Question: মহাভাৰত কোনে অসমীয়ালৈ অনুবাদ কৰিছিল?
Answer: ৰাম সৰস্বতী
Question: আৰিমত্ত কৰ ৰজা আছিল?
Answer: গৌড়
Question: দক্ষিণ এছিয়াৰ সৰ্ববৃহৎ মৰুভূমি কি?
Answer: থৰ
Question: 1526 চনত বাবৰে কোন বংশৰ শাসকক পৰাস্ত কৰি মোগল সাম্ৰাজ্য গঢ়িছিল?
Answer: লুধী বংশ
Question: পানিপতৰ প্রথম যুদ্ধ কেতিয়া হৈছিল?
Answer: 1526
Question: গঙ্গা নদীক বাংলাদেশত কি নামৰে জনা যায়?
Answer: পদ্মা
Question: গঙ্গা আৰু ব্ৰহ্মপুত্ৰ সংযুক্ত জলধাৰাক কি নামেৰে জনা যায়?
Answer: মেঘনা
Question: পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা কি?
Answer: এণ্ডিজ
Question: এণ্ডিজ পৰ্বতমালা কোন মহাদেশত অৱস্থিত?
Answer: দক্ষিণ আমেৰিকা
Question: বায়ুত কিমান শতাংশ নাইট্ৰজেন থাকে?
Answer: 78.03
Question: সৰ্বোচ্চ উচ্চতাৰ হ্ৰদটো কি ?
Answer: টিটিকাকা হ্ৰদ
Question: ভিক্টোৰিয়া জলপ্ৰপাত কোন নদীত অৱস্থিত?
Answer: জামবেজি
Question: বিশ্বৰ সৰ্ববৃহৎ জাহাজ চলাচল কৰা খালটো কি?
Answer: ছুৱেজ খাল
Question: বেৰ’ন দ্বীপ কত আছে?
Answer: আন্দামান আৰু নিকোবৰ
Question: লকটক হ্ৰদ কত আছে?
Answer: মণিপুৰ
Question: উমিয়াম হ্ৰদ কত আছে?
Answer: মেঘালয়
Question: ভাৰতৰ আটাইতকৈ ওখ বান্ধ কি?
Answer: টেহৰি
Question: কোনটো অঞ্চলত প্ৰথম দক্ষিণ পশ্চিম মৌচুমী বতাহ প্ৰৱেশ কৰে?
Answer: কেৰেলা
Question: কোন চনত কেন্দ্ৰীয় চৰকাৰে নতুন বন নীতি ঘোষণা কৰিছিল?
Answer: 1988
Question: শুকান বন গৱেষণা প্ৰতিস্থান কত অৱস্থিত?
Answer: যোধপুৰ
Question: হিউৱেন চাং কৰে?
Answer: চীন