Question: When did Chilarai and Naranarayan enter Gargaon capital city of the Ahoms? চিলাৰায় আৰু নৰনাৰায়ণ কেতিয়া আহোমৰ গড়গাঁৱৰ ৰাজধানী চহৰত প্ৰৱেশ কৰিছিল?
Answer: ১৫৬৩ খ্ৰীষ্টাব্দত
Question: কোনজন আহোম ৰজাৰ দিনত দেৱোত্তৰ আৰু ব্ৰহ্মোত্তৰ মাটি দিয়াৰ নিয়ম প্ৰৱৰ্তন হয়
Answer: চুচেংফা
Question: মেছাগড় পুখুৰী কোনে খন্দাইছিল?
Answer: প্ৰতাপ সিংহ
Question: The western limit of Kamrupa Kingdom has been defined in___( কামৰূপ ৰাজ্যৰ পশ্চিম সীমা নিৰ্ধাৰণ কৰা হৈছে___)
Answer: যোগিনি তন্ত্ৰত
Question: ইছলামলৈ ধৰ্মান্তৰিত কৰাৰ পাছত ৰমণী গাভৰুৱে লোৱা নামটো কি
Answer: ৰহমত বানু বেগম
Question: প্ৰতাপ সিংহ আহোম ৰাজ্যৰ কিমান তম ৰজা আছিল
Answer: সপ্তদশ
Question: চন্দ্ৰকান্ত সিংহৰ বাল্যবন্ধু জনৰ নাম কি আছিল
Answer: সৎৰাম
Question: কাক ভগনীয়া ৰজা বুলি কোৱা হয় ?
Answer: জয়ধ্বজ সিংহ
Question: কাশ্মীৰৰাজ মেঘ বাহনে বিয়া কৰোৱা অসমৰ গাভৰু গৰাকী কোন আছিল ?
Answer: অমৃত প্ৰভা
Question: কালশিলীয়া গোহাঁই বুলি কোনজন আহোম ৰজাক জনা যায়
Answer: লক্ষ্মী সিংহ
Question: শৰাইঘাটৰ যুদ্ধত মোগল সেনাপতি কোন আছিল ?
Answer: ৰাম সিংহ
Question: শালস্তম্ভ বংশৰ ৰজাসকলৰ ৰাজধানী কি আছিল ?
Answer: হাৰুপেশ্বৰ
Question: বাণৰজাৰ জীয়ৰী ঊষাক কোনে বিয়া কৰাইছিল ?
Answer: অনিৰুদ্ধই
Question: আহোমসকলৰ শেষৰ ৰজাজন আছিল
Answer: পুৰন্দৰ সিংহ
Question: আহোম সকলৰ প্রথম ৰাজধানী
Answer: খামজাং
Question: প্ৰাচীন কামৰূপৰ ৰজা ভগদত্তৰ কন্যা ভানুমতীক কোনে বিয়া কৰাইছিল ?
Answer: দুৰ্যোধন
Question: চুদাংফাই জন্ম পোৱা ঠাইখনৰ নাম কি
Answer: হাবুঙত
Question: লতাকতা ৰণ কোনজন আহোম ৰজাৰ দিনত সংঘটিত হৈছিল
Answer: ৰাজেশ্বৰ সিংহ
Question: The Treaty of Ghilajharighat was signed in……..? ঘিলাঝাৰিঘাট সন্ধি স্বাক্ষৰিত হৈছিল…….?
Answer: ১৬৬৩ জানুৱাৰী
Question: পালবংশৰ প্ৰথম গৰাকী ৰজা কোন আছিল ?
Answer: ব্ৰহ্মপাল
Question: ঘটকাসুৰৰ পিছত তলৰ কোনজন দানৱ বংশৰ ৰজা হৈছিল
Answer: নৰকাসুৰ
Question: Who was the first king of the Pala dynasty?_ পাল বংশৰ প্ৰথম ৰজাজন কোন আছিল ?
Answer: ব্ৰহ্ম পাল
Question: তলৰ কোনজন মোমাই তামুলী বৰবৰুৱাৰ সন্তান নাছিল
Answer: ৰমণী গাভৰু
Question: চুদাংফাক আন এটা কি নামৰে জনা যায়
Answer: বামুণী কোঁৱৰ
Question: তলৰ কোনজনে প্ৰত্যেক অসমীয়াই কাপোৰ বোৱা আৰু বাঁহ বেতৰ কাম কৰাটো বাধ্যতামূলক কৰিছিল
Answer: মোমাই তামুলী বৰবৰুৱা
Question: কমলেশ্বৰ সিংহক পিতৃ-মাতৃয়ে দিয়া নাম কি আছিল
Answer: কিনাৰাম গোহাঁই
Question: চুকাফাই কিমান বছৰ ৰাজত্ব কৰিছিল
Answer: ৩৯ বছৰ ৪ মাহ ১৪ দিন
Question: ৰঘুদেৱ কাৰ পুতেক আছিল ?
Answer: চিলাৰায়
Question: ফুলগুৰিৰ কৃষক বিদ্রোহত মৃত্যু হোৱা কৃষকৰ সংখ্যা কিমান ?
Answer: 54 জন
Question: আহোমসকলৰ প্রথম বৰফুকনজন কোন আছিল
Answer: লাঙি পানিচ্য বৰফুকন
Question: নৰকাসুৰ কিমান খ্ৰীষ্টপূৰ্বত প্ৰাগজ্যোতিষৰ ৰজা হৈছিল
Answer: ১৫০০
Question: চুহুংমুং এ ৰাজধানী কত পাতিছিল
Answer: বকতা
Question: চুকাফা দিৱস কিমান তাৰিখে পালন কৰা হয়
Answer: ২ ডিচেম্বৰ
Question: HicckeyS newspaper
Answer: 1779
Question: অসমৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত প্ৰথম গৰাকী মহিলা শ্বহীদ কোন ?
Answer: মালতী মেম
Question: Accordiong to Ramayana, Amurtyaraja was the founder of the kingdom of? ৰামায়ণৰ মতে, অমূৰ্তৰাজ কোন খন ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল?
Answer: প্ৰাগজ্যোতিষ
Question: নৰকাসুৰৰ ৰাজধানী কত আছিল
Answer: প্ৰাগজ্যোতিষপুৰ
Question: অসমত মুছলমানৰ একাদশ আক্রমণটো কিমান চনত সংঘটিত হৈছিল
Answer: ১৬৬২
Question: কোনজন আহোম ৰজাৰ শাসনকালত মোৱামৰীয়া বিদ্ৰোহ দমন কৰি উজনি অসমত আহোমৰ ৰাজত্ব পুনৰাই প্ৰতিষ্ঠা কৰা হৈছিল।
Answer: কমলেশ্বৰ সিংহ
Question: কোনজন আহোম ৰজাই পোনতে বৈষ্ণৱ সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল
Answer: জয়ধ্বজ সিংহ
Question: কোনজন অসমীয়াই বৃটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ ঘোষণা কৰিছিল ?
Answer: গোমধৰ কোঁৱৰ
Question: চুতীয়া ৰাজ্য স্থাপন
Answer: 1187
Question: বিখ্যাত মহাভাৰতৰ যুদ্ধত কোনগৰাকী অসমৰ ৰজাই অংশগ্ৰহণ কৰিছিল ?
Answer: ভগদত্ত
Question: According to Hiuen Tsang, who was the “Aristocratic king of eastern India” in the Kamarupa kingdom?_হিউৱেন ছাঙৰ মতে কামৰূপ ৰাজ্যত “পূব ভাৰতৰ অভিজাত ৰজা” কোন আছিল?
Answer: ভাস্কৰ বৰ্মণ
Question: সাধনী কোন দেশৰ ৰজাৰ ৰাণী আছিল ?
Answer: চুতীয়া ৰজা
Question: অসুৰ আলি চুক্তি
Answer: 1639
Question: অসমৰ চীফ কমিছনাৰ জে ডব্লিউ কুইণ্টনক __________ চনত হত্যা কৰা হৈছিল ।
Answer: 1890
Question: The History of Assam can be divided into ___ eras? – অসমৰ ইতিহাসক __ যুগত বিভক্ত কৰিব পাৰি?
Answer: ৪
Question: ব্ৰিটিছৰ শাসকৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথম জন ব্যক্তি কোন আছিল ?
Answer: গোমধৰ কোঁৱৰ
Question: The Treaty of Ghilajharighat was signed between………. ঘিলাঝাৰিঘাটৰ সন্ধি …………….. ৰ মাজত স্বাক্ষৰিত হৈছিল.
Answer: মীৰজুমলা আৰু আহোম ৰজা
Question: আহোম ৰাজ্যত পোন প্রথমবাৰৰ বাবে মন্ত্রীৰ শাসন চলে?
Answer: ১৩৭৬-১৩৮০
Question: বিয়াল্লিছৰ আন্দোলনৰ সময়ত ইংৰাজে ফাঁচী দিয়া অসমীয়া ব্যক্তিজন কোন ?
Answer: কুশল কোঁৱৰ
Question: প্রথমে কিমান জন পাইকে একেলগে এটা গোট গঠন কৰিছিল
Answer: ৪
Question: Who was the greatest among the Koch kings? কোচ ৰজাসকলৰ ভিতৰত কোন আছিল সৰ্বশ্ৰেষ্ঠ?
Answer: নৰনাৰায়ণ
Question: কিমান চনত চুদাংফাৰ মৃত্যু হৈছিল
Answer: ১৪০৭
Question: জয়সাগৰ পুখুৰী কোনে খন্দাইছিল ?
Answer: ৰুদ্ৰ সিংহ
Question: ‘ বৰবৰুৱা ‘ পদত প্ৰথমে অধিস্থিত হোৱা ব্যক্তিজন কোন ?
Answer: মোমাই তামুলী
Question: চুহুংমুংৰ পিছত কোনে ৰজা হৈছিল
Answer: চুক্লেংমং
Question: ‘কুমাৰ ৰজা’ উপাধিটো কাৰ লগত জড়িত ?
Answer: ভাস্কৰ বৰ্মন
Question: হাটবৰ ৰণ কাৰ কাৰ মাজত হৈছিল
Answer: তুৰ্বক আৰু আহোম
Question: কমলেশ্বৰ সিংহৰ টাই আহোম নামটো কি আছিল
Answer: চুক্লিংফা
Question: কোনজন আহোম ৰজাৰ দিনৰে পৰা অসমত কানি খেতিৰ প্ৰচলন হয়
Answer: গৌৰিনাথ সিংহ
Question: হৰ্ষবৰ্ধনৰ ওচৰলৈ ভাস্কৰ বৰ্মনে পঠোৱা ৰাজদূত জনৰ নাম কি ?
Answer: হংসবেগ
Question: Who was the first king of Assam? অসমৰ প্ৰথম ৰজা কোন আছিল?
Answer: চুকাফা
Question: শিৱসাগৰৰ ফাকুৱা দ’ল কোনে নিৰ্মাণ কৰাইছিল?
Answer: ৰুদ্ৰ সিংহ
Question: আহোমৰ মুদ্ৰা আকৃতি আছিল –
Answer: আঠ কোণীয়া
Question: 1st মুৱামৰীয়া বিদ্ৰোহ
Answer: 1769
Question: The capital of Pragjyotisha was? – প্ৰাগজ্যোতিষৰ ৰাজধানী ক’ত আছিল?
Answer: প্ৰাগজ্যোতিষপুৰ
Question: কোনজন আহোম ৰজাৰ দিনত মুছলমানে তিনিবাৰ আহোম ৰাজ্য আক্ৰমণ কৰিছিল
Answer: দিহিঙীয়া ৰজা
Question: আহোম আৰু মোগলৰ মাজত হোৱা প্রথম যুদ্ধখনৰ নাম কি আছিল
Answer: ভৰালী
Question: কোনজন আহোম ৰজাই প্রথমে লোকপিয়ল আৰম্ভ কৰিছিল
Answer: চুহুংমুং
Question: আহোমৰ শাসনকালত তলৰ কোনজনক অৰ্থনীতিবিদ সমাজ সংস্কাৰক হিচাপে জনা গৈছিল
Answer: মোমাই তামুলী বৰবৰুৱা
Question: লক্ষ্মী সিংহৰ টাই আহোম নামটো কি আছিল?
Answer: চুণ্যেউফা
Question: ১৬০৮ খ্ৰীষ্টাব্দত কোনজন আহোম ৰজাই মংগলদহীৰ সৈতে বিবাহ সম্পন্ন কৰি কোচ হাজো শাসকৰ লগত মিত্ৰতা কৰি নিজকে প্ৰতিষ্ঠা কৰিছিল
Answer: প্ৰতাপ সিংহ
Question: চুদাংফাৰ পিতৃ কোন আছিল
Answer: ত্যাও খাম্টি
Question: জয়ধ্বজ সিংহৰ টাই আহোম নামটো কি আছিল
Answer: চুতামলা
Question: Who resisted the first Muslim invasion of the Kamarupa dynasty? কামৰূপ বংশৰ প্ৰথম মুছলমান আক্ৰমণক কোনে প্ৰতিহত কৰিছিল?
Answer: পৃথো
Question: মাজুলীৰ সন্ধি কিমান চনত হৈছিল
Answer: ১৫৬৩
Question: চন্দ্ৰকান্ত সিংহৰ টাই আহোম নামটো কি আছিল
Answer: চুদিংফা
Question: ঘনকান্ত সিংহ আৰু হেমকান্ত কোৱৰ কোনজন আহোম ৰজাৰ সন্তান আছিল
Answer: চন্দ্ৰকান্ত সিংহ
Question: মণিপুৰৰ জীয়ৰী হিড়িম্বাৰ পুত্ৰ কোন আছিল
Answer: ঘটোৎকচ
Question: The earliest historical dynasty of Assam was that of the? – অসমৰ প্ৰথম ঐতিহাসিক বংশৰ নাম কি? (APSC Prelims 2011)
Answer: বৰ্মন
Question: বাণাসুৰ প্ৰাচীন অসমৰ কোন ঠাইৰ শাসক আছিল ?
Answer: শোণিতপুৰ
Question: কোনজন আহোম ৰজাৰ পৃষ্ঠপোষকতাত শ্ৰীকান্ত সূৰ্য-বিপ্ৰই ৰামায়ণৰ লংকা-কাণ্ড ভাষালৈ অনুবাদ কৰিছিল?
Answer: কমলেশ্বৰ সিংহ
Question: Who was the founder of the Bhauma Naraka line? ভৌম নৰকা লাইনৰ প্ৰতিষ্ঠাপক কোন আছিল?
Answer: নৰকাসুৰ
Question: কোনজন আহোম ৰজা বৰ কম বয়সৰ হোৱাৰ বাবে শাসনকাৰ্যৰ গুৰিবঠা প্ৰকৃততে মন্ত্ৰীপ্ৰধান পূৰ্ণানন্দ বুঢ়াগোহাঁয়েহে ধৰিছিল।
Answer: কমলেশ্বৰ সিংহ
Question: মহাভাৰতৰ কোনটো পৰ্বত কুৰুক্ষেত্ৰ ৰণত ভগদত্তই দেখুওৱা বীৰত্বৰ বৰ্ণনা পোৱা যায়
Answer: দ্ৰোণ পৰ্ব
Question: ‘ বুৰঞ্জী বিবেক ৰত্ন ‘ পুথিখনৰ লেখক কোন ?
Answer: মণিৰাম দেৱান
Question: Ghatakasura was killed by which king? – ঘটকাসুৰক কোনে হত্যা কৰিছিল?
Answer: নৰকাসুৰ
Question: শিঙৰী ঘৰত উঠা প্ৰথম আহোম ৰজা কোন আছিল ?
Answer: চুদাংফা
Question: The marriage of Kamrupa princess Amritaprabha and Kashmir King Meghavahana is mentioned in __.(কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভা আৰু কাশ্মীৰ ৰজা মেঘবাহনৰ বিবাহৰ বিষয়ে উল্লেখ আছে ___).
Answer: কলহনৰ ৰাজতৰঙ্গীনী
Question: প্ৰতাপ-বল্লভ উপাধি লাভ কৰা ব্যক্তিজন কোন?
Answer: কলিয়া ভোমোৰা
Question: চিপাহী বিদ্রোহত জড়িত থকা অপৰাধত ইংৰাজে ফাঁচী দিয়া অসমীয়া নেতাজন কোন আছিল ?
Answer: মণিৰাম দেৱান
Question: ম’হ গঁড়ৰ ৰণ হৈছিল –
Answer: 1822
Question: মান সকলে প্ৰথম অসম আক্ৰমণ কৰিছিল –
Answer: 1817
Question: কোনজন আহোম ৰজাৰ দিনত মাজুলীৰ সন্ধি হৈছিল
Answer: চুখামফা
Question: কোনজন আহোম ৰজাই যোৰহাটত ৰাজধানী পাতিছিল?
Answer: গৌৰিনাথ সিংহ
Question: ৰমণী গাভৰু কাৰ লগত বিয়া হৈছিল
Answer: মহম্মদ আজম শ্বাহ
Question: নৰনাৰায়ণৰ মৃত্যু
Answer: 1587
Question: চুদাংফাৰ দিনত আহোম আৰু টিমাপৰ মাজত এখন ৰণ হৈছিল। কিন্তু অৱশেষত তেওলোকে এখন ঠাইত ভৱিষ্যতে যুজ নকৰো বুলি কুকুৰা কাটি শপত খাইছিল।সেই বিশেষ ঠাইখন হৈছে
Answer: পাটকাই
Question: মানৰ তৃতীয় আক্ৰমণ সংঘটিত হৈছিল
Answer: ১৮২১