Important Assam GK
Question: পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোন? Answer: নীল Question: কোন বছৰত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল?Answer: ১৯৪২ চনত Question: ৰুক্মিণী কোন ৰাজ্য ৰাজকুমাৰী আছিল?Answer: কুণ্ডিল Question: প্ৰাচীন অসমৰ প্ৰথম ৰজা কোন আছিল?Answer: মহীৰঙ্গ দানৱ Question: হুমায়ুনৰ পুত্ৰ কোন আছিল?Answer: আকবৰ Question: মৌৰ্য্য বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?Answer: চন্দ্ৰগুপ্ত মৌৰ্য্য Question: UNICEF ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?Answer:…
