Question: মীৰজুমলাই কেতিয়া অসম আক্ৰমণ কৰিছিল
Answer: 1662 চনত
Question: কিমান চনত অসমত মানৰ দ্বিতীয় আক্ৰমণ হৈছিল
Answer: 1819 চনত
Question: শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগল সম্ৰাট কোন আছিল
Answer: ঔৰংগজেৱ
Question: কাৰ দিনত মুছলমানসকলে শেষ আক্ৰমণ কৰিছিল
Answer: গদাধৰ সিংহ
Question: বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল
Answer: কুমাৰ ভাস্কৰ বৰ্মন
Question: অযন্তা গুহা চিত্ৰ কোন ৰাজ্যত অৱস্থিত
Answer: মহাৰাষ্ট্ৰ
Question: দিল্লীৰ সিংহাশনত বহা প্ৰথম মহিলা
Answer: ৰেজিয়া
Question: ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালন কৰে
Answer: 24 জানুৱাৰী
Question: 2019 চনৰ হিচাপ মতে ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ নগৰ
Answer: ইণ্ডোৰ
Question: মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক কেতিয়া ফাঁচি দিয়া হৈছিল
Answer: 1858 চনত
Question: লোকসভাৰ সৰ্বাধিক সদস্য নিৰ্বাচিত কৰা ৰাজ্যখনৰ নাম
Answer: উত্তৰ প্ৰদেশ
Question: ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰ কৰা হৈছিল ?
Answer: 1826
Question: ভাৰতৰ অন্তিমজন ব্ৰিটিছ গৱৰ্ণৰ জেনেৰেল ?
Answer: লৰ্ড মাউণ্টবেটেন
Question: জৈন ধৰ্মৰ প্ৰতিষ্ঠাপক আছিল
Answer: বৰ্ধমান মহাবীৰ
Question: সিন্ধু উপত্যকাৰ আৱিস্কাৰ কৰা হৈছিল
Answer: 1921
Question: কাৰ্গিলৰ যুদ্ধ হৈছিল
Answer: 1999
Question: আমি ব্যৱহাৰ কৰা সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি
Answer: NaCI
Question: তলত কোনবিধ মৌল বা মিশ্ৰ বিষাক্ত
Answer: চায়নাইড
Question: এক্স-ৰে আৱিষ্কাৰক হ’ল
Answer: উইলিয়াম ৰণ্টজেন
Question: অৰণ্য মানৱ বুলি জনা যায়
Answer: যাদৱ পায়েং
Question: উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম মেডিকেল কলেজ কোনখন
Answer: অসম মেডিকেল কলেজ
Question: অসম পুলিচ গঠন হৈছিল
Answer: 1826
Question: মানৱ দেহৰ আটাইতকৈ ডাঙৰ অংগটো কি
Answer: ছাল
Question: NABARD” ৰ মূখ্য কাৰ্যালয় ক’ত
Answer: মুম্বাই
Question: মাদাৰ টেৰেছাক কোন চনত ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল?
Answer: ১৯৮০
Question: তলৰ কোন গৰাকী ব্যক্তি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ নাছিল ?
Answer: বি. আৰ আম্বেদকাৰ
Question: বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় কত অৱস্থিত
Answer: Washington
Question: বিশ্ব বেংক কিমান চনত প্ৰতিষ্ঠা কৰা হয়
Answer: 1944
Question: শ্বিলঙৰ পুৰণি নাম কি?
Answer: জেডো
Question: আইন অমান্য আন্দোলন আৰম্ভ হৈছিল?
Answer: ১৯৩১ চনত
Question: পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগটোৰ নাম কি
Answer: গড্উইন অষ্টিন
Question: তলৰ কোনটো ভাৰতীয় সংবিধানৰ বৈশিষ্ট্য নহয়?
Answer: দ্বৈত নাগৰিকত্ব
Question: ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন ?
Answer: ৰাজা ৰামমোহন ৰয়।
Question: প্ৰশ্ন:- উত্তৰ পূৰ্বাঞ্চলৰ কোন দুখন ৰাজ্যত এতিয়াও ৰে’ল পথ ব্যৱস্হা নাই ?
Answer: মেঘালয় আৰু ছিকিম
Question: মেঘালয়ৰ লোক নৃত্য কি ?
Answer: নংক্ৰেম
Question: উত্তৰ-পূব ভাৰতৰ সাতগৰাকী ভগ্নীৰ অধীনত কোনখন ৰাজ্য অন্তৰ্ভুক্ত নহয় ?
Answer: ছিকিম
Question: অৰুণাচল প্ৰদেশ কেতিয়া ভাৰতৰ অংশ হৈছিল ?
Answer: ২১ জানুৱাৰী ১৯৭২
Question: কলিকতা বিশ্ববিদ্যালয়ত কেতিয়া অসমীয়া বিভাগ স্থাপন কৰা হৈছিল ?
Answer: 1935
Question: সেউজ গৃহ প্রভাৱত কাৰ্বন-ডাই-অক্সাইডৰ অৱদান
Answer: সবাতোকৈ বেছি
Question: গ্ৰীন হাউছ গেছ পৰিৱেশত ক’ৰ পৰা উৎপন্ন হয়?
Answer: এই আটাইকেইবিধৰ
Question: বছৰি পৃথিৱীৰ পৰা হেৰাই যোৱা জৈৱ প্ৰজাতিৰ সংখ্যা বৈজ্ঞানিক পৰিসংখ্যামতে প্ৰায়-
Answer: দহ হেজাৰ
Question: প্ৰশ্ন:- দিল্লীত থকা ৰাষ্ট্ৰপতি ভৱনটো কোনে সহজাইছিল ?
Answer: এডুইন লেণ্ডচিয়েৰ লুটেনছে
Question: প্ৰশ্ন:- গুৱাহাটী আৰু দিল্লীৰ মাজত বিমান চলাচল আৰম্ভ হৈছিল ?
Answer: ১৯৮১চনৰ পৰা
Question: শ্ৰীলংকা কি ধৰ্মৰ প্ৰধান দেশ?APRO SI 2021
Answer: বুদ্ধ
Question: ভাৰতৰ সকলো বেংকৰ বেংক বুলি কোনটো বেংক কোৱা হয়?APRO SI 2021
Answer: RBI
Question: প্রদূষিত পানীয়ে বিয়পাব পৰা এটা বেমাৰ হৈছে
Answer: টাইফয়ড
Question: বিশ্বৰ উষ্ণতা বৃদ্ধিত ভাৰতৰ অৱদান-
Answer: ৭%
Question: বায়ুমণ্ডলত গ্ৰীন হাউছ গেছ বৃদ্ধিৰ কাৰণ মূলতঃ
Answer: মানুহৰ কাৰ্যকলাপ
Question: স্বাধীন ভাৰতৰ প্ৰথম গৃহমন্ত্রী কোন আছিল–
Answer: বল্লভভাই পেটেল
Question: 2011 চনৰ লোকপিয়ল কিমান তম
Answer: 15তম
Question: NABARD কিমান চনত স্হাপিত হৈছিল ?
Answer: 1982
Question: প্ৰশ্ন:- ৰিজাৰ্ভ বেংক কিমান চনত ৰাষ্ট্ৰীয় কৰণ হয় ?
Answer: 1949
Question: এমমিটাৰেদি কি জোখা হয়?
Answer: বিদ্যুৎ প্ৰৱাহ
Question: চানক্য প্ৰণয়ন কৰা বিখ্যাত গ্ৰন্থ খনৰ নাম কি ?
Answer: অৰ্থ শাস্ত্ৰ
Question: ভাৰতৰ প্ৰথম খন ৰাষ্ট্ৰীয় উদ্যানখন হ’ল
Answer: কৰবেট ৰাষ্ট্ৰীয় উদ্যান
Question: চৌৰিচৌবাৰ ঘটনা কিমান চনত হৈছিল ?
Answer: ১৯২২
Question: আইন অমান্য আন্দোলন কিমান চনত হৈছিল ?
Answer: 1930
Question: প্ৰশ্ন: লাচিত বৰফুকনৰ জ্যোতিষীগৰাকীৰ নাম কি আছিল?
Answer: গ) সমুদ্রখৰি
Question: শেষৰজন শিখ গুৰু কোন আছিল ?
Answer: গুৰু গোবিন্দ সিং
Question: বিশ্ব বাণিজ্য সংস্থা কেতিয়া গঠন কৰা হৈছিল?
Answer: খ)১৯৯৫
Question: প্ৰশ্ন: Davis Cup কোন খেলৰ সৈতে জড়িত?
Answer: ক) লন টেনিছ
Question: প্ৰশ্ন: বাস্কেটবল দল এটাত কিমান জন খেলুৱৈ থাকে?
Answer: গ) ৫ জন
Question: প্ৰশ্ন: কোন তাৰিখে আইন দিৱস হিচাপে পালন কৰা হয়?
Answer: গ) ২৬ নৱেম্বৰ
Question: প্ৰশ্ন: – অসমত কেতিয়া অসমীয়া ভাষাৰ প্ৰচলন হৈছিল ?
Answer: খ) ১৯৬০ চনত
Question: শিখ ধৰ্মত কিমানজন গুৰু আছিল
Answer: ১০
Question: প্ৰশ্ন: ফ্ৰীজত কোনটো গেছ ব্যৱহাৰ কৰা হয়?
Answer: ঘ) ফ্ৰিয়ন
Question: প্ৰশ্ন:কাচাৰৰ প্ৰাচীন নাম আছিল?
Answer: গ) হিডিম্বা
Question: আগষ্ট, 2021-ত ভাৰত আৰু চীনৰ মাজত কোন স্থানত হটলাইন স্থাপন কৰা হৈছে
Answer: ছিকিম
Question: কুচিপুড়ি নৃত্য কোনখন ৰাজ্য ৰ লগত জড়িত
Answer: অন্ধ্ৰপ্ৰদেশ
Question: গুমৰাগ কোন জনগোষ্ঠীৰ লোকসকল ৰ উল্লেখযোগ্য নৃত্য
Answer: মিচিং
Question: অসমৰ কোন খন অভয়াৰণ্য সোণালী বান্দৰৰ বাবে বিখ্যাত?
Answer: চক্ৰশিলা অভয়াৰণ্য
Question: ‘অসমৰ মানচেষ্টাৰ’ বুলি কোনখন ঠাইক কোৱা হয়?
Answer: শুৱালকুছি
Question: মৰণোত্তৰভাৱে ভাৰতৰত্ন সন্মান পোৱা প্ৰথমজন ব্যক্তি কোন আছিল ?
Answer: লাল বাহাদুৰ শাস্ত্ৰী
Question: ভাৰতৰ বৃহত্তম ষ্টেডিয়াম
Answer: নৰেন্দ্ৰ মোদী ষ্টেডিয়াম
Question: পৃথিৱীৰ আটাইতকৈ বহল নদী কোন খন?
Answer: আমাজন
Question: শংকৰদেৱৰ নাট কেইখন?
Answer: 6
Question: ভাৰতৰ কোন খন নদীক ‘বংগৰ দুখ’ বুলি জনা যায়?
Answer: দামোদৰ নদী।
Question: ভাৰতৰ বৃহত্তম শিৱলিঙ্গৰ মন্দিৰ
Answer: মহামৃত্যুঞ্জয় মন্দিৰ , নগাঁও
Question: ভাৰতৰ বৃহত্তম লাইব্ৰেৰী
Answer: নেচনেল লাইব্ৰেৰী কলকাতা
Question: ভাৰতৰ বৃহত্তম মহানগৰী
Answer: মুম্বাই
Question: উদ্ভিদ আৰু প্ৰাণীৰ মাজত থকা সম্পৰ্কৰ এটা মুখ্য কাৰণ হ’ল –
Answer: খাদ্য
Question: ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ
Answer: 44 no
Question: ভাৰতৰ দীৰ্ঘ তম ৰেলৱে প্লেটফৰম
Answer: হাওৰা
Question: ভাৰতৰ বৃহত্তম ৰেল ষ্টেচন
Answer: গোৰখপুৰ
Question: ভাৰতৰ দীৰ্ঘতম ৰাজপথ
Answer: গ্ৰেণ্ড ট্ৰাংক ৰোড
Question: ভাৰতৰ বৃহত্তম গুহা
Answer: ইলোৰা গুহা