ্মাণ কৰিবলৈ কিমান সময় লাগিছিল?
Answer: ২০ বছৰ
Question: অসমৰ প্ৰথমগৰাকী মহিলা বিত্ত মন্ত্ৰীৰ নাম কি?
Answer: অজন্তা নেওগ
Question: অলিম্পিকত যোগ্যতা অৰ্জন কৰা অসমৰ প্ৰথম মহিলা বক্সা গৰাকীৰ নাম কি?
Answer: লভলিনা বৰগোহাঁই
Question: নিম্নলিখিত কোনটো প্ৰাণী বৈদিক ভাৰতত অশ্বমেধ ৰীতি-নীতি ৰ সৈতে সম্পৰ্কিত আছিল?
Answer: ঘোঁৰা
Question: BHIM ৰ সম্পূৰ্ণ ৰূপটো হৈছে __ ।
Answer: Bharat Interface for Money
Question: বিশ্ব স্বাস্হ্য সংস্হাৰ মুখ্য কাৰ্য্যালয় কোনখন দেশত অৱস্হিত?
Answer: ছুইজাৰলেণ্ড
Question: ২০২০ চনৰ ফিল্মফেয়াৰ বঁটা লাভ কৰা শ্ৰেষ্ঠ মহিলা অভিনেত্ৰীগৰাকী কোন?
Answer: আলিয়া ভাট
Question: ভূমিকম্প জোখা যন্ত্ৰবিধৰ নাম কি?
Answer: ৰিখটাৰ স্কেল
Question: তলৰ কোনটো স্কেলাৰ ৰাশি __ ।
Answer: আয়তন
Question: উপনিষদ কিহৰ লগত জড়িত?
Answer: দৰ্শন শাস্ত্ৰ
Question: আৰ্যকলৰ প্ৰধান খাদ্য কি আছিল?
Answer: চাউল আৰু মটৰ মাহ
Question: কোনে সিন্ধু উপত্যকা সভ্যতা আৱিষ্কাৰ কৰিছিল?
Answer: ছয়াৰাম চাহনী
Question: বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখত পালন কৰা হয়?
Answer: ৫ জুন
Question: এজন অধিনায়ক হিচাপে টেষ্ট ক্রিকেটত 6 টা দ্বি-শতক অৰ্জন কৰা বিশ্বৰ প্ৰথমজন খেলুৱৈ কোন?
Answer: বিৰাট ক’হলি