❓শোণিত কুঁৱৰী ‘ নাটকখন কোনে ৰচনা কৰা
🟰 জ্যোতিপ্ৰসাদ আগৰৱালা
❓’Discovery of Assam’ কিতাপখনৰ ৰচক কোন
🟰সতীশ চন্দ্ৰ কাকতি
❓শিৱসাগৰৰ ‘ সাহিত্যিক অৰ্থ কি
🟰শিৱ মহাসাগৰ
❓ACS ৰ সম্পূৰ্ণ ৰূপ কি
🟰Assam Civil service
❓অসমৰ বিখ্যাত মন্দিৰটোৰ নাম কি
🟰কামাখ্যা মন্দিৰ
❓ মহাত্মা গান্ধী অসমলৈ কোন চনত আহিছিল
🟰১৯২১ চনত
❓অসমীয়া কেলেণ্ডাৰৰ প্ৰথম মাহটো কি
🟰বহাগ
❓অসমৰ খেল দিৱস কোন তাৰিখে পালন কৰা হয়
🟰১৭ অক্টোবৰ ( ৰাধা গোৱিন্দ)
❓বৰদলৈ ট্ৰফী’ কোন বিধ খেলৰ লগত জৰিত
🟰ফুটবল
❓অসমীয়া সাহিত্যৰ walter scott ‘ বুলি কাক জনা যায়
🟰ৰজনী কান্ত বৰদলৈক
❓পৃথিৱীৰ ভিতৰত দ্বিতীয় বৃহৎ চাহ নিলম কেন্দ্ৰটো কত আছে
🟰 গুৱাহাটীত
❓অসমৰ কত ৰেলৰ ইঞ্জিন মেৰামতি কৰা হয়
🟰 ডিব্ৰগড় আৰু বঙাইগাঁও
❓একেৰাহে সংগীত পৰিচালনা , অভিনয় আৰু চিনেমা পৰিচালনা কৰা অসমৰ শিল্পীগৰাকী জন কোন ?
🟰 জুবিন গাৰ্গ
❓অসম হকী এছ ‘চিয়ান কিমান চনত সংগঠিত হৈছিল
🟰 ১৯৫৫ চনত
❓ কম্পিউটাৰত কোনে প্ৰথমে অসমীয়া পুথি লিখি উলিয়াইছিল
🟰দিলীপ কুমাৰ দত্তই
❓প্ৰথম অসমীয়া অনূদিত গ্ৰন্থখনৰ নাম কি
🟰 যাত্ৰি কৰ যাত্ৰা
❓ ‘ চি – য়ু-কি ‘ নামৰ পুথি খন কোনে ৰচনা কৰিছিল
🟰 হিউমেন চাং
❓গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথমজন অসমীয়া কোন
🟰 ড° সতেন্দ্ৰ নাথ শৰ্মা
❓ শিৱসাগৰ তলাতল ঘৰ কিমান চনত নিৰ্মাণ কৰা হৈছিল
🟰১৭৬৫ চনত
❓ৰংঘৰ কোনে সাজিছিল
🟰 প্ৰমত্ত সিংহই
❓কিমান চনত ৰাজেশ্বৰ সিংহই কাৰেংঘৰ নিৰ্মাণ কৰিছিল
🟰 ১৭৪স্বাধীনতা
❓স্বাধীনতাৰ পাছত বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল
🟰হৰেশ্বৰ গোস্বামী
❓অসমৰ প্ৰথম ব্ৰিটিছ chif কমিছনাৰ কোন আছিল
🟰 কলোনেল কিটিং
❓অসমৰ প্ৰথম ৰাজ্য পাল কোন আছিল
🟰 আকবৰ
❓অসমৰ গড় তাপমাত্ৰা কিমান
🟰 ৩০° ছেলছিয়াছ আৰু সৰ্বনিম্ন ১০° ছেল ছিয়াছ
❓অসমৰ মৰা পাটৰ কাৰখানা কত আছে
🟰 শিলঘাটত
❓অসমৰ সাৰ কাৰখানা কত আছে
🟰নামৰূপত
❓অসম সমুদ্ৰ – পৃষ্ঠৰ পৰা কিমান উচ্চতাত অৱস্থিত
🟰 ৭৯.৫ মি:
❓ গুৱাহটী ব্ৰহ্মপুত্ৰ নৈৰ কোন পাৰে অৱস্থিত
🟰দক্ষিণে
❓অসমৰ মুঠ মাটি কালি কিমান
🟰৭৮.৪৩৮ বৰ্গ কি : মি
❓অসমৰ বিধানসভাৰ মুঠ আসনৰ সংখ্যা কিমান
🟰১২৬ খন
❓অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল
🟰নৱম দশম শতিকাত
❓কোন গৰাকী কবিৰ কবিতা আধুনিক অসমীয়া কবিতাৰ আৰম্ভণি বুলি কোৱা হয়
🟰 চন্দ্ৰকুমাৰ আগৱালা
❓বৰ্তমানেও প্ৰচলিত অসমৰ আটাইতকৈ পুৰণি সাদিনীয়া বাতৰি কাকত কোন খন
🟰 জনমভূমি
❓প্ৰথম ৰেকৰ্ডিং কৰা অসমীয়া নাটকখনৰ নাম কি
🟰 ৰুক্মিণী হৰণ
❓অসমৰ ৰাজ্যিক বৃক্ষ কি
🟰 হলং
❓কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান খনৰ মুঠ মাটিকালি কিমান
🟰৪৩০ বৰ্গ কিলোমিটাৰ
❓CTC ৰ সম্পূৰ্ণ নামটো কি
🟰 Cutting tiyaring and carling ( কাতিং , তিয়াৰিং, কাৰলিং ,
❓গুৱাহাটীত প্ৰথম ব্ৰড গজ কেতিয়া স্থাপন হৈছিল
🟰 ১৯৮৪ চনৰ ২৪ এপ্ৰিলত
❓অসমৰ চিমেণ্ট কাৰখানা কত হৈছিল
🟰 বোকাজান ত
❓বন স্পতি ঘিউ অসমৰ কোন ঠাইত তৈয়াৰ কৰা হয়
🟰 আমিনগাওত
❓
🟡 ভাৰতবৰ্ষৰ দীৰ্ঘতম নদীখনৰ নাম কি
🟰 গংগা
🟡 হিমাচল প্ৰদেশৰ কোন খন ঠাই ‘ ঈশ্বৰৰ উপত্যকা ‘( valley of the god ) হিচাপে জনাজাত
🟰 কুলু
🟡 প্ৰথম লোকসভা কিমান চনত গঠন কৰা হৈছিল ?
🟰১৯৫২ চনৰ ১৭ এপ্ৰিলত
🟡 ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা কোনে প্ৰস্তুত কৰিছিল
🟰 পণ্ডিত জৱাহৰাল নেহৰু
🟡 প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল
🟰১৯৫২ চনত
🟡 ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কি
🟰 জন গণ মন
🟡 গৌতম বুদ্ধই কিমান বছৰ ধৰ্ম প্ৰচাৰ কৰিছিল
🟰৪৫ বছৰ
🟡 অসমৰ ডিগবৈত কোনবিধ খনিজ সম্পদ পোৱা যায়
🟰তেল
🟡 কর্ণাটকৰ কোলাৰ খনিবোৰ কিহৰ কাৰণে বিখ্যাত
🟰 সোণ ( gold )
🟡 বাচন – বৰ্তন প্ৰস্তুতকৰণ ত ব্যৱহৃত খনিজ ধাতুবিধৰ নাম কব পাৰিবানে
🟰 কপাৰ
🟡 পদ্মশ্ৰী ‘বঁটাৰে সন্মানিত হোৱা প্ৰথম খেলুৱৈ জন কোন
🟰 গোষ্ট পাল
🟡 মহিলাৰ বিশ্বকাপ ক্ৰিকেট কেতিয়া আৰম্ভ হৈছিল
🟰 ১৯৭৩
🟡 অৰ্জুন বঁটা বিজয়ী প্ৰথমগৰাকী ভাৰতীয় ক্ৰিকেটাৰ কোন
🟰 ছালিম ডুৰাণী
🟡 হকী বল এটাৰ ওজন কিমান
🟰 ৫৩/৪ আউন্স
🟡 কোন চনত ভাৰতে হকীত প্ৰথমবাৰ অলিম্পিক স্বৰ্ণপদক লাভ কৰিছিল
🟰১৯২৮ চনত
🟡 এটা হকী দলত সৰ্বমুঠ কিমানজন খেলুৱৈ থাকে
🟰১১ জন
🟡 বুকাৰ বঁটা প্ৰাপ্ত প্ৰথম ভাৰতীয় সাহিত্য গৰাকী কোন
🟰অৰুন্ধতী ৰয়
🟡 ভাৰতৰ প্ৰথম সবাক চলচ্চিত্ৰ ৰ নাম কি
🟰 লতা মঙ্গেশকাৰ