Important Questions for Assam Govt exams
Question: বায়নৰ খোল নাটক কোনে ৰচনা কৰিছিল? Answer: যুগল দাস Question: হাইদাং কোন জনজাতিৰ পৰম্পৰাগত লোকগীত?Answer: সোণোৱাল কছাৰী Question: প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীণ চিনেমা খনৰ নাম কি?Answer: ভাইটি Question: ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান?Answer: ৯১৬ কিলোমিটাৰ Question: “শ্ৰী সূৰ্য পাহাৰ” কোন খন জিলাত অৱস্থিত?Answer: গোৱালপাৰা Question: বাজাজ এলিয়াঞ্জ লাইফে অফলাইন আৰু অনলাইন মাধ্যমত ইয়াৰ সামগ্ৰী…
