Assam Gk 1
প্ৰশ্ন : কোনজন ব্যক্তিয়ে গোপীনাথ বৰদলৈক ‘লোকপ্ৰিয়া’ উপাধি প্ৰদান কৰিছিল?উত্তৰ : জয়ৰামদাস দৌলাত্ৰাম প্ৰশ্ন : অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰীউত্তৰ : অজন্তা নেওগ প্ৰশ্ন : ২০২১ চনত অসমৰ কোনজন প্ৰাক্তন মুখ্যমন্ত্ৰীক মৰণোত্তৰভাৱে পদ্মভূষণ দিয়া হৈছিল ?উত্তৰঃ তৰুণ গগৈ প্ৰশ্ন : অসমৰ বৰ্তমানৰ শিক্ষামন্ত্ৰীউত্তৰ : ড° ৰানোজ পেগু প্ৰশ্ন : অসমৰ পৰা ৰাজ্যসভাৰ আসন কেইখন আহেউত্তৰ :…