Assam GK in Assamese Latest
Question: চনেট কবিতা মুঠ কেইশৰীয়া ?Answer: চৈধ্য Question: ফুলগুৰিৰ সংঘৰ্ষত মৃত্যু হোৱা ইংৰাজ বিষয়জনৰ নাম কি ?Answer: লেফটেনান্ত ছিংগাৰ Question: তলৰ কোনবিধ মৌল বা মিশ্ৰ বিষাক্ত ?Answer: চায়নাইড Question: তলৰ কোনটো প্ৰত্যয় এক বচনাত্মক অৰ্থত ব্যৱহাৰ হয় ?Answer: টো Question: চিত্ৰ আৰু পৰিদৃশ্য হ’ল—–Answer: পেজ অৰিয়েনটেশ্যন Question: কোন দিশে এটা পালিৰ কোভিড টীকা সফলতাৰে আবিষ্কাৰ…