Question: লক্ষ্মী সিংহৰ টাই আহোম নামটো কি আছিল?
Answer: চুণ্যেউফা
Question: কোনজন আহোম ৰজাৰ দিনত মুছলমানে তিনিবাৰ আহোম ৰাজ্য আক্ৰমণ কৰিছিল
Answer: দিহিঙীয়া ৰজা
Question: আহোম সকলে gorgaon ত ৰাজধানী পাতে
Answer: 1540
Question: কালশিলীয়া গোহাঁই বুলি কোনজন আহোম ৰজাক জনা যায়
Answer: লক্ষ্মী সিংহ
Question: প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ ফলস্বৰূপে স্বৰ্গদেউ লক্ষ্মীসিংহক বন্দী কৰি কিছুদিনলৈ তলৰ কোনজনে ৰজা হৈছিল?
Answer: ৰমাকান্ত
Question: কমলেশ্বৰ সিংহৰ টাই আহোম নামটো কি আছিল
Answer: চুক্লিংফা
Question: ঘনকান্ত সিংহ আৰু হেমকান্ত কোৱৰ কোনজন আহোম ৰজাৰ সন্তান আছিল
Answer: চন্দ্ৰকান্ত সিংহ
Question: তলৰ কোনজন মোমাই তামুলী বৰবৰুৱাৰ সন্তান নাছিল
Answer: ৰমণী গাভৰু
Question: তুৰ্বক খানৰ মৃত্যু
Answer: 1533
Question: দিকৰাইমুখৰ ৰণ কোনজন আহোম ৰজাৰ দিনত হৈছিল
Answer: চুহুংমুং
Question: আহোম ৰাজ্যত প্রথম লোকপিয়ল কিমান চনত আৰম্ভ হৈছিল
Answer: ১৫১০
Question: মঙলদহী কোনজন ৰজাৰ জীয়েক আছিল
Answer: পৰীক্ষিত নাৰায়ণ
Question: When did Chilarai and Naranarayan enter Gargaon capital city of the Ahoms? চিলাৰায় আৰু নৰনাৰায়ণ কেতিয়া আহোমৰ গড়গাঁৱৰ ৰাজধানী চহৰত প্ৰৱেশ কৰিছিল?
Answer: ১৫৬৩ খ্ৰীষ্টাব্দত
Question: অসমৰ চীফ কমিছনাৰ জে ডব্লিউ কুইণ্টনক __________ চনত হত্যা কৰা হৈছিল ।
Answer: 1890
Question: মেছাগড় পুখুৰী কোনে খন্দাইছিল?
Answer: প্ৰতাপ সিংহ
Question: চিপাহী বিদ্রোহত জড়িত থকা অপৰাধত ইংৰাজে ফাঁচী দিয়া অসমীয়া নেতাজন কোন আছিল ?
Answer: মণিৰাম দেৱান
Question: কোনজন আহোম ৰজা বৰ কম বয়সৰ হোৱাৰ বাবে শাসনকাৰ্যৰ গুৰিবঠা প্ৰকৃততে মন্ত্ৰীপ্ৰধান পূৰ্ণানন্দ বুঢ়াগোহাঁয়েহে ধৰিছিল।
Answer: কমলেশ্বৰ সিংহ
Question: মণিৰাম দেৱানক ফাঁচী দিয়া দিনটো আছিল 1858 চনৰ –
Answer: 26 ফেব্ৰুৱাৰী
Question: চন্দ্ৰকান্ত সিংহৰ বাল্যবন্ধু জনৰ নাম কি আছিল
Answer: সৎৰাম
Question: আহোম স্বৰ্গদেউ চুদাংফা কিমান চনত ৰাজপাটত বহে
Answer: ১৩৯৭
Question: কোনজন আহোম ৰজাৰ দিনৰে পৰা অসমত কানি খেতিৰ প্ৰচলন হয়
Answer: গৌৰিনাথ সিংহ
Question: কোনজন আহোম ৰজাৰ শাসনকালত মোৱামৰীয়া বিদ্ৰোহ দমন কৰি উজনি অসমত আহোমৰ ৰাজত্ব পুনৰাই প্ৰতিষ্ঠা কৰা হৈছিল।
Answer: কমলেশ্বৰ সিংহ
Question: কিমান চনত চুদাংফাৰ মৃত্যু হৈছিল
Answer: ১৪০৭
Question: আহোমৰ ৰজাৰ বিৰুদ্ধে হোৱা প্ৰথম বিদ্ৰোহ মোৱামৰীয়া বিদ্ৰোহৰ এগৰাকী সেনাপতি আছিল
Answer: ৰাঘৱ মৰাণ